নিউজডেস্ক,12ছেপ্টেম্বৰঃ কোচ ৰাজবংশী ভূমিপুত্ৰসকল এন আৰ চিৰ পৰা বাদ পৰাৰ প্ৰতিবাদত কোচ ৰাজবংশী সন্মিলনীয়ে বৃহস্পতিবাৰে আহ্বান কৰে অসম বন্ধ ৷ সমগ্ৰ ৰাজ্যৰ বিভিন্ন ঠাইত বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা যায় ৷ চাওক এক প্ৰতিবেদনঃ
কোচ ৰাজবংশী সন্মিলনীৰ অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ
এন আৰ চিৰ প্ৰতিবাদত বৃহস্পতিবাৰে কোচ ৰাজবংশী সন্মিলনীৰ বাৰ ঘন্টীয়া অসম বন্ধ ৷ বন্ধৰ সময়ত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ কোচ ৰাজবংশী সন্মিলনীৰ সদস্যসকলে ।
কোচ ৰাজবংশী সন্মিলনীৰ অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ
নিউজডেস্ক,12ছেপ্টেম্বৰঃ কোচ ৰাজবংশী ভূমিপুত্ৰসকল এন আৰ চিৰ পৰা বাদ পৰাৰ প্ৰতিবাদত কোচ ৰাজবংশী সন্মিলনীয়ে বৃহস্পতিবাৰে আহ্বান কৰে অসম বন্ধ ৷ সমগ্ৰ ৰাজ্যৰ বিভিন্ন ঠাইত বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা যায় ৷ চাওক এক প্ৰতিবেদনঃ
Intro:A.I:- বিলাসীপাৰাত কোচ-ৰাজবংশী সন্মিলনৰ ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ পৰা নাই। 31 ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল অব্যাহত। বন্ধৰ সময়ছোৱাত বিলাসীপাৰাত চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্কুল, কলেজ সমূহ সম্পূৰ্ণৰূপে খোলা পৰিলক্ষিত হয়। NRCত ৫ লক্ষাধিক কোচ-ৰাজবংশী লোকৰ নাম বাদ পৰাৰ বাবে অসম বন্ধৰ আহ্বান দিছে সংগঠনটোৱে।Body:A.I:- বিলাসীপাৰাত কোচ-ৰাজবংশী সন্মিলনৰ ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ পৰা নাই। বন্ধৰ বাবে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল অব্যাহত। বন্ধৰ সময়ছোৱাত বিলাসীপাৰাত চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্কুল, কলেজ সমূহ সম্পূৰ্ণৰূপে খোলা পৰিলক্ষিত হয়। NRCত ৫ লক্ষাধিক কোচ-ৰাজবংশী লোকৰ নাম বাদ পৰাৰ বাবে অসম বন্ধৰ আহ্বান দিছে সংগঠনটোৱে।Conclusion:পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।