ETV Bharat / state

কোকৰাঝাৰত স্কুটি দুৰ্ঘটনা আহত এজন - কোকৰাঝাৰ

স্কুটিৰ ষ্টেণ্ড নিদিয়াৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ।

Road accident in Kokrajhar
Road accident in Kokrajhar
author img

By

Published : Jun 4, 2020, 12:35 PM IST

কোকৰাঝাৰ, ৪ জুনঃ কোকৰাঝাৰৰ বালাজান তিনিআলীত স্কুটি দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটিখনৰ চালক । দুৰ্ঘটনা হোৱা স্কুটিখনৰ নম্বৰ AS-১৬B-৩২৮৭ । স্কুটিৰ ষ্টেণ্ড নিদিয়াৰ বাবেই সংঘটিত হয় দূৰ্ঘটনাটো ।

Road accident in Kokrajhar
কোকৰাঝাৰত স্কুটি দূৰ্ঘটনা আহত এজন

দূৰ্ঘটনাত আহত স্কুটিচালক গৰাকীক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে । আহত স্কুটী চালকগৰাকী শোণিতপুৰৰ মিছামাৰীৰ ১নং পুখুৰীপাৰাৰ ৰমা মুছাহাৰী (৩০) বুলি জানিব পৰা হৈছে ।

ৰমা মুছাহাৰী বিপিএফৰ কাৰ্যালয়ত ৰান্ধনি হিচাপে কৰ্মৰত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.