ETV Bharat / state

আৰক্ষী চকীৰ কদৰ্য ৰূপঃ ছাদ ভাঙি আঘাতপ্ৰাপ্ত জোৱান

জৰাজীৰ্ণ হৈ পৰা বেৰেকৰ পুনৰ নিৰ্মাণৰ বাবে আৰক্ষীৰ শীৰ্ষ মহলে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা ৷ যাৰ ফলত আজি এইদৰে সুৰক্ষাত নিয়োজিত জোৱানসকল আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় ৷

author img

By

Published : Jun 1, 2019, 6:36 PM IST

আৰক্ষী চকীৰ কদৰ্য ৰূপঃ ছাদ ভাঙি আঘাতপ্ৰাপ্ত জোৱান

বিহপুৰীয়া, 1 জুনঃ যিটো সময়ত আৰক্ষীৰ আধুনিকীকৰণৰ কথা বাৰাম্বাৰ উত্থাপিত হৈ আহিছে সেই সময়তে নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত সংঘটিত এক দুৰ্ঘটনাই আৰক্ষীৰ আধুনিকীকৰণ ছবিখনকে প্ৰকট কৰিছে ৷

অধিক পঢ়কঃ জয়দ্বীপ হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক

নাৰায়নপুৰ আৰক্ষী চকীত থকা বেৰেকত শনিবাৰে জিৰণি লৈ থকাৰ সময়তে আৰক্ষী জোৱানসকলৰ গাত বেৰেকৰ ছাদ ভাঙি পৰে ৷ ফলত দুজনকৈ জোৱান আহত হয় ৷ জৰাজীৰ্ণ হৈ পৰা বেৰেকৰ পুনৰ নিৰ্মাণৰ বাবে আৰক্ষীৰ শীৰ্ষ মহলে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা ৷ যাৰ ফলত আজি এইদৰে সুৰক্ষাত নিয়োজিত জোৱানসকল আঘাতপ্ৰাপ্ত হ'বলগীয়া হয় ৷ ভৱিষ্যতে বেৰেকৰ নিৰ্মাণকাৰ্য আৰম্ভ নকৰিলে যিকোনো মূহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে জোৱানসকলে ৷

Intro:নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত অঘটন৷
আৰক্ষী চকীৰ গৃহৰ চাদ ভাগি আহত আৰক্ষীৰ জোৱান৷Body:নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত অঘটন৷
আৰক্ষী চকীৰ গৃহৰ চাদ ভাগি আহত আৰক্ষীৰ জোৱান৷
গুৰুত্ব দিয়া নাছিল অসম আৰক্ষীয়ে ৷
আজি বেটেলিয়ন থকা ঘৰটোৰ হঠাৎ চিলিং ভাগি পৰে আৰক্ষীৰ বেটেলিয়ন সকলৰ মূৰৰ ওপৰত ৷
দুজনকৈ বেটেলিয়ন কম-বেছি পৰিমানে আহত ৷ জৰাজীৰ্ণ অৱস্থাত আছিল আৰক্ষীৰ বেটেলিয়ন থকা বাসগৃহটো৷
ৰাইজৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীয়েই চৰম নিৰাপত্তাহীনতাত৷
ভয়-শংকাৰ মাজতেই দিন কটাইছে
নাৰায়ণপুৰৰ এইখন আৰক্ষী চকীৰ আৰক্ষীয়ে ৷
যিকোনো মূহুৰ্ততে ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ সম্ভাৱনা৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.