ETV Bharat / state

হাগ্ৰামা মহিলাৰীয়েহে বেপাৰী ৰূপত কাম কৰি আহিছে : প্ৰমোদ বড়ো

author img

By

Published : Mar 7, 2020, 10:19 AM IST

Updated : Mar 7, 2020, 4:13 PM IST

বিটিএডিত নিৰ্বাচনী বতাহ । ক্ৰমাৎ তুংগত বিভিন্ন ৰাজনীতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। দিনটোত ইপিনে যদি হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ আনফালে প্ৰমোদ বড়োৰ প্ৰচাৰ।

হাগ্ৰামা মহিলাৰীয়েহে বেপাৰী ৰূপত কাম কৰি আহিছে : প্ৰমোদ বড়োৰ

কোকৰাঝাৰ, 7 মাৰ্চঃ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ নৱ নিৰ্বাচিত সভাপতি প্ৰমোদ বড়োৰ বাক্ যুদ্ধই এতিয়া স্থান পাইছে প্ৰতিটো নিৰ্বাচনী সভাত। এইদৰে আকৰ্ষণীয় হবলৈ ধৰিছে বিটিচি নিৰ্বাচনী যুঁজ ।

হাগ্ৰামা মহিলাৰীয়েহে বেপাৰী ৰূপত কাম কৰি আহিছে : প্ৰমোদ বড়ো
এইবাৰ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক প্ৰত্যুত্তৰ দিলে হাগ্ৰামাৰ নিজ সমষ্টিত। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেৱৰগাঁও বিষমুৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰী এজন বেপাৰী আৰু ছিণ্ডিকেট ৰাজৰ মহানায়ক বুলি প্ৰত্যুত্তৰ দিছে প্ৰমোদ বড়োৱে। লগতে কেতবোৰ বিটিচিৰ অনিয়মৰ কথা বাখ্যা কৰে নিজ ভাষণত।আনফালে গেৰুৱা দল বিজেপি বিপিএফৰ মিত্ৰতা হলেও এইবাৰ বিটিএডিত পদুম ফুল ফুলাবলৈ ব্য়াপক ৰণকৌশল ৰচিছে। ঠায়ে ঠায়ে দলীয় সভা আয়োজন কৰি আহিছে বিজেপিয়ে।

Last Updated : Mar 7, 2020, 4:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.