ETV Bharat / state

নৈৰ সোঁতে বেঁকা কৰিলে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং

author img

By

Published : Jun 26, 2019, 4:39 PM IST

Updated : Jun 26, 2019, 4:48 PM IST

অপৈণত কাঠৰ খুঁটা ব্যৱহাৰৰ লগতে প্ৰয়োজন অনুসৰি খুঁটা নিদিয়াত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীয়ে বেঁকা কৰি পেলালে নৈখনৰ ওপৰত থকা দলঙৰ কেইবাটাও খুঁটা । ফলত মৰণত শৰণ দি দলঙেৰে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে ।

নৈৰ সোঁতে বেঁকা কৰিলে ১৬ লাখ টকীয়া বাঁহৰ দলং

ঢকুৱাখনা,26 জুন : গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাৰ চূড়ান্ত শিথিলতা সুযোগ লৈ ঠিকাদাৰে কৰি অহা দুৰ্নীতিৰ বাবে চাৰিকড়ীয়া নৈৰ সামান্য সোঁতে বেঁকা কৰি পেলালে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং । প্ৰাক-কলনৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি দলঙখনত অপৈণত কাঠৰ খুঁটা ব্যৱহাৰৰ লগতে প্ৰয়োজন অনুসৰি খুঁটা নিদিয়াত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীয়ে দলং খনৰ কেইবাটাও খুঁটা বেঁকা কৰি পেলোৱাৰ অভিযোগ ।

নিৰ্মাণৰ এবছৰতে প্ৰায় বিধ্বস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ হেলনীয়া হৈ বহি যোৱাত এতিয়া মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । চাৰিকড়ীয়া নৈৰ ওপৰত এই দলংখনেৰে ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ ১০ খনৰো অধিক গাঁৱৰ লোকে অতি বিপদসংকুলভাৱে চাৰিকড়ীয়া নৈ পাৰাপাৰ হৈ আহিছে ৷

উল্লেখ্য যে, ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ ৰাইজে চাৰিকড়ীয়া নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবী জনাই আহিছিল ৷ তাৰ পৰিপ্ৰক্ষিততে মন্ত্ৰী নৱ কুমাৰ দলেই বিগত বৰ্ষত পকী দলং নোহোৱা পৰ্যন্ত ৰাইজৰ চলাচলৰ বাবে চাৰিকড়ীয়াৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণৰ বাবে মোকলাই দিছিল বিশেষ পুঁজিৰ ১৬ লাখ টকা ৷ কিন্তু গড়কাপ্তানী বিভাগৰ নৰমস্থিতিৰ বাবে ঠিকাদাৰে অতি ক্ৰুটিপূৰ্ণভাৱে দলংখন নিৰ্মাণ কৰি এৰি যায় । ফলত কম সময়ৰ ভিতৰতে বিধস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ চাৰিকড়ীয়া নৈৰ সাধাৰণ সোঁততে কেইবাটাও খুঁটা বহি এঢলীয় হৈ যোৱাত অতি বিপদজনকভাৱে দলঙখনেৰে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ জনতা আৰু ছাত্ৰ-ছাত্ৰী ।

