লখিমপুৰ,10 ডিচেম্বৰঃৰাজ্যত ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলনে ৷ 9 ডিচেম্বৰৰ মাজনিশা লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত 10 ডিচেম্বৰৰ পুৱাৰে পৰা প্ৰতিবাদত স্তব্ধ হৈছে ৰাজ্য,অচল হৈ পৰিছে জন-জীৱন ৷
লখিমপুৰত আছুৰ ৰক্ত সংকল্প - লখিমপুৰত আছুৰ ৰক্ত সংকল্প
কেবৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ লোকসভাত কেব গৃহীত হোৱাৰ পাছতে প্ৰতিবাদত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জন জীৱন ৷ লখিমপুৰত তেজেৰে শ্ল'গান লিখি কেবৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷
![লখিমপুৰত আছুৰ ৰক্ত সংকল্প blood shed conflict by aasu in lakhimpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5326005-thumbnail-3x2-lakhimpur.jpg?imwidth=3840)
তেজেৰে কেব বিৰোধী শ্ল'গান লিখিলে আছুৱে
লখিমপুৰ,10 ডিচেম্বৰঃৰাজ্যত ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলনে ৷ 9 ডিচেম্বৰৰ মাজনিশা লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত 10 ডিচেম্বৰৰ পুৱাৰে পৰা প্ৰতিবাদত স্তব্ধ হৈছে ৰাজ্য,অচল হৈ পৰিছে জন-জীৱন ৷
তেজেৰে কেব বিৰোধী শ্ল'গান লিখিলে আছুৱে
তেজেৰে কেব বিৰোধী শ্ল'গান লিখিলে আছুৱে
Intro:শ্বহীদ দীৱসৰ দিনটোত বন্ধৰ মাজতে লখিমপুৰ ৰ আছুৰ ৰক্ত সংকল্প।
Body:শ্বহীদ বেদীত চাকি জ্বলাই। নিজৰ তেজেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধীতা কৰি লিখিলে লখিমপুৰ ৰ আছুৰ সদস্যই।
Conclusion:জয় আই অসম, কেব আমি নামানো আদি শ্লগান তেজেৰে লিখি আছুৱে সকিয়নী দিলে চৰকাৰক।
Body:শ্বহীদ বেদীত চাকি জ্বলাই। নিজৰ তেজেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধীতা কৰি লিখিলে লখিমপুৰ ৰ আছুৰ সদস্যই।
Conclusion:জয় আই অসম, কেব আমি নামানো আদি শ্লগান তেজেৰে লিখি আছুৱে সকিয়নী দিলে চৰকাৰক।