কোকৰাঝাৰ, 6 মে' : অসমত পুনৰ এজনৰ শৰীৰত ধৰা পৰিছে COVID-19 । এইবাৰ কোকৰাঝাৰ জিলাত নতুনকৈ COVID-19 ত আক্ৰান্ত হৈছে এজন ৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বলামগুৰিত নিজ ঘৰতে কোৱাৰেন্টাইনত আছিল লোকজন । প্ৰায় দুসপ্তাহ পূৰ্বে পশ্চিমবংগৰ কোচবিহাৰৰ পৰা আহিছিল এই লোকজন ।
-
Alert ~ One person from Kokrajhar dist, with a travel history of Cooch Behar in West Bengal, has tested positive for #COVID19.
— Himanta Biswa Sarma (@himantabiswa) May 5, 2020 " class="align-text-top noRightClick twitterSection" data="
↗️Total #COVID19 patients in Assam now stands at 44.
↗️Active cases 11
↗️Discharged 32
↗️Death 1
Update at 9.05 pm / May 5#AssamCovidCount
">Alert ~ One person from Kokrajhar dist, with a travel history of Cooch Behar in West Bengal, has tested positive for #COVID19.
— Himanta Biswa Sarma (@himantabiswa) May 5, 2020
↗️Total #COVID19 patients in Assam now stands at 44.
↗️Active cases 11
↗️Discharged 32
↗️Death 1
Update at 9.05 pm / May 5#AssamCovidCountAlert ~ One person from Kokrajhar dist, with a travel history of Cooch Behar in West Bengal, has tested positive for #COVID19.
— Himanta Biswa Sarma (@himantabiswa) May 5, 2020
↗️Total #COVID19 patients in Assam now stands at 44.
↗️Active cases 11
↗️Discharged 32
↗️Death 1
Update at 9.05 pm / May 5#AssamCovidCount
মঙলবাৰে ৰাজ্যত দিনটোৰ ভিতৰতে দুজনৰ দেহত ধৰা পৰিছে COVID-19 ৷ আনগৰাকী ব্যক্তি গোৱালপাৰাৰ বুলি টুইটাৰযোগে জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বৰ্তমানলৈকে অসমত COVID-19ত আক্রান্ত লোকৰ সংখ্যা ৪৪ গৰাকী আৰু মৃত্যু হৈছে এগৰাকীৰ ৷
লগতে পঢ়ক : চিকিৎসাৰ বাবে সাঁচি ৰখা ধন দান কৰিলে এগৰাকী কেন্সাৰ ৰোগীয়ে