ETV Bharat / state

গোসাইগাঁৱত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

author img

By

Published : Apr 19, 2020, 7:40 PM IST

প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন কোকৰাঝাৰৰ গোসাইগাঁৱত ৷

storm attack in Gossaigaon
গোসাইগাঁৱত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

কোকৰাঝাৰ,19 এপ্ৰিলঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ গোসাইগাঁৱটো আজি প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ৷ গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰি আৰু গোসাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত 20 খনতকৈও অধিক গাঁওৰ ঘৰ,বিদ্যালয়,মাদ্ৰাছা আদি সকলো প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ কবলত পৰে ৷ যাৰ ফলত এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷

লগতে পঢ়কঃবিলাসীপাৰাত ধুমুহাৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.