ETV Bharat / state

চিচি টেকেলিফুটা মথাউৰিলৈ আহিছে ভয়াৱহ বিপদ!

author img

By

Published : Aug 5, 2019, 1:05 PM IST

কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ নামত আৰম্ভ কৰা লুণ্ঠনে চিচি টেকেলিফুটা মথাউৰিলৈ কঢ়িয়াই আনিছে ভয়াৱহ বিপদৰ অশনি সংকেত ।

চিচি টেকেলিফুটা মথাউৰিলৈ আহিছে ভয়াৱহ বিপদ

ঢকুৱাখনা, 5 আগষ্টঃ ৰাজ্যৰ জলসম্পদ বিভাগৰ দুৰ্বল স্থিতিৰ সুযোগ লৈ বাংগালুৰুৰৰ য়াজুকা ইণ্ডিয়া নামৰ কোম্পানীয়েটোৰ লেহেমিয়া কামে এতিয়া বিপদ মাতি আনিছে চিচি টেকেলিফুটা মথাউৰিলৈ ৷ বিধ্বস্ত মথাউৰি পৰিদৰ্শন-নিৰ্মাণক লৈ ৰাজ্য চৰকাৰৰ উদাসীন নীতিৰ বাবে পুনৰ ঢকুৱাখনা-মাজুলীৰ ভৌগলিক অস্তিত্বক নিঃচিহ্ন কৰি পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰে মিলি মথাউৰি নিৰ্মাণ আৰু খহনীয়া ৰোধৰ নামত অনিয়মৰ আশ্ৰয় লোৱাত এতিয়া চপৰা চপৰে খহিছে বৰলুইতৰ পাৰ। লুইতৰ বুকুত জাহ গৈছে জিঅ’ এপ্ৰন, জিঅ’ বেগ আৰু জিঅ’ মেট্ৰেছ। নিৰ্মীয়মান চিচি-টেকেলিফুটা মথাউৰীৰ ঢকুৱাখনাৰ মদাৰগুৰি অংশত এনেদৰে জিঅ’ এপ্ৰন,জিঅ’ বেগ আৰু জিঅ’ মেট্ৰেছ বৰলুইতৰ সামান্য বাঢ়নী পানীত উটি যোৱাত এতিয়া টোপনি হৰিছে ঢকুৱাখনাবাসীৰ।

চিচি টেকেলিফুটা মথাউৰিলৈ আহিছে ভয়াৱহ বিপদ

উল্লেখযোগ্য যে,ঢকুৱাখনা আৰু উজনি মাজুলীৰ সুৰক্ষা কৱচ হৈছে চিচি-টেকেলিফুটা মথাউৰি। এতিয়া এই মথাউৰিটো ভাগিলে ভয়াৱহ বানৰ কৱলত পৰিব ঢকুৱাখনা আৰু উজনি মাজুলীৰ বৃহৎ অংশ। পূৰ্বতে এই মথাউৰি ভাঙি যোৱাৰ ফলত বৰলুইতৰ বানে ঢকুৱাখনা আৰু উজনি মাজুলীৰ ভৌগলিক অস্তিত্বৰ পৰিকাঠামো সলনি কৰিছিল। সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বান প্ৰৱন্ধন আঁচনিৰ অধীনত ১৫৫ কোটি টকা আৱণ্টন দি মথাউৰিটোত জিঅ’ টিউব,জিঅ’ এপ্ৰন,জিঅ’ মেট্ৰেচ,জিঅ’ মেট স্থাপন,ওখ,সৱলীকৰণ আৰু খহনীয়া ৰোধৰ বাবে ঠিকা দিয়া হৈছিল বাংগালুৰুৰ য়াজুকা ইণ্ডিয়া নামৰ এটা কোম্পানীক। বিগত চাৰি বছৰে কোম্পানীটোৰ লগতে স্থানীয় ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ইপিনে সময়মতে আৱন্টিত ধন আদায় নোপোৱাৰ অজুহাত দেখুৱাই কাম এৰি বহুবাৰ পলায়ন কৰিছে এই