ETV Bharat / state

শংকৰদেৱ সংঘৰ উদ্য়োগত কৃৰ্তীমানক সম্বৰ্ধনা - শিক্ষাৰ্থী

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা শাখাই , ঢকুৱাখনাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ সহযোগত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷

ঢকুৱাখনাত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা
author img

By

Published : May 29, 2019, 3:04 PM IST

Updated : May 29, 2019, 3:13 PM IST

ঢকুৱাখনা , 29 মে': বুধবাৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাত, ডিষ্টিংচন সহ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢকুৱাখনা লৈ গৌৰৱ কঢ়িয়াই অনা ছয় গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা শাখাই , ঢকুৱাখনাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ সহযোগত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷

ঢকুৱাখনাত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা

সম্বৰ্ধনা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকল হৈছে নীলিমা বুঢ়াগোহাঁই , প্ৰণৱ কুমাৰ পেগু , সুদক্ষিণা কোঁৱৰ , নিমিষা বৰা, সুপ্ৰিয়া দলে আৰু ত্ৰিবেণী গোহাঁই ৷ এই শিক্ষাৰ্থী সকলক এখন ফুলাম গামোচা, মানপত্ৰ আৰু এটি গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ গৃহত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ,ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গিৰিন গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্নৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ তিনিজনে ডিষ্টিংচন , এজনে ষ্টাৰ মাৰ্ক আৰু 7 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷ মুঠ 10 গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকীয়েই উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ সুদক্ষিণা কোঁৱৰে(527), সুপ্ৰিয়া দলে(515) আৰু ট্ৰিবেণী গোহাঁইয়ে (512) নম্বৰেৰে ডিষ্টিংচন লাভ কৰিছে ৷

Intro:ঢকুৱাখনা:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা শাখাই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়,ঢকুৱাখনাৰ সহযোগত বুধবাৰে ডিষ্টিং চন সহ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢকুৱাখনা লৈ গৌৰৱ কঢ়িয়াই অনা ছয় গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়।এই সকলৰ ভিতৰত আছে নীলিমা বুঢ়াগোহাঁই, প্ৰণৱ কুমাৰ পেগু,সুদক্ষিণা কোঁৱৰ, নিমিষা বৰা,সুপ্ৰিয়া দলে আৰু ত্ৰিবেণী গোহাঁই।হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা এই মেধাৱী শিক্ষাৰ্থী সকলক এখন ফুলাম গামোচা,মানপত্ৰ আৰু এটি গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।শ্ৰীমন্ত শংকৰদেৱ দেৱ বিদ্যালয়ৰ গৃহত ঢকুৱাখনা মহাবিদ্যালয় ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গিৰিন গগৈৰ লগতে কেইবাগৰাকী ও বিশিষ্ট ব্যক্তি য়ে অংশ গ্ৰহণ কৰে।উল্লেখযোগ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্নৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ তিনিজনে ডিষ্টিংচন,এজনে ষ্টাৰ ষ্টাৰ মাৰ্কসহ ৭ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।মুঠ ১০ গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইজনেই উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ সুদক্ষিণা কোঁৱৰ(৫২৭), সুপ্ৰিয়া দলে(৫১৫) আৰু ট্ৰিবেণী গোহাঁইয়ে(৫১২) ডিষ্টিংচন লাভ কৰিছে।

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।Body:ঢকুৱাখনা:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা শাখাই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়,ঢকুৱাখনাৰ সহযোগত বুধবাৰে ডিষ্টিং চন সহ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢকুৱাখনা লৈ গৌৰৱ কঢ়িয়াই অনা ছয় গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়।এই সকলৰ ভিতৰত আছে নীলিমা বুঢ়াগোহাঁই, প্ৰণৱ কুমাৰ পেগু,সুদক্ষিণা কোঁৱৰ, নিমিষা বৰা,সুপ্ৰিয়া দলে আৰু ত্ৰিবেণী গোহাঁই।হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা এই মেধাৱী শিক্ষাৰ্থী সকলক এখন ফুলাম গামোচা,মানপত্ৰ আৰু এটি গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।শ্ৰীমন্ত শংকৰদেৱ দেৱ বিদ্যালয়ৰ গৃহত ঢকুৱাখনা মহাবিদ্যালয় ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গিৰিন গগৈৰ লগতে কেইবাগৰাকী ও বিশিষ্ট ব্যক্তি য়ে অংশ গ্ৰহণ কৰে।উল্লেখযোগ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্নৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ তিনিজনে ডিষ্টিংচন,এজনে ষ্টাৰ ষ্টাৰ মাৰ্কসহ ৭ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।মুঠ ১০ গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইজনেই উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ সুদক্ষিণা কোঁৱৰ(৫২৭), সুপ্ৰিয়া দলে(৫১৫) আৰু ট্ৰিবেণী গোহাঁইয়ে(৫১২) ডিষ্টিংচন লাভ কৰিছে।

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।Conclusion:ঢকুৱাখনা:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা শাখাই শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়,ঢকুৱাখনাৰ সহযোগত বুধবাৰে ডিষ্টিং চন সহ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢকুৱাখনা লৈ গৌৰৱ কঢ়িয়াই অনা ছয় গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়।এই সকলৰ ভিতৰত আছে নীলিমা বুঢ়াগোহাঁই, প্ৰণৱ কুমাৰ পেগু,সুদক্ষিণা কোঁৱৰ, নিমিষা বৰা,সুপ্ৰিয়া দলে আৰু ত্ৰিবেণী গোহাঁই।হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা এই মেধাৱী শিক্ষাৰ্থী সকলক এখন ফুলাম গামোচা,মানপত্ৰ আৰু এটি গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।শ্ৰীমন্ত শংকৰদেৱ দেৱ বিদ্যালয়ৰ গৃহত ঢকুৱাখনা মহাবিদ্যালয় ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গিৰিন গগৈৰ লগতে কেইবাগৰাকী ও বিশিষ্ট ব্যক্তি য়ে অংশ গ্ৰহণ কৰে।উল্লেখযোগ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্নৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ তিনিজনে ডিষ্টিংচন,এজনে ষ্টাৰ ষ্টাৰ মাৰ্কসহ ৭ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।মুঠ ১০ গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইজনেই উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ সুদক্ষিণা কোঁৱৰ(৫২৭), সুপ্ৰিয়া দলে(৫১৫) আৰু ট্ৰিবেণী গোহাঁইয়ে(৫১২) ডিষ্টিংচন লাভ কৰিছে।

দীপৰঞ্জন চমুৱা,ঢকুৱাখনা।
Last Updated : May 29, 2019, 3:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.