গোসাইগাঁও ,8 জুলাই : এটা বিত্তীয় অনুষ্ঠানৰ পৰিচালকৰ ব্যৱহাৰত ক্ষুব্ধ হৈ পৰিছে গ্ৰাহক । গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈছে এই ঘটনা ৷ অসম চৰকাৰৰ বিত্তীয় অনুষ্ঠান শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকৰ পৰিচালক গৰাকীৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে গ্ৰাহক । বেংকৰ পৰিচালক ৰহিনী নাথ ব্ৰহ্মই বেংকলৈ অহা গ্ৰাহক ৰাইজক ভৎসনা কৰাই নহয় দুব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং গ্ৰাহকে । বৃহস্পতি বাৰে বেংকত লেন দেন কৰিবলৈ অহা গ্ৰাহক ৰাইজক ৰ্দুব্যৱহাৰ কৰাত ক্ষুব্ধ হৈ পৰে ৰাইজ । ইয়াক লৈ বেংক পৰিচালক আৰু ৰাইজৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হয় । তেনে বিষয়া গৰাকীক বদলি কৰিবলৈ বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে দাবী জনাইছে বেংক কর্তৃপক্ষক ।
শ্ৰীৰামপুৰত গ্ৰাহকক ৰ্দুব্যৱহাৰৰ বেংক বিষয়াৰ! - গ্ৰামীণ বিকাশ বেংক
অসম চৰকাৰৰ বিত্তীয় অনুষ্ঠান শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকৰ পৰিচালক গৰাকীৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে গ্ৰাহক । বেংকৰ পৰিচালক ৰহিনী নাথ ব্ৰহ্মই বেংকলৈ অহা গ্ৰাহক ৰাইজক ভৎসনা কৰাই নহয় ৰ্দুব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন গ্ৰাহকৰ ৷

গোসাইগাঁও ,8 জুলাই : এটা বিত্তীয় অনুষ্ঠানৰ পৰিচালকৰ ব্যৱহাৰত ক্ষুব্ধ হৈ পৰিছে গ্ৰাহক । গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকত সংঘটিত হৈছে এই ঘটনা ৷ অসম চৰকাৰৰ বিত্তীয় অনুষ্ঠান শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকৰ পৰিচালক গৰাকীৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে গ্ৰাহক । বেংকৰ পৰিচালক ৰহিনী নাথ ব্ৰহ্মই বেংকলৈ অহা গ্ৰাহক ৰাইজক ভৎসনা কৰাই নহয় দুব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং গ্ৰাহকে । বৃহস্পতি বাৰে বেংকত লেন দেন কৰিবলৈ অহা গ্ৰাহক ৰাইজক ৰ্দুব্যৱহাৰ কৰাত ক্ষুব্ধ হৈ পৰে ৰাইজ । ইয়াক লৈ বেংক পৰিচালক আৰু ৰাইজৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হয় । তেনে বিষয়া গৰাকীক বদলি কৰিবলৈ বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে দাবী জনাইছে বেংক কর্তৃপক্ষক ।
Rpt :- .Gossaigaon.
Date :-8/8/19.
Anchore :- অসম চৰকাৰৰ বিত্তীয় অনুষ্ঠান শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকৰ পৰিচালক গৰাকীৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰিছে গ্ৰাহক ৰাইজে। আজি বেংকত টকা লবলৈ অহা গ্ৰাহকক দূৰ - ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ।
Body:
S/O :- জনসাধাৰণৰ ধন আছুতীয়া কৈ ৰখা বিত্তীয় অনুষ্ঠান হৈছে বেংক। বেংকৰ বিষয়া কৰ্মচাৰীৰ ব্যৱহাৰ সু - মধুৰ হোৱা দৰকাৰ যদিও তেনে এখন বিত্তীয় অনুষ্ঠানৰ পৰিচালকৰ ব্যৱহাৰত ক্ষুব্ধ হৈ পৰে গ্ৰাহক। গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ গ্ৰামীণ বিকাশ বেংকত এই ঘটনা। বেংকৰ পৰিচালক ৰহিনী নাথ ব্ৰহ্মই প্ৰায় দিন বেংকত অহা গ্ৰাহক ৰাইজক ভৎসনা কৰাই নহয় দূৰ - ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্বয়ং গ্ৰাহক। আজিও বেংকত লেন দেন কৰিবলৈ অহা গ্ৰাহক ৰাইজক দূৰ - ব্যৱহাৰ কৰাত ক্ষুব্ধ হৈ পৰে ৰাইজ। ইয়াক লৈ বেংক পৰিচালক আৰু ৰাইজৰ মাজত তৰ্ক বিতৰ্কৰ সৃষ্টি হয়। বেংক বিষয়া গৰাকীৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰে। Conclusion: উক্ত বেংকৰ একাউণ্ট বন্ধ কৰিবলৈ স্বয়ং পৰিচালক গৰাকী কোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজ। তেনে বিষয়া গৰাকীক বদলি কৰিবলৈ বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ৰাইজে কর্তৃপক্ষক দাবী জনাইছে।
Byte :- গ্ৰাহক ৰাইজ ।