কোম্পানীটোৱে। এতিয়া মূল মথাউৰিৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত মদাৰগুৰি অংশত সৃষ্টি হোৱা এই প্ৰায় ১০০ মিটাৰ খহনীয়াত জিঅ’ টিউব,জিঅ’মেট্ৰেচ উটি যোৱা পৰিলক্ষিত হৈছে । মাত্ৰ এদিনৰ ভিতৰতে লুইতৰ বুকুত এনেদৰে জিঅ’ টিউব,জিঅ’ এপ্ৰন,জিঅ’ মেট্ৰেচ,জিঅ’ মেট জাহ যোৱাৰ দৃশ্যই আতংকিত কৰি তুলিছে নৈ পৰীয়া জনতাক।

বাহিৰাগত কোম্পানী য়াজুকা আৰু ঢকুৱাখনা জলসম্পদে মথাউৰী সুৰক্ষাৰ নামত কৰা লৰা-ধেমালিৰ ফলত বাৰিষাৰ বানে সংঘটিত কৰিব পৰা অনাকাংক্ষিত বিপদে আতংকিত কৰিছে ঢকুৱাখনাবাসীক। সেয়ে এতিয়া ক্ষোভত ঢকুৱাখনাৰ জনতাই মথাউৰিটো নিৰ্মাণৰ বেলিকা বিভাগক কোম্পানীটোৰ কাম কাজৰ ওপৰত নজৰ দিয়াৰ লগতে খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Intro:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ দুর্বল স্থিতিৰ সুযোগ লৈ বাংগালুৰুৰ এটা কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি ৰূপায়ণৰ নামত আৰম্ভ কৰা লুণ্ঠনে চিচি টেকেলিফুটা মথাউৰিলৈ কঢ়িয়াই আনিছে ভয়াৱহ বিপদৰ অশনি সংকেত।কেৱল বাৰিষাৰ সময় চোৱাত ৰাজ্যেৰ বিধ্বস্ত মথাউৰি পৰিদৰ্শন-নিৰ্মানক লৈ লৰাধপৰা কৰা ৰাজ্য চৰকাৰৰ উদাসীন নীতিৰ বাবে পুনৰ ঢকুৱাখনা-মাজুলীৰ ভৌগলিক অস্তিত্বক নি:চিহ্ন কৰি পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।কাৰণ চৰকাৰ তথা চৰকাৰী জলসম্পদ বিভাগটোৰ চকুৰ সন্মুখতে ঠিকাদৰী প্ৰতিষ্ঠান য়াজুকা ইণ্ডিয়াৰ সৈতে মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰে মিলি মথাউৰী নিৰ্মাণ আৰু খননীয়া ৰোধৰ নামত অনিয়মৰ আশ্ৰয় লোৱাত এতিয়া এতিয়া চপৰা চপৰে খহিছে বৰলুইতৰ পাৰ।লুইতৰ বুকুত জাহ গৈছে জিঅ এপ্ৰন,জিঅ বেগ আৰু জিঅ মেট্ৰেছ।নিৰ্মীয় মান চিচি-টেকেলিফুটা মথাউৰীৰ ঢকুৱাখনাৰ মদাৰগুৰি অংশত এনেদৰে জিঅ এপ্ৰন,জিঅ বেগ আৰু জিঅ মেট্ৰেছ বৰলুইতৰ সামান্য বাঢ়নী পানীতে উটি যোৱাত টোপনি হৰিছে ঢকুৱাখনাবাসীৰ।উল্লেখযোগ্য যে,ঢকুৱাখনা আৰু উজনি মাজুলীৰ সুৰক্ষা কৱচ চিচি-টেকেলিফুটা মথাউৰী।এই মথাউৰীটো ভাগিলে ভয়াবহ বানৰ কৱলত পৰিব ঢকুৱাখনা আৰু উজনি মাজুলীৰ এটা বৃহৎ অংশ।