ETV Bharat / state

লখিমপুৰত আৰক্ষীৰ জালত মুন্নাভাই

author img

By

Published : Jun 4, 2019, 9:42 PM IST

লখিমপুৰৰ একাংশ সংগঠনৰ তৎপৰতাত মঙলবাৰে আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক এছ কে কৰ্মকাৰক । দীৰ্ঘদিনৰে পৰা ভুৱা চিকিৎসক কৰ্মকাৰে নিউ মাতৃ ক্লিনিক নামৰ ফাৰ্মাচীখনত চলাই আহিছিল চিকিৎসা ।

আৰক্ষীয়ে আটক কৰিলে ভূৱা চিকিৎসক

লখিমপুৰ, ৪ জুনঃ লখিমপুৰত লিলাবাৰী ৰোডৰ পৰা আৰক্ষীয়ে আটক কৰিলে এজন ভুৱা চিকিৎসক । ধৃত চিকিৎসকজনৰ নাম এছ কে কৰ্মকাৰ ।

লখিমপুৰৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ভূৱা ফাৰ্মাচী । ভুৱা অনুজ্ঞাপত্ৰৰে ফাৰ্মাচী খুলি বিভিন্ন জটিল ৰোগৰ চিকিৎসা চলাই আহিছে একাংশ ভুৱা চিকিৎসকে । লখিমপুৰৰ একাংশ সংগঠনৰ তৎপৰতাত মঙলবাৰে আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক এছ কে কৰ্মকাৰক । দীৰ্ঘদিনৰে পৰা ভুৱা চিকিৎসক কৰ্মকাৰে নিউ মাতৃ ক্লিনিক নামৰ ফাৰ্মাচীখনত চলাই আহিছিল চিকিৎসা ।

আৰক্ষীয়ে আটক কৰিলে ভূৱা চিকিৎসক

লগতে আন এটা বাতৰি- বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

লখিমপুৰত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ফাৰ্মাচি। এই ফাৰ্মাচি খুলি ভুৱা অনুজ্ঞা পত্ৰৰে বিভিন্ন জটিল ৰোগৰ চিকিৎসা চলাই আহিছে ভূৱা চিকিৎসকে। লখিমপুৰ একাংশ সংগঠনৰ ত্ৎপৰতাত মঙলবাৰে আৰক্ষীয়ে আটক কৰিলে ভূৱা চিকিৎসক এছ কে কৰ্মকাৰক। দীৰ্ঘদিনৰ পৰা ভুৱা চিকিৎসক কৰ্মকাৰে নিউ মাতৃ ক্লিনিকত চলাই আহিছিল বেহা। লিলাবাৰী ৰোডত ভূৱা চিকিৎসা চলোৱাএছ কে কৰ্মকাৰক আটক কৰি নঠি পত্ৰ জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.