Intro:ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাৰ চূড়ান্ত শিথিলতা সুযোগ লৈ পথ-দলং নিৰ্মাণত ঠিকাদাৰে কৰি অহা দুৰ্নীতিৰ বাবে চাৰিকড়ীয়া নৈৰ সামান্য সোঁতে মহতিয়াই পেলালে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং।প্ৰাককলনৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি দলঙখনত অপনৈত কাঠৰ খুটা ব্যৱহাৰ আৰু প্ৰয়োজন অনুসৰি খুটা নোপোতাত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীৰে বহুৱাই বেকা কৰি পেললে দলং খনৰ কেইবাটাও খুটা।নিৰ্মাণৰ এবছৰতে প্ৰায় বিধ্বস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ হেলনীয়া হৈ বহি যোৱাত বিগত এসপ্তাহে পৰা মৰণত শৰণ দি বিপদসংকুল যাতায়ত কৰি আহিছে অঞ্চল বাসীয়ে।উল্লেখযোগ্য যে গোবিন্দপুৰৰ পৰা ভোমাজাৰণি হৈ মাতমৰালৈ যোৱাৰ পথত ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ ১০ খনৰো অধিক গাঁৱ আছে।এই পথটোৰ চাৰিকড়ীয়া নৈৰ ওপৰত এখন পকী দলং নথকাত ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ এই সকল লোকে অতি বিপদসংকুল ভাবে চাৰিকড়ীয়া নৈ পৰাপাৰ হৈ আহিছিল।সেয়ে গোবিন্দপূৰ মাতমৰা পথত চাৰিকড়ীয়া নৈত এখন পকী দলঙৰ দাবী কৰি আহিছিল ঢকুৱাখনা-ধেমাজি বাসীয়ে।সেয়ে ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই বিগত বৰ্ষত পকী দলং নোহোৱা পৰ্যন্ত ৰাইজৰ চলাচলৰ বাবে চাৰিকড়ীয়াৰ ওপৰত এখন কল্ড ৱেদাৰ ব্ৰীজ নিৰ্মাণৰ বাবে বিশেষ পুঁজিৰ ১৬ লাখ টকা মোকোলাই দিছিল।কিন্তু গড়কাপ্তানী বিভাগৰ নৰমস্থিতি আৰু মন্ত্ৰী নৱ দলেৰ ঘনিষ্ঠতাৰ সুযোগ লৈ ঠিকাদাৰে অতি ক্ৰুটিপূৰ্ণ ভাৱে দলংখন নিৰ্মান কৰি এৰি যায়।ফলত কম সময়ৰ ভিতৰতে বিধস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ চাৰিকড়ীয়া নৈৰ সাধাৰণ সোঁততে কেইবাটাও খুটা বহি এঢলীয় হৈ যোৱাত অতি বিপদজননক ভাৱে দলং খন থিয় হৈ আছে।ফলত এতিয়া অতি বিপদজননক ভাৱে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ এলেকাটোৰ জনতা আৰু ছাত্ৰ-ছাত্ৰী।দলংখনৰ এনে বিধ্বস্ত অৱস্থাই যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকাহে ঘনীভূত কৰিছে।