পূৰ্বতে এই মথাউৰী ভাঙি বহুবাৰ বৰলুইতৰ বানে টছনছ কৰিছিল ঢকুৱাখনা আৰু উজনিমাজুলীৰ ভৌগলিক অস্তিত্ব।সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বান প্ৰৱন্ধন আঁচনিৰ অধীনত ১৫৫ কোটি টকা আৱণ্টন দি মথাউৰীটোত জিঅ টিউব,জিঅ এপ্ৰন,জিঅ মেট্ৰেচ ,জিঅ মেট স্থাপন,ওখ,সৱলীকৰন আৰু খহনীয়া ৰোধৰ বাবে ঠিকা দিয়া হৈছিল বাংগালুৰুৰ য়াজুকা ইণ্ডিয়া নামৰ এটা কোম্পানীক।কিন্তু কেন্দ্ৰীয় চৰকাৰে এই আচঁনিখন বিলুপ্তি ঘটাবৰ বিচৰা সুযোগলৈ বিগত চাৰি বছৰে বহুৱালী কৰি অহা কোম্পানীটোৱে স্থানীয় ঠিকাদাৰে মিলি এতিয়া কেৱল নিম্ন মানৰ কামেৰে পালমাৰী আহিছে।সময়মতে আৱন্তীত ধন আদায় নোপোৱাৰ আজুহাতত কাম এৰি বহুবাৰ পলায়ন কৰিছে এই কোম্পানীটোৱে।অনুৰূপ অজুহাতত কাম বন্ধ কৰি ৰখা কোম্পানীটোৱে আনহে নালাগে অতি স্পৰ্শকাতৰ এলেকা সমূহতো পালমাৰি কাম কৰি এৰি যোৱাৰ বাবে এতিয়া লুইতৰ সামান্য বাঢ়নী পানীতেই প্ৰৱল খহনীয়া সৃষ্টি হৈছে।মূল মথাউৰীৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত মদাৰগুৰি অংশত সৃষ্টি হোৱা এই প্ৰায় ১০০ মিটাৰ খনীয়াত জিঅ টিউব, জিঅ মেট্ৰেচ উটি যোৱাৰ পৰিলক্ষিত হৈছে।কামৰ বেলিকা কোম্পানীটোৱে এনেদৰে পালমাৰাৰ ফলত এনেদৰে জিঅ টিউব জিঅ মেট্ৰেচ উটি মথাৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে।মাত্ৰ এদিনৰ ভিতৰতে লুইতৰ বুকুত এনেদৰে জিঅ টিউব,জিঅ এপ্ৰন,জিঅ মেট্ৰেচ ,জিঅ মেট জাহ যোৱা দৃশ্যই আতংকিত কৰি তুলিছে নৈ পৰীয়া জনতাক।এনে হলে যিকোনো মুহূৰ্ততে বানৰ আশংকা থকা এনে সময়ত বাৰিষাৰ বানত মথাউৰীটো এটা বৃহৎ অংশ খহি পৰাটো নিশ্চিত।চকুৰ সন্মুখত এনে ভয়াৱহ সংকট দেখিও শুই বহি কটাইছে পৰিবৰ্তনকামী চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী।এইক্ষেত্ৰত কোনোধৰণৰ তৎপৰতা প্ৰদশ ন কৰা নাই ঢকুৱাখনা জলসম্পদে।যাৱতীয় সুবিধা নথকাৰ অজুহাতত হাত সাৱটি বহি থকা বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ জিৰণি কোঠাৰ নাতিদূৰতে আলৈ-আথনি হৈ পৰি আছে আৰ চি চি পাৰকুপাইন।কেইডালমান প
