ETV Bharat / state

কোকৰাঝাৰত দুৰ্গা মণ্ডপৰ সলনি প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত ব্যাপক ভিৰ

author img

By

Published : Sep 28, 2019, 11:48 PM IST

সকলোকে লাগে এখন প্ৰদূষণ প্ৰমাণ পত্ৰ। মাহৰ চতুৰ্থ শনিবাৰ উপলক্ষে অফিচ কাছাৰী বন্ধ থকা হেতুকে মহালয়াৰ দিনটোত কোকৰাঝাৰৰ কদমতলাস্থিত প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত দেখা গ'ল ৰাইজৰ ব্যাপক ভিৰ ।

কোকৰাঝাৰত দুৰ্গা মণ্ডপৰ সলনি প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত ব্যাপক ভিৰ

কোকৰাঝাৰ,২৮ ছেপ্টেম্বৰ: সম্মুখত শাৰদীয় দুৰ্গা পূজা । আনন্দত মতলীয়া সমগ্ৰ ৰাজ্য । কিন্তু যান বাহন আইনৰ নতুন নিয়মে কাঢ়িছে পবিত্ৰ মহালয়াৰ আনন্দ -উৎসাহ। মহালয়ৰ দিনটোত দূৰ্গা মণ্ডপত ভিৰ কৰাৰ সলনি কোকৰাঝাৰৰ জনসাধাৰণে ভিৰ কৰিলে গাড়ীৰ প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত। মাহৰ চতুৰ্থ শনিবাৰ উপলক্ষে অফিচ কাছাৰী বন্ধ থকা হেতুকে মহালয়াৰ দিনটোত কোকৰাঝাৰৰ কদমতলাস্থিত প্ৰদূষণ পৰীক্ষা কেন্দ্ৰত দেখা গ'ল ৰাইজৰ ব্যাপক ভিৰ । কি পুৰুষ, কি মহিলা সকলোৱে পুৱাৰে পৰা ভিৰ কৰে কোকৰাঝাৰৰ কদমতলাস্থিত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত ।

উল্লেখ্য যে নতুন যান বাহনৰ আইনৰ নীতি অনুসৰি পুৱাই কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনত গাড়ীৰ কাগজ পত্ৰ পৰীক্ষা আৰম্ভ কৰাত পৱিত্ৰ মহালয়াৰ আনন্দ ত্যাগ কৰি শাৰী পাতে সাধাৰণ জনতাই ।

Intro:কোকৰাঝাৰত দূৰ্গা মণ্ডপৰ সলনি প্ৰদুষণ পৰীক্ষণ কেন্দ্ৰত ব্যাপক ভীৰ ।
সকলোকে লাগে এখন প্ৰদুষণ চাৰ্টিফিকেট ।

কোকৰাঝাৰ ২৮ চেপ্টেম্বৰ :- যান বাহন আইনৰ নতুন নিয়মে কাঢ়ি নিছে পবিত্ৰ মহালয়াৰ আনন্দ -উৎসাহ । মহালয়ৰ দিনত দূৰ্গা মণ্ডপত ভিৰ কৰাৰ সলনি

Body:কোকৰাঝাৰৰ জনসাধাৰণে আজি ভিৰ কৰিছে গাড়ীৰ প্ৰদুষণ পৰীক্ষণ কেন্দ্ৰত । চতুৰ্থ শনিবাৰ উপলক্ষে আজি অফিচ কাছাৰী বন্ধ থকা হেতুকে কোকৰাঝাৰৰ কদমতলাস্থিত প্ৰদুষণ পৰীক্ষা কেন্দ্ৰত ব্যাপক ভিৰ পৰে । কি পুৰুষ , কি মহিলা সকলোৱেই আজি ৰাতিপুৱাৰে পৰা কোকৰাঝাৰৰ কদমতলাস্থিত প্ৰদুষণ পৰীক্ষা কেন্দ্ৰত ভিৰ কৰে ।

Conclusion:ৰাতিপুৱাই কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনত গাড়ীৰ কাগজ পত্ৰ পৰীক্ষা আৰম্ভ কৰাত নতুন যান বাহনৰ আইনৰ নীতি অনুসৰি ফাইন দিবলগীয়া হব পাৰে বুলি ভাৱিয়েই অজস্ৰ লোকে পৱিত্ৰ মহালয়াৰ আনন্দ উৎসাহ বাদ দি এখন প্ৰদুষণ চাৰ্টিফিকেটৰ বাবে দীঘলীয়া লাইন পাতে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.