ETV Bharat / state

অসম আৰক্ষী সঞ্চালক প্ৰধানৰ শ্ৰীৰামপুৰ স্কেনিং কেন্দ্ৰ আৰু সীমান্তৱৰ্তী নদীপথ পৰিদৰ্শন - Srirampur visited by Assam DGP

কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ অসম বংগ সীমান্তৱৰ্তী বহুকেইটা অঞ্চলত শ্ৰমিক তথা আন লোকসকলে অবৈধভাৱে উপপথ আৰু নদীপথেৰে অসমত প্ৰৱেশ কৰা বুলি অৱগত কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

Srirampur visited by Assam DGP
অসম আৰক্ষী সঞ্চালক প্ৰধানৰ শ্ৰীৰামপুৰ স্কেনিং কেন্দ্ৰ আৰু সীমান্তৱৰ্তী নদীপথ পৰিদৰ্শন
author img

By

Published : May 13, 2020, 10:56 PM IST

শ্ৰীৰামপুৰ, 13 মে' : মুখ্যমন্ত্ৰীৰ পাছত বুধবাৰে অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান ৷ ৯ খন জিলাৰ লোকসকলক স্কেনিঙৰ বাবে শ্ৰীৰামপুৰ বানিজ্যিক চেক পোষ্টত স্থাপন কৰা পৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । ইয়াৰোপৰি কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ অসম বংগ সীমান্তৱৰ্তী বহুকেইটা অঞ্চলত শ্ৰমিক তথা আন লোকসকলে অবৈধভাৱে উপপথ আৰু নদীপথেৰে অসমত প্ৰৱেশ কৰা বুলি অৱগত কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । উক্ত কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পাছত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অসম বংগ সীমাত অৱস্থিত সোণকোষ নদী পৰিদৰ্শন কৰে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.