ETV Bharat / state

শিমূলটাপু আঞ্চলিক আমছুৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা - aamsu

গোসাইগাঁওৰ শিমূলটাপুত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা কেইবাগৰাকী কৃতী ছাত্ৰ ছাত্ৰীক শিমূলটাপু আঞ্চলিক আমছুৰ সম্বৰ্ধনা ৷

শিমূলটাপু আঞ্চলিক আমছুৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
author img

By

Published : Jun 9, 2019, 1:14 AM IST

গোসাইগাঁও 8 জুন: কোকৰাঝাৰ জিলাৰ গোসাইগাওঁৰ অন্তৰ্গত শিমুলটাপু শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিমুলটাপু আঞ্চলিকৰ উদ্যোগত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কেইবাগৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় । প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীক এখনকৈ ফুলাম গামোচা, মানপত্ৰ দি সম্বৰ্ধনা জনেৱা হয় ৷ লগতে তেওঁলোকে যাতে আগন্তুক দিনত এজন দক্ষতাশীল ব্যক্তি হৈ সমাজৰ হকে কাম কৰিব পাৰে তাৰ বাবে আহ্বান জনাই ৷

লগতে পঢ়ক: গণপ্ৰহাৰঃ প্ৰকৃততে কি হৈছিল তিনিচুকীয়াত!

উক্ত অনুষ্ঠানত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় নেত্ৰী বৃন্দ আৰু জিলা আমছুৰ সভাপতি,মাফুজ হোছেইন লগতে MCLA আব্দুল খালেক মণ্ডল, শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰধান অধক্ষ্য আবু হানিফ জোদ্দাৰ আৰু এলেকাৰ মুৰুব্বী সমাজকে আদি কৰি দুই শতাধিক ৰাইজ আৰু অভিভাৱক ।

Intro:
গোসাইগাঁওৰ শিমূলটাপুত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা কেইবাগৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাঃ শিমূলটাপু আঞ্চলিক (আমছুৰ)

গোসাইগাঁও 8 জুন,কোকৰাঝাৰ জিলাৰ গোসাইগাওঁৰ অন্তৰ্গত শিমুলটাপু শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিমুলটাপু আঞ্চলিকৰ উদ্যোগত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কেইবা গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়।উল্লেখ্য যে প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীক এখনকৈ ফুলাম গামোচা, মানপত্ৰ দি সম্বৰ্ধনা জনায় আৰু কয় যে সিহতে যাতে আগন্তুক দিনত এজন দক্ষতাশীল ব্যক্তি হৈ সমাজৰ হকে কাম কৰিব পাৰে তাৰ বাবে আহ্বান জনায় লগতে চি আৰ পি এফৰ জোৱান আব্দুৰ ৰেজ্জাক লগতে আমছূৰ সংগঠনটোৱ মন্তুৱ্য প্ৰদান কৰে।Body:

উক্ত অনুষ্ঠানত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় বৃন্দ আৰু জিলা আমছূৰ সভাপতি,মাফুজ হোছেইন লগতে M C L A আব্দুল খালেক মণ্ডল, শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰধান অধক্ষ্য আবু হানিফ জোদ্দাৰ,আৰু এলেকাৰ মুৰুব্বী সমাজআদি কৰি দুই শতাধিক ৰাইজ আৰু অভিভাৱক।Conclusion:আমছূৰ আঞ্চলিক সমিতিৰ সভাপতি কয় যে আমি আজি কেইবা গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনালো আৰু আগন্তুক দিনত আমি শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব বুলি জানিব দিয়ে।

বিশ্বজিৎ চৌধুৰী ,গোসাইগাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.