আৰ চি চি পাৰকুপাইন খহনীয়া স্থানত পেলাই দিলেই সাময়িক ভাৱে খহনীয়া ৰোধ কৰিব পৰা যাব যদিও এই কামটোকে নিজকৈ কৰিব পৰা নাই ঢকুৱাখনা জলসম্পদে।আনকি কোম্পানীটোকো কাম কৰিবলৈ বাধ্য কৰিব পৰা নাই।বাহিৰাগত কোম্পানী য়াজুকা আৰু ঢকুৱাখনা জলসম্পদে মথাউৰী সুৰক্ষাৰ নামত কৰা লৰা-ধেমালিৰ ফলত বাৰিষাৰ বানে সংঘটিত কৰিব পৰা অনাকাংক্ষিত বিপদে বকুৰ কঁপনি তুলিছে ঢকুৱাখনীয়াৰ।সেয়ে এতিয়া ক্ষোভত জ্বলি ঢকুৱাখনীয়াই মথাউৰী টো নিৰ্মাণৰ বেলিকা বিভাগক কোম্পানীটোৰ কাম কাজ নজৰ দিয়াৰ লগতে খহনীয়া ৰোধৰ দাবী জনাইছে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
Body:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ দুর্বল স্থিতিৰ সুযোগ লৈ বাংগালুৰুৰ এটা কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি ৰূপায়ণৰ নামত আৰম্ভ কৰা লুণ্ঠনে চিচি টেকেলিফুটা মথাউৰিলৈ কঢ়িয়াই আনিছে ভয়াৱহ বিপদৰ অশনি সংকেত।কেৱল বাৰিষাৰ সময় চোৱাত ৰাজ্যেৰ বিধ্বস্ত মথাউৰি পৰিদৰ্শন-নিৰ্মানক লৈ লৰাধপৰা কৰা ৰাজ্য চৰকাৰৰ উদাসীন নীতিৰ বাবে পুনৰ ঢকুৱাখনা-মাজুলীৰ ভৌগলিক অস্তিত্বক নি:চিহ্ন কৰি পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।কাৰণ চৰকাৰ তথা চৰকাৰী জলসম্পদ বিভাগটোৰ চকুৰ সন্মুখতে ঠিকাদৰী প্ৰতিষ্ঠান য়াজুকা ইণ্ডিয়াৰ সৈতে মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰে মিলি মথাউৰী নিৰ্মাণ আৰু খননীয়া ৰোধৰ নামত অনিয়মৰ আশ্ৰয় লোৱাত এতিয়া এতিয়া চপৰা চপৰে খহিছে বৰলুইতৰ পাৰ।লুইতৰ বুকুত জাহ গৈছে জিঅ এপ্ৰন,জিঅ বেগ আৰু জিঅ মেট্ৰেছ।নিৰ্মীয় মান চিচি-টেকেলিফুটা মথাউৰীৰ ঢকুৱাখনাৰ মদাৰগুৰি অংশত এনেদৰে জিঅ এপ্ৰন,জিঅ বেগ আৰু জিঅ মেট্ৰেছ বৰলুইতৰ সামান্য বাঢ়নী পানীতে উটি যোৱাত টোপনি হৰিছে ঢকুৱাখনাবাসীৰ।উল্লেখযোগ্য যে,ঢকুৱাখনা আৰু উজনি মাজুলীৰ সুৰক্ষা কৱচ চিচি-টেকেলিফুটা মথাউৰী।এই মথাউৰীটো ভাগিলে ভয়াবহ বানৰ কৱলত পৰিব ঢকুৱাখনা আৰু উজনি মাজুলীৰ এটা বৃহৎ অংশ।পূৰ্বতে এই মথাউৰী ভাঙি বহুবাৰ বৰলুইতৰ বানে টছনছ কৰিছিল ঢকুৱাখনা আৰু উজনিমাজুলীৰ ভৌগলিক অস্তিত্ব।সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বান প্ৰৱন্ধন আঁচনিৰ অধীনত ১৫৫ কোটি টকা আৱণ্টন দি মথাউৰীটোত জিঅ টিউব,জিঅ এপ্ৰন,জিঅ মেট্ৰেচ ,জিঅ মেট স্থাপন,ওখ,সৱলীকৰন আৰু খহনীয়া ৰোধৰ বাবে ঠিকা দিয়া হৈছিল বাংগালুৰুৰ য়াজুকা ইণ্ডিয়া নামৰ এটা কোম্পানীক।