ইফালে ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৩৬ কোটি টকা ব্যয়ৰে গোবিন্দপুৰৰ পৰা ভোমাজাৰণি হৈ মাতমৰা সংযোগী এই পথটো নিৰ্মাণৰ কাম ২০১৮ চনৰ ৫ এপ্ৰিলত আনুষ্ঠানিক ভাৱে নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।এই শুভাৰম্ভ কার্যসূচীত উপস্থিত আছিল অসম চৰকাৰৰ মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।ঠিকাদাৰী প্ৰতিষ্ঠান সাৰদা পজেক্ট লিমিটেডে নিৰ্মান কৰা ৮.১৬ কিলোমিটাৰ দৈঘ্য পথচোৱাত আছে ১০ টা কালভাৰ্ট আৰু ১১ খন পকী দলং।ইয়াৰে এখন নিৰ্মান হব চাৰিকৰিয়া নৈ সোঁতে মহতিয়াই পেলোৱা কল্ড ৱেডাৰ ব্ৰিজ খনৰ স্থানত।যি খন দলঙৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে সাৰদাই।কিন্তু গুৰুত্বপূৰ্ণ কথাটো হল
এটা নতুন পথ অথবা দলং নিৰ্মাণৰ পূৰ্বে জনতাৰ অসুবিধা নোহোৱাকৈ যাতায়তৰ যাবতীয় ব্যৱস্থা কৰি যাতায়ত সুচল কৰি ৰাখিব লাগে ঠিকাদাৰে।কিন্তু চাৰিকড়ীয়া নৈৰ ওপৰত পকী দলঙৰ নিৰ্মান আৰম্ভ হল যদিও সমীপৰ বিধস্ত দলংখন যাতায়তৰ সুচল কৰি তোলাৰ বাবে ব্যৱস্থা নকৰিলে ঠিকাদাৰী প্ৰতিষ্ঠান সাৰদাই।ফলত চাৰিকড়ীয়ানৈ সোঁতে মহতিয়াই পেলোৱাত এতিয়া আলৈ আহুকালেৰে সীমা নোহোৱা হৈছে স্থানীয় জনতাৰ।এইক্ষেত্ৰত গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰী কোম্পানীৰ উদাসীনতাৰ দেখি ক্ষোভত ফাটিছে স্থানীয় জনতা।কাৰণ যিকোনো মুহূৰ্ততে সংঘটিত হব পাৰে অনাকাংক্ষিত দুৰ্ঘটনা।সেয়ে এতিয়া সাৰদাই দলং খনৰ মহতিয়াই নিয়া অংশত থেকা থুকুলি দি দায়িত্ব পালনৰ বাবে আগবাঢ়িছে বুলি খবৰ পোৱা গৈছে।কিন্তু দলং খন এইবাৰ শক্তিশালী ভাবে মেৰামতি নকৰিলে ক্ৰমাগত ভাবে বহি অহা চাৰিকড়ীয়া নৈ সোঁতে পুনৰ মহতিয়াই নিয়াটো নিশ্চিত।যাৰ বাবে টুলুঙা নাৱেৰে যাতায়ত কৰি মৰণত শৰণ দি চাৰিকড়ীয়া পৰাপাৰ হব লাগিব অঞ্চল বাসীয়ে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাৰ চূড়ান্ত শিথিলতা সুযোগ লৈ পথ-দলং নিৰ্মাণত ঠিকাদাৰে কৰি অহা দুৰ্নীতিৰ বাবে চাৰিকড়ীয়া নৈৰ সামান্য সোঁতে মহতিয়াই পেলালে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং।প্ৰাককলনৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি দলঙখনত অপনৈত কাঠৰ খুটা ব্যৱহাৰ আৰু প্ৰয়োজন অনুসৰি খুটা নোপোতাত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীৰে বহুৱাই বেকা কৰি পেললে দলং খনৰ কেইবাটাও খুটা।নিৰ্মাণৰ এবছৰতে প্ৰায় বিধ্বস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ হেলনীয়া হৈ বহি যোৱাত বিগত এসপ্তাহে পৰা মৰণত শৰণ দি বিপদসংকুল যাতায়ত কৰি আহিছে অঞ্চল বাসীয়ে।উল্লেখযোগ্য যে গোবিন্দপুৰৰ পৰা ভোমাজাৰণি হৈ মাতমৰালৈ যোৱাৰ পথত ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ ১০ খনৰো অধিক গাঁৱ আছে।এই পথটোৰ চাৰিকড়ীয়া নৈৰ ওপৰত এখন পকী দলং নথকাত ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ এই সকল লোকে অতি বিপদসংকুল ভাবে চাৰিকড়ীয়া নৈ পৰাপাৰ হৈ আহিছিল।সেয়ে গোবিন্দপূৰ মাতমৰা পথত চাৰিকড়ীয়া নৈত এখন পকী দলঙৰ দাবী কৰি আহিছিল ঢকুৱাখনা-ধেমাজি বাসীয়ে।সেয়ে ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই বিগত বৰ্ষত পকী দলং নোহোৱা পৰ্যন্ত ৰাইজৰ চলাচলৰ বাবে চাৰিকড়ীয়াৰ ওপৰত এখন কল্ড ৱেদাৰ ব্ৰীজ নিৰ্মাণৰ বাবে বিশেষ পুঁজিৰ ১৬ লাখ টকা মোকোলাই দিছিল।কিন্তু গড়কাপ্তানী বিভাগৰ নৰমস্থিতি আৰু মন্ত্ৰী নৱ দলেৰ ঘনিষ্ঠতাৰ সুযোগ লৈ ঠিকাদাৰে অতি ক্ৰুটিপূৰ্ণ ভাৱে দলংখন নিৰ্মান কৰি এৰি যায়।ফলত কম সময়ৰ ভিতৰতে বিধস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ চাৰিকড়ীয়া নৈৰ সাধাৰণ সোঁততে কেইবাটাও খুটা বহি এঢলীয় হৈ যোৱাত অতি বিপদজননক ভাৱে দলং খন থিয় হৈ আছে।ফলত এতিয়া অতি বিপদজননক ভাৱে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ এলেকাটোৰ জনতা আৰু ছাত্ৰ-ছাত্ৰী।দলংখনৰ এনে বিধ্বস্ত অৱস্থাই যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকাহে ঘনীভূত কৰিছে।

