ETV Bharat / state

ঢোল, পেঁপা, গগনাৰ শব্দত উখল মাখল ঢকুৱাখনা

author img

By

Published : Apr 14, 2019, 3:21 PM IST

ৰাজ্যৰ চুক-কোণৰ লগতে লখিমপুৰৰ ঢকুৱাখনাতো দেখা গ'ল ৰঙালী বিহুৰ ব্যাপক উচাহ । ডেকা-গাভৰুৰ বিহুৰ সুৰত মুখৰিত হৈ উঠিল সমগ্ৰ অঞ্চল ।

etv bharat

ঢকুৱাখনা, 14 এপ্ৰিলঃ এতিয়া ৰাজ্যৰ চৌদিশে মাথো ৰঙালীৰ উচাহ । ঢোল, টকা,পেঁপা আৰু গগনাৰ মাতত মুখৰিত পৰিৱেশ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙালীক আদৰিবলৈ পিছপৰি ৰোৱা নাই ঢকুৱাখনাবাসী । ঢকুৱাখনা টিম জালভাৰীৰ উদ্যোগত ওলাই আহিল উজনিৰ জালভাৰীৰ ডেকা-গাভৰু আৰু চেমনীয়া সকল । ঢোলৰ চেৱত, বিহু গীতৰ সুৰত ডেকা-গাভৰু সকলোৱে আদৰণি জনালে হেঁপাহৰ বিহুটিক ।

ঢোল, পেঁপা, গগনাৰ শব্দত উখল মাখল ঢকুৱাখানা

Intro:এতিয়া ৰাজ্যৰ চৌদিশে ৰঙালীৰ উচাহ।ঢোল, টকা,পেঁপা আৰু গগনাৰ মাতত মুখৰ আকাশ বতাহ।এইক্ষেত্ৰত পিছপৰি থকা নাই ঢকুৱাখনা খনা।ৰঙালী ৰ উচাহত বহাগ ক আদৰিবলৈ ঢকুৱাখনা টিম জালভৰীয়াৰ উদ্যোগ ত ওলাই আহিল উজনি জালভাৰীৰ ডেকা গাভৰু চেমনীয়া সকলো।সকলোৱে বহাগ ৰ আনন্দত এপাক কঁকাল ঘূৰাই নাচি এইদৰেই হেঁপাহৰ ৰঙালীক জনালে আদৰণি।Body:এতিয়া ৰাজ্যৰ চৌদিশে ৰঙালীৰ উচাহ।ঢোল, টকা,পেঁপা আৰু গগনাৰ মাতত মুখৰ আকাশ বতাহ।এইক্ষেত্ৰত পিছপৰি থকা নাই ঢকুৱাখনা খনা।ৰঙালী ৰ উচাহত বহাগ ক আদৰিবলৈ ঢকুৱাখনা টিম জালভৰীয়াৰ উদ্যোগ ত ওলাই আহিল উজনি জালভাৰীৰ ডেকা গাভৰু চেমনীয়া সকলো।সকলোৱে বহাগ ৰ আনন্দত এপাক কঁকাল ঘূৰাই নাচি এইদৰেই হেঁপাহৰ ৰঙালীক জনালে আদৰণি।Conclusion:Byte:স্থানীয় লোক।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.