ETV Bharat / state

"হোমেন বৰগোহাঞি ন্যাস" ৰ বঁটা প্ৰদান অনুষ্ঠান - Prize

"হোমেন বৰগোহাঞি ন্যাসে" এইবৰ্ষত ক্ৰমে শৰ্মিষ্ঠা প্ৰীতম "ৰং" উপন্যাসৰ বাবে আৰু অপূৰ্ব বল্লভ গোস্বামীক "দেওপাহাৰ সংৰক্ষণ:ৰ বাবে প্ৰদান কৰে বঁটা ।

"হোমেন বৰগোহাঞি ন্যাসে" ৰ বঁটা প্ৰদান অনুষ্ঠান
author img

By

Published : May 28, 2019, 11:05 AM IST

ঢকুৱাখনা, ২৮ মেঃ ঢকুৱাখনাত সোমবাৰে "হোমেন বৰগোহাঞি ন্যাসে" অসমৰ সাহিত্য আৰু প্ৰকৃতি জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা দুজন ব্যক্তিক বঁটা প্ৰদান কৰে ।

২০১২ চনত প্ৰতিষ্ঠিত "হোমেন বৰগোহাঞি ন্যাসে" এইবাৰ তৃতীয় বাৰৰ বাবে প্ৰদান কৰে এই বঁটা । এইবছৰ বাবে ক্ৰমে শৰ্মিষ্ঠা প্ৰীতমে "ৰং" উপন্যাসৰ বাবে আৰু অপূৰ্ব বল্লভ গোস্বামীয়ে দেওপাহাৰ সংৰক্ষণৰ বাবে লাভ কৰে এই বঁটা । দুয়োটা বঁটাতে নগদ ধন, গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় । স্বয়ং হোমেন বৰগোহাঞি উপস্থিত থাকি বঁটা প্ৰাপক সকলক উদ্বুদ্ধ কৰা অনুষ্ঠানটিত হাঁহিৰ ঠুনপাক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, "কটন কলেজ" উপন্যাসৰ স্ৰষ্টা নবীন বৰুৱাৰ লগতে উপস্থিত থাকে বহু কেইজন বিশিষ্ট ব্যক্তি । ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থকা আৰু পৃষ্ঠপোষকতা কৰা "হোমেন বৰগোহাঞি ন্যাস" ৰ এই অনুষ্ঠানতে ঢকুৱাখনাৰ ২০১৮ আৰু ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অৰ্জন কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুজন ছাত্ৰ ক্ৰমে ৰক্তিম ৰঞ্জন বৰুৱা আৰু নীমিষা বৰাক নগদ দহ হাজাৰ টকা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় । ঢকুৱাখনা অঞ্চলটোৰ পাঁচ শতাধিক লোক উপস্থিত থকা এই বঁটা প্ৰদান অনুষ্ঠানটোত ন্যাসৰ শীৰ্ষ গীত আৰু চাৰিকড়ীয়া শীৰ্ষক নৃত্যানুষ্ঠানেও দৰ্শক শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হয় ।

"হোমেন বৰগোহাঞি ন্যাসে" ৰ বঁটা প্ৰদান অনুষ্ঠান

লগতে আন এটা বাতৰি - সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ স্মৃতিচাৰণ সভা

Intro:ঢকুৱাখনাত সোমবাৰে ২০১৮-১৯ বৰ্ষৰ হোমেন বৰগোহাঞি সাহিত্য আৰু সেউজ বঁটা প্ৰদান। "ৰং" উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য বঁটা আৰু দেওপাহাৰ সংৰক্ষণ আন্দোলনৰ বাবে অপূৰ্ব বল্লভ গোস্বামীলৈ হোমেন বৰগোহাঞি সেউজ বঁটা ।

ঢকুৱাখনাত সোমবাৰে এক জনাকীৰ্ণ সভাত "হোমেন বৰগোহাঞি ন্যাসে" অসমৰ সাহিত্য আৰু প্ৰকৃতি জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা দুজন ব্যক্তিক বঁটা প্ৰদান কৰে । ২০১২ চনত প্ৰতিষ্ঠিত "হোমেন বৰগোহাঞি ন্যাসে" এইবাৰ তৃতীয় বাৰৰ বাবে প্ৰদান কৰা এই বঁটা এইবছৰ ক্ৰমে শৰ্মিষ্ঠা প্ৰীতমে "ৰং" উপন্যাসৰ বাবে আৰু অপূৰ্ব বল্লভ গোস্বামীয়ে দেওপাহাৰ সংৰক্ষণৰ বাবে লাভ কৰে । দুয়োটা বঁটাতে নগদ ধন, গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। স্বয়ং হোমেন বৰগোহাঞি উপস্থিত থাকি বঁটা প্ৰাপক সকলক উদ্বুদ্ধ কৰা অনুষ্ঠানটিত হাঁহিৰ ঠুনপাক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, "কটন কলেজ" উপন্যাসৰ স্ৰষ্টা নবীন বৰুৱা আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।
ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নব কুমাৰ দলে উপস্থিত থকা আৰু পৃষ্ঠপোষকতা কৰা "হোমেন বৰগোহাঞি ন্যাস" ৰ এই অনুষ্ঠানতে ঢকুৱাখনাৰ ২০১৮ আৰু ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অৰ্জন কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুজন ছাত্ৰ ক্ৰমে ৰক্তিম ৰঞ্জন বৰুৱা আৰু নীমিষা বৰাক নগদ দহ হাজাৰ টকা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
ঢকুৱাখনা অঞ্চলটোৰ পাঁচ শতাধিক লোক উপস্থিত থকা এই বঁটা প্ৰদান অনুষ্ঠানটোত প্ৰদৰ্শিত ন্যাসৰ শীৰ্ষ গীত আৰু চাৰিকড়ীয়া শীৰ্ষক নৃত্যানুস্থানেও দৰ্শক শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হয়।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:ঢকুৱাখনাত সোমবাৰে ২০১৮-১৯ বৰ্ষৰ হোমেন বৰগোহাঞি সাহিত্য আৰু সেউজ বঁটা প্ৰদান। "ৰং" উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য বঁটা আৰু দেওপাহাৰ সংৰক্ষণ আন্দোলনৰ বাবে অপূৰ্ব বল্লভ গোস্বামীলৈ হোমেন বৰগোহাঞি সেউজ বঁটা ।