ইফালে ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৩৬ কোটি টকা ব্যয়ৰে গোবিন্দপুৰৰ পৰা ভোমাজাৰণি হৈ মাতমৰা সংযোগী এই পথটো নিৰ্মাণৰ কাম ২০১৮ চনৰ ৫ এপ্ৰিলত আনুষ্ঠানিক ভাৱে নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।এই শুভাৰম্ভ কার্যসূচীত উপস্থিত আছিল অসম চৰকাৰৰ মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।ঠিকাদাৰী প্ৰতিষ্ঠান সাৰদা পজেক্ট লিমিটেডে নিৰ্মান কৰা ৮.১৬ কিলোমিটাৰ দৈঘ্য পথচোৱাত আছে ১০ টা কালভাৰ্ট আৰু ১১ খন পকী দলং।ইয়াৰে এখন নিৰ্মান হব চাৰিকৰিয়া নৈ সোঁতে মহতিয়াই পেলোৱা কল্ড ৱেডাৰ ব্ৰিজ খনৰ স্থানত।যি খন দলঙৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে সাৰদাই।কিন্তু গুৰুত্বপূৰ্ণ কথাটো হল
এটা নতুন পথ অথবা দলং নিৰ্মাণৰ পূৰ্বে জনতাৰ অসুবিধা নোহোৱাকৈ যাতায়তৰ যাবতীয় ব্যৱস্থা কৰি যাতায়ত সুচল কৰি ৰাখিব লাগে ঠিকাদাৰে।কিন্তু চাৰিকড়ীয়া নৈৰ ওপৰত পকী দলঙৰ নিৰ্মান আৰম্ভ হল যদিও সমীপৰ বিধস্ত দলংখন যাতায়তৰ সুচল কৰি তোলাৰ বাবে ব্যৱস্থা নকৰিলে ঠিকাদাৰী প্ৰতিষ্ঠান সাৰদাই।ফলত চাৰিকড়ীয়ানৈ সোঁতে মহতিয়াই পেলোৱাত এতিয়া আলৈ আহুকালেৰে সীমা নোহোৱা হৈছে স্থানীয় জনতাৰ।এইক্ষেত্ৰত গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰী কোম্পানীৰ উদাসীনতাৰ দেখি ক্ষোভত ফাটিছে স্থানীয় জনতা।কাৰণ যিকোনো মুহূৰ্ততে সংঘটিত হব পাৰে অনাকাংক্ষিত দুৰ্ঘটনা।সেয়ে এতিয়া সাৰদাই দলং খনৰ মহতিয়াই নিয়া অংশত থেকা থুকুলি দি দায়িত্ব পালনৰ বাবে আগবাঢ়িছে বুলি খবৰ পোৱা গৈছে।কিন্তু দলং খন এইবাৰ শক্তিশালী ভাবে মেৰামতি নকৰিলে ক্ৰমাগত ভাবে বহি অহা চাৰিকড়ীয়া নৈ সোঁতে পুনৰ মহতিয়াই নিয়াটো নিশ্চিত।যাৰ বাবে টুলুঙা নাৱেৰে যাতায়ত কৰি মৰণত শৰণ দি চাৰিকড়ীয়া পৰাপাৰ হব লাগিব অঞ্চল বাসীয়ে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাৰ চূড়ান্ত শিথিলতা সুযোগ লৈ পথ-দলং নিৰ্মাণত ঠিকাদাৰে কৰি অহা দুৰ্নীতিৰ বাবে চাৰিকড়ীয়া নৈৰ সামান্য সোঁতে মহতিয়াই পেলালে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং।প্ৰাককলনৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি দলঙখনত অপনৈত কাঠৰ খুটা ব্যৱহাৰ আৰু প্ৰয়োজন অনুসৰি খুটা নোপোতাত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীৰে বহুৱাই বেকা কৰি পেললে দলং খনৰ কেইবাটাও খুটা।নিৰ্মাণৰ এবছৰতে প্ৰায় বিধ্বস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ হেলনীয়া হৈ বহি যোৱাত বিগত এসপ্তাহে পৰা মৰণত শৰণ দি বিপদসংকুল যাতায়ত কৰি আহিছে অঞ্চল বাসীয়ে।উল্লেখযোগ্য যে গোবিন্দপুৰৰ পৰা ভোমাজাৰণি হৈ মাতমৰালৈ যোৱাৰ পথত ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ ১০ খনৰো অধিক গাঁৱ আছে।এই পথটোৰ চাৰিকড়ীয়া নৈৰ ওপৰত এখন পকী দলং নথকাত ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ এই সকল লোকে অতি বিপদসংকুল ভাবে চাৰিকড়ীয়া নৈ পৰাপাৰ হৈ আহিছিল।সেয়ে গোবিন্দপূৰ মাতমৰা পথত চাৰিকড়ীয়া নৈত এখন পকী দলঙৰ দাবী কৰি আহিছিল ঢকুৱাখনা-ধেমাজি বাসীয়ে।সেয়ে ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই বিগত বৰ্ষত পকী দলং নোহোৱা পৰ্যন্ত ৰাইজৰ চলাচলৰ বাবে চাৰিকড়ীয়াৰ ওপৰত এখন কল্ড ৱেদাৰ ব্ৰীজ নিৰ্মাণৰ বাবে বিশেষ পুঁজিৰ ১৬ লাখ টকা মোকোলাই দিছিল।কিন্তু গড়কাপ্তানী বিভাগৰ নৰমস্থিতি আৰু মন্ত্ৰী নৱ দলেৰ ঘনিষ্ঠতাৰ সুযোগ লৈ ঠিকাদাৰে অতি ক্ৰুটিপূৰ্ণ ভাৱে দলংখন নিৰ্মান কৰি এৰি যায়।ফলত কম সময়ৰ ভিতৰতে বিধস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ চাৰিকড়ীয়া নৈৰ সাধাৰণ সোঁততে কেইবাটাও খুটা বহি এঢলীয় হৈ যোৱাত অতি বিপদজননক ভাৱে দলং খন থিয় হৈ আছে।ফলত এতিয়া অতি বিপদজননক ভাৱে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ এলেকাটোৰ জনতা আৰু ছাত্ৰ-ছাত্ৰী।দলংখনৰ এনে বিধ্বস্ত অৱস্থাই যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকাহে ঘনীভূত কৰিছে।

