ETV Bharat / state

কোকৰাঝাৰত অঘটনঃ গা ধুবলৈ গৈ নৈত উটি গ'ল তিনি শিশু

গা ধুবলৈ গৈ গৌৰাং নৈত উটি গ’ল তিনিটা শিশু ৷ বৰ্তমান এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযানত দুই শিশুক উদ্ধাৰ কৰা হৈছে যদিও আন এজন শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

author img

By

Published : Oct 2, 2020, 5:38 PM IST

কোকৰাঝাৰত অঘটনঃ গা ধুবলৈ গৈ নৈত উটি গ'ল তিনি শিশু
কোকৰাঝাৰত অঘটনঃ গা ধুবলৈ গৈ নৈত উটি গ'ল তিনি শিশু

কোকৰাঝাৰ, 2 অক্টোবৰ : শুকুৰবাৰে কোকৰাঝাৰত সংগটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ গা ধুবলৈ গৈ গৌৰাং নৈত উটি গ’ল তিনিটা শিশু ৷ জানিব পৰা মতে,মতে কোকৰাঝাৰ চহৰৰ শান্তি নগৰৰ তিনিটা ক্ৰমে,শিৱ বৰ্মন (১৪),মনোজ বৰ্মন (১২) আৰু সুজন বৰ্মন (১৫) একেলগে দুপৰীয়া নৈত গা ধুবলৈ গৈছিল ৷ ইয়াৰ পাছতেই নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে তিনিটা শিশুক ৷

বৰ্তমান এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযানত দুই শিশুক উদ্ধাৰ কৰা হৈছে যদিও আন এজন শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : কৰিমগঞ্জৰ ফকিৰাবজাৰত উদ্ধৰ অচিনাক্ত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.