ETV Bharat / state

ধুমুহাই তচনচ কৰিলে সৌমদন ঔআৰীৰ সপোনক - স্বাৱলম্বিতাৰ সপোন

কোকৰাঝাৰত নিশা ধুমুহাৰ তাণ্ডৱ। ধুমুহাত তচনচ হ'ল জিলাখনৰ পাটগাঁও অঞ্চলৰ বহুলোকৰ বাসগৃহ ৷ নিমিষতে ধংস হ'ল এখন ৰবৰৰ বাগান

ধুমুহাত তচনচ স্বাৱলম্বিতাৰ সপোন
author img

By

Published : May 6, 2019, 4:35 PM IST

কোকৰাঝাৰ, 6 মে': কোকৰাঝাৰত নিশা ধুমুহাৰ তাণ্ডৱ। দেশজুৰি ফেণীৰ আতংকৰ সময়তে দেওবাৰে নিশা অহা এজাক ধুমুহাত তচনচ হয় কোকৰাঝাৰৰ বিভিন্ন অঞ্চল ৷ নিশা অহা ধুমুহাৰ তাণ্ডৱত তচনচ হ'ল জিলাখনৰ পাটগাঁও অঞ্চলৰ মইঠাগুৰি গাঁৱৰ এগৰাকী শিক্ষিত যুৱকৰ সপোন ৷ চৰকাৰী চাকৰিৰ মুখ নেদেখা সৌমদন ঔআৰী নামৰ শিক্ষিত যুৱকজনে বহু প্ৰচেষ্টাৰ অন্তত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে 10 বিঘা মাটিত আৰম্ভ কৰিছিল ৰবৰ খেতিৰ ৷ যদিও নিশা অহা এক বিধ্বংসী ধুমুহাই ধ্বংস কৰিলে ৰবৰৰ বাগানখন ৷ ইপিনে এই ধুমুহাতে ধ্বংস হয় জিলাখনৰ বহু লোকৰ বাসগৃহ ৷

Intro:কোকৰাঝাৰ বিভিন্ন অঞ্চলত ৰাতি ধুমুহাৰ তাণ্ডৱ।

দেশ জুৰি ফেনীৰ আতংগৰ সময়তে যোৱা নিশা কোকৰাঝাৰ জিলাৰ পুশ্চিম অঞ্চলত ধুমুহাৰ তাণ্ডৱ। জিলাৰ পাতগাওঁ অঞ্চলৰ মইঠাগুৰি গাঁওৰ এজন যুগগৰ ৰৱাৰ বাগান ধংশ হৈ যায়।

Body:সোমদন ঔআৰী এজন শিক্ষিত যুগগৰ সুপুন যেন ধংশ কৰি পেলালে যোৱা ৰাতি এজাক ধুমুহাৰ তাণ্ডবে। বহু চেষ্টাৰ পিছতও চৰকাৰী চাকৰিৰ মুখ নেদেখা সোমদনে স্বাৱলম্বীৰ হবৰ বাবে 10 বিঘা মাটিত ৰৱাৰ খেতি আৰম্ভ কৰিছিল কিন্তু এজাক ধুমুহা তাণ্ডৱত টচ টচ ধংশ হৈ যায়।

Conclusion:সাংবাদিক কনক চন্দ্ৰ বড়োৰ প্ৰতিবেদন
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.