কিন্তু কেন্দ্ৰীয় চৰকাৰে এই আচঁনিখন বিলুপ্তি ঘটাবৰ বিচৰা সুযোগলৈ বিগত চাৰি বছৰে বহুৱালী কৰি অহা কোম্পানীটোৱে স্থানীয় ঠিকাদাৰে মিলি এতিয়া কেৱল নিম্ন মানৰ কামেৰে পালমাৰী আহিছে।সময়মতে আৱন্তীত ধন আদায় নোপোৱাৰ আজুহাতত কাম এৰি বহুবাৰ পলায়ন কৰিছে এই কোম্পানীটোৱে।অনুৰূপ অজুহাতত কাম বন্ধ কৰি ৰখা কোম্পানীটোৱে আনহে নালাগে অতি স্পৰ্শকাতৰ এলেকা সমূহতো পালমাৰি কাম কৰি এৰি যোৱাৰ বাবে এতিয়া লুইতৰ সামান্য বাঢ়নী পানীতেই প্ৰৱল খহনীয়া সৃষ্টি হৈছে।মূল মথাউৰীৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত মদাৰগুৰি অংশত সৃষ্টি হোৱা এই প্ৰায় ১০০ মিটাৰ খনীয়াত জিঅ টিউব, জিঅ মেট্ৰেচ উটি যোৱাৰ পৰিলক্ষিত হৈছে।কামৰ বেলিকা কোম্পানীটোৱে এনেদৰে পালমাৰাৰ ফলত এনেদৰে জিঅ টিউব জিঅ মেট্ৰেচ উটি মথাৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে।মাত্ৰ এদিনৰ ভিতৰতে লুইতৰ বুকুত এনেদৰে জিঅ টিউব,জিঅ এপ্ৰন,জিঅ মেট্ৰেচ ,জিঅ মেট জাহ যোৱা দৃশ্যই আতংকিত কৰি তুলিছে নৈ পৰীয়া জনতাক।এনে হলে যিকোনো মুহূৰ্ততে বানৰ আশংকা থকা এনে সময়ত বাৰিষাৰ বানত মথাউৰীটো এটা বৃহৎ অংশ খহি পৰাটো নিশ্চিত।চকুৰ সন্মুখত এনে ভয়াৱহ সংকট দেখিও শুই বহি কটাইছে পৰিবৰ্তনকামী চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী।এইক্ষেত্ৰত কোনোধৰণৰ তৎপৰতা প্ৰদশ ন কৰা নাই ঢকুৱাখনা জলসম্পদে।যাৱতীয় সুবিধা নথকাৰ অজুহাতত হাত সাৱটি বহি থকা বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ জিৰণি কোঠাৰ নাতিদূৰতে আলৈ-আথনি হৈ পৰি আছে আৰ চি চি পাৰকুপাইন।কেইডালমান প
আৰ চি চি পাৰকুপাইন খহনীয়া স্থানত পেলাই দিলেই সাময়িক ভাৱে খহনীয়া ৰোধ কৰিব পৰা যাব যদিও এই কামটোকে নিজকৈ কৰিব পৰা নাই ঢকুৱাখনা জলসম্পদে।আনকি কোম্পানীটোকো কাম কৰিবলৈ বাধ্য কৰিব পৰা নাই।বাহিৰাগত কোম্পানী য়াজুকা আৰু ঢকুৱাখনা জলসম্পদে মথাউৰী সুৰক্ষাৰ নামত কৰা লৰা-ধেমালিৰ ফলত বাৰিষাৰ বানে সংঘটিত কৰিব পৰা অনাকাংক্ষিত বিপদে বকুৰ কঁপনি তুলিছে ঢকুৱাখনীয়াৰ।সেয়ে এতিয়া ক্ষোভত জ্বলি ঢকুৱাখনীয়াই মথাউৰী টো নিৰ্মাণৰ বেলিকা বিভাগক কোম্পানীটোৰ কাম কাজ নজৰ দিয়াৰ লগতে খহনীয়া ৰোধৰ দাবী জনাইছে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
