ETV Bharat / state

জৰাজীৰ্ণ ঢকুৱাখানা-টেকেলিফুটা সংযোগী পথ - road

ঢকুৱাখনা নগৰৰ পৰা বকুলগুৰি হৈ টেকেলিফুটা পাৰ ঘাট সংযোগী গুৰুত্বপূৰ্ণ গড়কপ্তানি পথটো বিগত দুই/তিনিবছৰ ধৰি বিধস্ত হৈ থকাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হৈছে পথচাৰীয়ে।

জৰাজীৰ্ণ ঢকুৱাখানা-টেকেলিফুটা সংযোগী পথ
author img

By

Published : May 3, 2019, 11:56 AM IST

ঢকুৱাখানা 3 মেঃ ঢকুৱাখানা-টেকেলিফুটা ঘাট সংযোগী পথৰ অৱস্থা অতি শোচনীয়৷ ঢকুৱাখনা নগৰৰ পৰা বকুলগুৰি হৈ টেকেলিফুটা পাৰ ঘাট সংযোগী গুৰুত্বপূৰ্ণ গড়কপ্তানি পথটো বিগত দুই-তিনিবছৰ ধৰি বিধস্ত হৈ থকাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হৈছে পথচাৰীয়ে। পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত। এজাক বৰষুণত পথটোত বোকা-পানীৰে ভৰি পৰে ৷ যাৰ বাবে পথচাৰীয়ে যাতায়তৰ সম্যসাৰ সৃষ্টি হৈছে ৷ মন কৰিবলগীয়া যে এইটো পথেৰেই টেকেলিফুটা ঘাট পাৰ হৈ শিৱসাগৰ জিলালৈ যোৱাৰ ব্যৱস্থা থকাত দৈনিক শ শ গাড়ী মটৰ, হাজাৰ হাজাৰ লোকে যাতায়ত কৰে,যদিও পথটোৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা নাই গড়কাপ্তানি বিভাগে ৷

Intro:ঢকুৱাখনা-টেকেলিফুটা ঘাট সংযোগী পথৰ দুৰৱস্থা।জলা-কলা খোৱাইছে পথচাৰীক।
ঢকুৱাখনা নগৰৰ পৰা বকুলগুৰি হৈ টেকেলিফুটা পাৰ ঘাট সংযোগী গুৰুত্বপূৰ্ণ গড়কপ্তানি পথটো বিগত দুই/তিনিবছৰ ধৰি বিধস্ত হৈ থকাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হৈছে পথচাৰীয়ে।পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাত ।এজাক বৰষুণ দিলেই বোকা-পানীৰে ভৰি পৰে পথটোৰ। এতিয়া পথচাৰীয়ে যাতায়ত ত আহুকালৰ সন্মুখীন হৈছে।
উল্লেখ্য যে এইটো পথেৰেই টেকেলিফুটা ঘাট পাৰ হৈ শিৱসাগৰ জিলালৈ যোৱাৰ ব্যৱস্থা থকাত দৈনিক শ শ গাড়ী মটৰ, হাজাৰ হাজাৰ লোকে যাতায়ত কৰে যদিও পথটোৰ পথটোৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা নাই গড়কাপ্তানী বিভাগে।সেয়ে ক্ষোভত ফাটিছে জনতা।Body:ঢকুৱাখনা-টেকেলিফুটা ঘাট সংযোগী পথৰ দুৰৱস্থা।জলা-কলা খোৱাইছে পথচাৰীক।
ঢকুৱাখনা নগৰৰ পৰা বকুলগুৰি হৈ টেকেলিফুটা পাৰ ঘাট সংযোগী গুৰুত্বপূৰ্ণ গড়কপ্তানি পথটো বিগত দুই/তিনিবছৰ ধৰি বিধস্ত হৈ থকাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা হৈছে পথচাৰীয়ে।পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাত ।এজাক বৰষুণ দিলেই বোকা-পানীৰে ভৰি পৰে পথটোৰ। এতিয়া পথচাৰীয়ে যাতায়ত ত আহুকালৰ সন্মুখীন হৈছে।
উল্লেখ্য যে এইটো পথেৰেই টেকেলিফুটা ঘাট পাৰ হৈ শিৱসাগৰ জিলালৈ যোৱাৰ ব্যৱস্থা থকাত দৈনিক শ শ গাড়ী মটৰ, হাজাৰ হাজাৰ লোকে যাতায়ত কৰে যদিও পথটোৰ পথটোৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা নাই গড়কাপ্তানী বিভাগে।সেয়ে ক্ষোভত ফাটিছে জনতা।Conclusion:Byte:স্থানীয় লোক,পথচাৰী।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.