ETV Bharat / state

বুঢ়া বাথৌৰ ওচৰত প্ৰমীলাৰাণীৰ প্ৰাৰ্থনা - বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম

বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিয়ে বিয়লি বড়ো পৰম্পৰা অনুসৰি বুঢা বাথৌৰ চৰণত সেৱা লয় ৷ বড়ো জনগোষ্ঠীৰ লোকসকলে মঙলবাৰৰ দিনটোক পবিত্ৰ দিন হিচাপে গণ্য কৰি আহিছে আৰু প্ৰতিটো মঙলবাৰে বড়ো লোকসকলে বাথৌ মন্দিৰত বাথো আৰজ গাই পূজা-অৰ্চনা কৰে ৷

বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম
author img

By

Published : Apr 3, 2019, 10:36 AM IST

কোৰাঝাৰ , 03 এপ্ৰিল :মঙলবাৰে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মইকোকৰাঝাৰ বাগানচালিস্থিত বাথৌ আৰু ত্ৰেডিচনেল ৰিচাৰ্চ চেণ্টাৰত বুঢ়া বাথৌৰ চৰণতসেৱা জনায় ৷ নিৰ্বাচনী যুঁজত সফলতা লাভৰ উদ্দেশ্যে এনেদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় প্ৰাৰ্থীগৰাকীয়ে ৷

বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম

বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিয়ে বিয়লি বড়ো পৰম্পৰা অনুসৰি বুঢা বাথৌৰ চৰণত সেৱা লয়৷ বড়ো জনগোষ্ঠীৰ লোকসকলে মঙলবাৰৰ দিনটোক পবিত্ৰ দিন হিচাপে গণ্য কৰি আহিছে আৰু প্ৰতিটো মঙলবাৰে বড়ো লোকসকলেবাথৌ মন্দিৰত বাথো আৰজ গাই পূজা-অৰ্চনা কৰে ৷

Intro:নিৰ্বাচন সু ফলৰ বাবে বুঢ়া বাথৌক আঁঠু কৰাই সেৱা জনালে প্ৰমিলা ৰাণী ব্ৰহ্ম।। ৫ নং কোকৰাঝাৰ লগ সভা সমিষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আগন্তুক লগ সভা নিৰ্বাচনত ভাল ফলৰ কামনা কৰি মঙ্গলবাৰে কোকৰাঝাৰ বাগানচালিত অৱস্থিত বাথৌ আৰু ত্ৰেদিচেনেল ৰেচাৰ্চ চেণ্টাৰত বুঢ়া বাথৌৰ ওচৰত আঁঠু কৰাই সেৱা জনাই।

Body:মঙ্গল বাৰে মনোনয়ন পত্ৰ দাখিল কৰিয়ে পিছ বেলা বড়োৰ পৰম্পৰা ধৰ্ম বুঢ়া বাথৌৰ আশেখ বিচাৰিলে প্ৰমিলা ৰাণী ব্ৰহ্ম। বড়ো জাতিৰ পৰম্পৰা ধৰ্মলম্বী লগে মঙ্গলবাৰ দিনতোক এক পবিত্ৰ দিন হিচাবে গন্য কৰি আহিছে আৰু প্ৰতি টু মঙ্গলবাৰে বড়ো ৰাইজে বাথৌ মন্দিৰত গৈ বাথৌ আৰজ গাই পূজা অৰ্চনা কৰে। মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মকো আজি মন্দিৰত গৈ বাথৌ আৰজ গয়াত ভাক লোৱা আৰু সেৱা জনোৱা দেখা গল।

Conclusion:তেখেতে কৈ যে তেখেত হেনু ভগবানক বিশ্বাস কৰে, জাৰকাৰণে ভগবানৰ ওচৰত নুতুন যাত্ৰাৰ কাৰণে আখেক বিচাৰিলে, আৰু ভগৱানে খহাই কৰিবয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.