Conclusion:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ দুর্বল স্থিতিৰ সুযোগ লৈ বাংগালুৰুৰ এটা কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি ৰূপায়ণৰ নামত আৰম্ভ কৰা লুণ্ঠনে চিচি টেকেলিফুটা মথাউৰিলৈ কঢ়িয়াই আনিছে ভয়াৱহ বিপদৰ অশনি সংকেত।কেৱল বাৰিষাৰ সময় চোৱাত ৰাজ্যেৰ বিধ্বস্ত মথাউৰি পৰিদৰ্শন-নিৰ্মানক লৈ লৰাধপৰা কৰা ৰাজ্য চৰকাৰৰ উদাসীন নীতিৰ বাবে পুনৰ ঢকুৱাখনা-মাজুলীৰ ভৌগলিক অস্তিত্বক নি:চিহ্ন কৰি পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।কাৰণ চৰকাৰ তথা চৰকাৰী জলসম্পদ বিভাগটোৰ চকুৰ সন্মুখতে ঠিকাদৰী প্ৰতিষ্ঠান য়াজুকা ইণ্ডিয়াৰ সৈতে মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলেৰ ঘনিষ্ঠ ঠিকাদাৰে মিলি মথাউৰী নিৰ্মাণ আৰু খননীয়া ৰোধৰ নামত অনিয়মৰ আশ্ৰয় লোৱাত এতিয়া এতিয়া চপৰা চপৰে খহিছে বৰলুইতৰ পাৰ।লুইতৰ বুকুত জাহ গৈছে জিঅ এপ্ৰন,জিঅ বেগ আৰু জিঅ মেট্ৰেছ।নিৰ্মীয় মান চিচি-টেকেলিফুটা মথাউৰীৰ ঢকুৱাখনাৰ মদাৰগুৰি অংশত এনেদৰে জিঅ এপ্ৰন,জিঅ বেগ আৰু জিঅ মেট্ৰেছ বৰলুইতৰ সামান্য বাঢ়নী পানীতে উটি যোৱাত টোপনি হৰিছে ঢকুৱাখনাবাসীৰ।উল্লেখযোগ্য যে,ঢকুৱাখনা আৰু উজনি মাজুলীৰ সুৰক্ষা কৱচ চিচি-টেকেলিফুটা মথাউৰী।এই মথাউৰীটো ভাগিলে ভয়াবহ বানৰ কৱলত পৰিব ঢকুৱাখনা আৰু উজনি মাজুলীৰ এটা বৃহৎ অংশ।পূৰ্বতে এই মথাউৰী ভাঙি বহুবাৰ বৰলুইতৰ বানে টছনছ কৰিছিল ঢকুৱাখনা আৰু উজনিমাজুলীৰ ভৌগলিক অস্তিত্ব।সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বান প্ৰৱন্ধন আঁচনিৰ অধীনত ১৫৫ কোটি টকা আৱণ্টন দি মথাউৰীটোত জিঅ টিউব,জিঅ এপ্ৰন,জিঅ মেট্ৰেচ ,জিঅ মেট স্থাপন,ওখ,সৱলীকৰন আৰু খহনীয়া ৰোধৰ বাবে ঠিকা দিয়া হৈছিল বাংগালুৰুৰ য়াজুকা ইণ্ডিয়া নামৰ এটা কোম্পানীক।কিন্তু কেন্দ্ৰীয় চৰকাৰে এই আচঁনিখন বিলুপ্তি ঘটাবৰ বিচৰা সুযোগলৈ বিগত চাৰি বছৰে বহুৱালী কৰি অহা কোম্পানীটোৱে স্থানীয় ঠিকাদাৰে মিলি এতিয়া কেৱল নিম্ন মানৰ কামেৰে পালমাৰী আহিছে।