ETV Bharat / state

নাহৰআটি থানত এমাহৰ ভিতৰত বেদখলযুক্ত ৬০ বিঘা ভূমিত উচ্ছেদ অভিযান: মুখ্যমন্ত্ৰী সোণোৱাল - CM sonowal at lakhimpur bihpuriya

এমাহৰ ভিতৰত উচ্ছেদ কৰা হ'ব নাহৰআটি থানত বেদখল হৈ থকা ৬০ বিঘা ভূমি ৷ মহাপুৰুষ অনিৰুদ্ধ দেৱৰ সমাধি নাহৰআটি থানত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

নাহৰআটি থান
নাহৰআটি থানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Feb 2, 2020, 11:33 PM IST

লখিমপুৰ, 2 ফেব্ৰুৱাৰীঃ দেওবাৰে লখিমপুৰ বিহপুৰীয়াৰ উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মায়ামৰা সমাজৰ ৩৫ সংখ্যক সমাৰোহত উপস্থিত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী উপস্থিত হ'ল মহাপুৰুষ অনিৰুদ্ধ দেৱৰ সমাধি নাহৰআটি থানত ।

নাহৰআটি থান
নাহৰআটি থানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল
নাহৰআটি থান
নাহৰআটি থানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

সমাধিস্থানত সেৱা জনাই হাজাৰ হাজাৰ লোকক সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা এমাহৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিব থানৰ বেদখল হৈ থকা ৬০ বিঘা ভূমি । লখিমপুৰ উপায়ুক্তক এই নিৰ্দেশনা দি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিছাৰিলে ৰাইজৰ সহযোগিতা ।

আনহাতে, উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ২০২০-২১ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিব অনিৰুদ্ধ দেৱৰ নামত এক বিশেষ বঁটা ।

আৰু পঢ়কঃ বটদ্ৰৱাত নামতীৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকা

Intro:দেওবাৰে লখিমপুৰ বিহপুৰীয়াৰ উপস্থিত হল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

Body:মায়ামৰা সমাজৰ ৩৫ সংখ্যক সমাৰোহত উপস্থিত হোৱাৰ পূৱে মুখ্য মন্ত্ৰী উপস্থিত হল মহাপুৰুষ অনিৰুদ্ধ দেৱৰ সমাধী নাহৰ আটি থানত। সমাধী স্থানত সেৱা জনাই। হাজাৰ হাজাৰ লোকক সম্বোধন কৰি মুখ্যমন্ত্ৰী ৰ ঘোষণা
এমাহৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসনে বেদখল কৰিব থানৰ বেদখল হৈ থকা ৬০ বিঘা ভূমি। উপায়ুক্ত ক এই নিৰ্দেশনা দি মুখ্য মন্ত্ৰী য়ে এই ক্ষেত্ৰত বিছাৰিলে ৰাইজৰ সহযোগিতা।

Conclusion:লগতে মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিলে ২০২০-২১ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিব অনিৰুদ্ধ দেৱৰ নামত বিশেষ বটা।

RTP FORMATE
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.