ETV Bharat / state

কোকৰাঝাৰত আয়োজন প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু পোষন অভিযানৰ কৰ্মশালা

author img

By

Published : Jun 25, 2019, 7:59 AM IST

বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাং এই দুখন জিলাৰ উন্নয়ন খণ্ডৰ সমাজ কল্যান বিভাগৰ লগত জড়িত থকা চি ডি পি অ আৰু আই চি ডি এছ কৰ্মকৰ্তাক লৈ আয়োজন কৰা হয় এই কৰ্মশালাখন ৷

কোকৰাঝাৰত আয়োজন প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু প'চন অভিযানৰ কৰ্মশালা

কোকৰাঝাৰ, 25 জুন: কোকৰাঝাৰত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY) আৰু পোষন (POSHAN) অভিযানৰ ওপৰত এদিনীয়া কৰ্মশালা ৷ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি কেইখন যাতে দেশৰ চুকে কোণে গাঁওসমূহত প্ৰচাৰ হয় বা প্ৰযোজ্য হোৱাৰ লক্ষৰে সোমবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত এদিনীয়াকৈ আয়োজন কৰা হয় এই কৰ্মশালা ৷ বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাং এই দুখন জিলাৰ উন্নয়ন খণ্ডৰ সমাজ কল্যান বিভাগৰ লগত জড়িত থকা চি ডি পি অ আৰু আই চি ডি এছ কৰ্মকৰ্তাক লৈ আয়োজন কৰা হয় এই কৰ্মশালাখন ৷ অসম সমাজ কল্যান বিভাগৰ অতিৰিক্ত মুখ্য সচিব জীষ্ণু বৰুৱাকে ধৰি উপ সঞ্চালক নিভা দাস আৰু পি এম ভূঞাই আঁচনি দুখনৰ ওপৰত বিস্তিত ভাৱে বুজাই দিয়ে অংশগ্ৰহণ কৰা বিভাগটোৰ কৰ্মকৰ্তা সকলক ৷ অনুষ্ঠানটোত বিটিচিৰ কাৰ্য্যকৰী সদস্য দোণেশ্বৰ গয়াৰী, বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকনৰ লগতে উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰ ৷

Intro:কোকৰাঝাৰত প্ৰধান মন্ত্ৰী মাতৃ ভণ্ডনা যোজনা (PMMVY) আৰু পোছান (POSHAN) অভিযানৰ ওপৰত এদিনীয়া কৰ্মশালা।

কেন্দ্ৰীয় চৰকাৰৰ আঁচনি প্ৰধান মন্ত্ৰী মাতৃ ভণ্ডনা যোজনা (PMMVY) আৰু পোছান (POSHAN) অভিযানৰ জাহাতে দেশৰ চুকে কোনে গাঁওসুমহত প্ৰচাৰ হওক বা ভালে প্ৰযোজ্য হোৱাৰ লক্ষৰে আজি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত এখন এদিনীয়া কৰ্মশালা আয়োজন কৰা হয়।

Body:বিষেককৈ কোকৰাঝাৰ আৰু চিৰাং দুই জিলাৰ উন্নয়ন খণ্ডৰ সমাজ কল্যান বিভাগৰ লগত জুড়িত থকা চি ডি পি অ আৰু আই চি ডি এছ কৰ্মকটাক লৈ কৰ্মশালাখন আয়োজন কৰা হয়।

অসম সমাজ কল্যান বিভাগৰ অতিৰিক্ত মুখ্য খুচিব জীষ্ণু বৰুৱাকে ধৰি নিভা দাস উপ সঞ্চালক আৰু পি এম ভূঞায়ে প্ৰধান মন্ত্ৰী মাতৃ ভণ্ডনা যোজনা (PMMVY) আৰু পোছান (POSHAN) অভিযানৰ ওপৰত সমাজ কল্যানৰ বিভাগীয় কৰ্মকৰ্তাক বহুলাই বুজাই।

Conclusion:উক্ত উনুষ্ঠানত বিটিচিৰ কাৰ্য্যকৰী সদস্য দোণেশ্বৰ গয়াৰী, বিটিচিৰ মুখ্য খুচিব বীৰেন চন্দ্ৰ ফুকন, কোকৰাঝাৰ জিলাৰ উপাইক্ত পাৰ্থ প্রতিম মুজুমদাৰ সমূহ উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.