সময়মতে আৱন্তীত ধন আদায় নোপোৱাৰ আজুহাতত কাম এৰি বহুবাৰ পলায়ন কৰিছে এই কোম্পানীটোৱে।অনুৰূপ অজুহাতত কাম বন্ধ কৰি ৰখা কোম্পানীটোৱে আনহে নালাগে অতি স্পৰ্শকাতৰ এলেকা সমূহতো পালমাৰি কাম কৰি এৰি যোৱাৰ বাবে এতিয়া লুইতৰ সামান্য বাঢ়নী পানীতেই প্ৰৱল খহনীয়া সৃষ্টি হৈছে।মূল মথাউৰীৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত মদাৰগুৰি অংশত সৃষ্টি হোৱা এই প্ৰায় ১০০ মিটাৰ খনীয়াত জিঅ টিউব, জিঅ মেট্ৰেচ উটি যোৱাৰ পৰিলক্ষিত হৈছে।কামৰ বেলিকা কোম্পানীটোৱে এনেদৰে পালমাৰাৰ ফলত এনেদৰে জিঅ টিউব জিঅ মেট্ৰেচ উটি মথাৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে।মাত্ৰ এদিনৰ ভিতৰতে লুইতৰ বুকুত এনেদৰে জিঅ টিউব,জিঅ এপ্ৰন,জিঅ মেট্ৰেচ ,জিঅ মেট জাহ যোৱা দৃশ্যই আতংকিত কৰি তুলিছে নৈ পৰীয়া জনতাক।এনে হলে যিকোনো মুহূৰ্ততে বানৰ আশংকা থকা এনে সময়ত বাৰিষাৰ বানত মথাউৰীটো এটা বৃহৎ অংশ খহি পৰাটো নিশ্চিত।চকুৰ সন্মুখত এনে ভয়াৱহ সংকট দেখিও শুই বহি কটাইছে পৰিবৰ্তনকামী চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী।এইক্ষেত্ৰত কোনোধৰণৰ তৎপৰতা প্ৰদশ ন কৰা নাই ঢকুৱাখনা জলসম্পদে।যাৱতীয় সুবিধা নথকাৰ অজুহাতত হাত সাৱটি বহি থকা বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ জিৰণি কোঠাৰ নাতিদূৰতে আলৈ-আথনি হৈ পৰি আছে আৰ চি চি পাৰকুপাইন।কেইডালমান প
আৰ চি চি পাৰকুপাইন খহনীয়া স্থানত পেলাই দিলেই সাময়িক ভাৱে খহনীয়া ৰোধ কৰিব পৰা যাব যদিও এই কামটোকে নিজকৈ কৰিব পৰা নাই ঢকুৱাখনা জলসম্পদে।আনকি কোম্পানীটোকো কাম কৰিবলৈ বাধ্য কৰিব পৰা নাই।বাহিৰাগত কোম্পানী য়াজুকা আৰু ঢকুৱাখনা জলসম্পদে মথাউৰী সুৰক্ষাৰ নামত কৰা লৰা-ধেমালিৰ ফলত বাৰিষাৰ বানে সংঘটিত কৰিব পৰা অনাকাংক্ষিত বিপদে বকুৰ কঁপনি তুলিছে ঢকুৱাখনীয়াৰ।সেয়ে এতিয়া ক্ষোভত জ্বলি ঢকুৱাখনীয়াই মথাউৰী টো নিৰ্মাণৰ বেলিকা বিভাগক কোম্পানীটোৰ কাম কাজ নজৰ দিয়াৰ লগতে খহনীয়া ৰোধৰ দাবী জনাইছে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.