ঢকুৱাখনাত সোমবাৰে এক জনাকীৰ্ণ সভাত "হোমেন বৰগোহাঞি ন্যাসে" অসমৰ সাহিত্য আৰু প্ৰকৃতি জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা দুজন ব্যক্তিক বঁটা প্ৰদান কৰে । ২০১২ চনত প্ৰতিষ্ঠিত "হোমেন বৰগোহাঞি ন্যাসে" এইবাৰ তৃতীয় বাৰৰ বাবে প্ৰদান কৰা এই বঁটা এইবছৰ ক্ৰমে শৰ্মিষ্ঠা প্ৰীতমে "ৰং" উপন্যাসৰ বাবে আৰু অপূৰ্ব বল্লভ গোস্বামীয়ে দেওপাহাৰ সংৰক্ষণৰ বাবে লাভ কৰে । দুয়োটা বঁটাতে নগদ ধন, গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। স্বয়ং হোমেন বৰগোহাঞি উপস্থিত থাকি বঁটা প্ৰাপক সকলক উদ্বুদ্ধ কৰা অনুষ্ঠানটিত হাঁহিৰ ঠুনপাক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, "কটন কলেজ" উপন্যাসৰ স্ৰষ্টা নবীন বৰুৱা আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।
ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নব কুমাৰ দলে উপস্থিত থকা আৰু পৃষ্ঠপোষকতা কৰা "হোমেন বৰগোহাঞি ন্যাস" ৰ এই অনুষ্ঠানতে ঢকুৱাখনাৰ ২০১৮ আৰু ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অৰ্জন কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুজন ছাত্ৰ ক্ৰমে ৰক্তিম ৰঞ্জন বৰুৱা আৰু নীমিষা বৰাক নগদ দহ হাজাৰ টকা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
ঢকুৱাখনা অঞ্চলটোৰ পাঁচ শতাধিক লোক উপস্থিত থকা এই বঁটা প্ৰদান অনুষ্ঠানটোত প্ৰদৰ্শিত ন্যাসৰ শীৰ্ষ গীত আৰু চাৰিকড়ীয়া শীৰ্ষক নৃত্যানুস্থানেও দৰ্শক শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হয়।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:ঢকুৱাখনাত সোমবাৰে ২০১৮-১৯ বৰ্ষৰ হোমেন বৰগোহাঞি সাহিত্য আৰু সেউজ বঁটা প্ৰদান। "ৰং" উপন্যাসৰ বাবে শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য বঁটা আৰু দেওপাহাৰ সংৰক্ষণ আন্দোলনৰ বাবে অপূৰ্ব বল্লভ গোস্বামীলৈ হোমেন বৰগোহাঞি সেউজ বঁটা ।

ঢকুৱাখনাত সোমবাৰে এক জনাকীৰ্ণ সভাত "হোমেন বৰগোহাঞি ন্যাসে" অসমৰ সাহিত্য আৰু প্ৰকৃতি জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা দুজন ব্যক্তিক বঁটা প্ৰদান কৰে । ২০১২ চনত প্ৰতিষ্ঠিত "হোমেন বৰগোহাঞি ন্যাসে" এইবাৰ তৃতীয় বাৰৰ বাবে প্ৰদান কৰা এই বঁটা এইবছৰ ক্ৰমে শৰ্মিষ্ঠা প্ৰীতমে "ৰং" উপন্যাসৰ বাবে আৰু অপূৰ্ব বল্লভ গোস্বামীয়ে দেওপাহাৰ সংৰক্ষণৰ বাবে লাভ কৰে । দুয়োটা বঁটাতে নগদ ধন, গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। স্বয়ং হোমেন বৰগোহাঞি উপস্থিত থাকি বঁটা প্ৰাপক সকলক উদ্বুদ্ধ কৰা অনুষ্ঠানটিত হাঁহিৰ ঠুনপাক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, "কটন কলেজ" উপন্যাসৰ স্ৰষ্টা নবীন বৰুৱা আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।
ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নব কুমাৰ দলে উপস্থিত থকা আৰু পৃষ্ঠপোষকতা কৰা "হোমেন বৰগোহাঞি ন্যাস" ৰ এই অনুষ্ঠানতে ঢকুৱাখনাৰ ২০১৮ আৰু ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অৰ্জন কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুজন ছাত্ৰ ক্ৰমে ৰক্তিম ৰঞ্জন বৰুৱা আৰু নীমিষা বৰাক নগদ দহ হাজাৰ টকা আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
ঢকুৱাখনা অঞ্চলটোৰ পাঁচ শতাধিক লোক উপস্থিত থকা এই বঁটা প্ৰদান অনুষ্ঠানটোত প্ৰদৰ্শিত ন্যাসৰ শীৰ্ষ গীত আৰু চাৰিকড়ীয়া শীৰ্ষক নৃত্যানুস্থানেও দৰ্শক শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হয়।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.