ইফালে ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৩৬ কোটি টকা ব্যয়ৰে গোবিন্দপুৰৰ পৰা ভোমাজাৰণি হৈ মাতমৰা সংযোগী এই পথটো নিৰ্মাণৰ কাম ২০১৮ চনৰ ৫ এপ্ৰিলত আনুষ্ঠানিক ভাৱে নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।এই শুভাৰম্ভ কার্যসূচীত উপস্থিত আছিল অসম চৰকাৰৰ মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।ঠিকাদাৰী প্ৰতিষ্ঠান সাৰদা পজেক্ট লিমিটেডে নিৰ্মান কৰা ৮.১৬ কিলোমিটাৰ দৈঘ্য পথচোৱাত আছে ১০ টা কালভাৰ্ট আৰু ১১ খন পকী দলং।ইয়াৰে এখন নিৰ্মান হব চাৰিকৰিয়া নৈ সোঁতে মহতিয়াই পেলোৱা কল্ড ৱেডাৰ ব্ৰিজ খনৰ স্থানত।যি খন দলঙৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে সাৰদাই।কিন্তু গুৰুত্বপূৰ্ণ কথাটো হল
এটা নতুন পথ অথবা দলং নিৰ্মাণৰ পূৰ্বে জনতাৰ অসুবিধা নোহোৱাকৈ যাতায়তৰ যাবতীয় ব্যৱস্থা কৰি যাতায়ত সুচল কৰি ৰাখিব লাগে ঠিকাদাৰে।কিন্তু চাৰিকড়ীয়া নৈৰ ওপৰত পকী দলঙৰ নিৰ্মান আৰম্ভ হল যদিও সমীপৰ বিধস্ত দলংখন যাতায়তৰ সুচল কৰি তোলাৰ বাবে ব্যৱস্থা নকৰিলে ঠিকাদাৰী প্ৰতিষ্ঠান সাৰদাই।ফলত চাৰিকড়ীয়ানৈ সোঁতে মহতিয়াই পেলোৱাত এতিয়া আলৈ আহুকালেৰে সীমা নোহোৱা হৈছে স্থানীয় জনতাৰ।এইক্ষেত্ৰত গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰী কোম্পানীৰ উদাসীনতাৰ দেখি ক্ষোভত ফাটিছে স্থানীয় জনতা।কাৰণ যিকোনো মুহূৰ্ততে সংঘটিত হব পাৰে অনাকাংক্ষিত দুৰ্ঘটনা।সেয়ে এতিয়া সাৰদাই দলং খনৰ মহতিয়াই নিয়া অংশত থেকা থুকুলি দি দায়িত্ব পালনৰ বাবে আগবাঢ়িছে বুলি খবৰ পোৱা গৈছে।কিন্তু দলং খন এইবাৰ শক্তিশালী ভাবে মেৰামতি নকৰিলে ক্ৰমাগত ভাবে বহি অহা চাৰিকড়ীয়া নৈ সোঁতে পুনৰ মহতিয়াই নিয়াটো নিশ্চিত।যাৰ বাবে টুলুঙা নাৱেৰে যাতায়ত কৰি মৰণত শৰণ দি চাৰিকড়ীয়া পৰাপাৰ হব লাগিব অঞ্চল বাসীয়ে।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
Last Updated : Jun 26, 2019, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.