ETV Bharat / state

গোসাইগাঁৱত আটক এন ডি এফ বি সদস্য - ndfb

সেনা,আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত আটক হয় এন ডি এফ বি সদস্যজন ৷

গোসাইগাঁৱত আটক এন ডি এফ বি সদস্য
author img

By

Published : May 29, 2019, 9:43 PM IST

গোসাইগাঁও,29 মে': গোসাঁইগাঁৱত এ কে-৫৬ ৰাইফল,গুলীসহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ এন ডি এফ বি সদস্য ৷ সেনা,আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত আটক হয় এন ডি এফ বি সদস্যজন ৷ গ্ৰেপ্তাৰ হোৱা সদস্যজন অক্সিগুৰি গাঁৱৰ ৰহিতন নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷

গোসাইগাঁৱত আটক এন ডি এফ বি সদস্য

এন ডি এফ বি সদস্যজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ৭'৬৫ পিষ্টল,মেগজিন আৰু ১৫ জাঁই সজীৱ গুলী ৷ অধিক জেৰা চলোৱাৰ পাচতেই এন ডি এফ বি সদস্যজনৰ বাসভৱনৰ পৰা আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে এটা এ কে-৫৬ ৰাইফল,মেগজিন আৰু ২১জাঁই সজীৱ গুলী ৷

আৰক্ষীৰ অভিযানৰ নেতৃত্ব দিয়ে মহকুমা আৰক্ষী বিষয়া বিদ্যুৎ বিকাশ বৰা ভূঞাই ৷ উল্লেখ্য যে,2017 চনতো আৰক্ষীৰ হাতত আটক হৈছিল ৰহিতন নাৰ্জাৰী ৷ কিন্তু কাৰাগাৰৰ পৰা ওলায়েই পুনৰ এন ডি এফ বিত যোগদান কৰিছিল নাৰ্জাৰীয়ে ৷

Intro:Story :- গোসাঁইগাঁৱত এ কে - ৫৬ বন্দুক - গুলীসহ এন ডি এফ বিৰ দুৰ্ধৰ্ষ সদস্য গ্ৰেপ্তাৰ :

Feed Name :- Gossaigaon AK 56 With NDFB.

Date :- 29/5/19.

Anchore, :- গোসাঁইগাঁৱত বৃহৎ পৰিমাণৰ গুলী আৰু এ কে - ৫৬ বন্দুক , পিষ্টল সহ এন ডি এফ বিৰ দুৰ্ধৰ্ষ সদস্য আটক : সদস্যজন চৰাইবিল আৰক্ষী চকীৰ অক্সিগুৰি গাঁৱৰ ধৰ্মদাস নাজাৰীৰ পুত্ৰ ৰহিতন নাজাৰী (৩৩) : বৰ্তমান আৰক্ষী সোধা পোছা অব্যহত ৰাখিছে ।তেওঁৰ পৰা এটা ৭'৬৫ পিষ্টল, মেগজিন আৰু ১৫ জাই সজীৱ গুলী উদ্ধাৰ কৰে। অধিক জেৰা চলোৱাৰ পিছত তেওঁৰ ঘৰত লুকুৱাই ৰখা এ কে -৫৬ বন্দুক এটা, মেগজিন আৰু ২১ জাই সজীৱ গুলী উদ্ধাৰ কৰে : সেনা, আৰক্ষী আৰু চি আৰ পি এফ যৌথ অভিযান চলাই আটক কৰে অক্সিগুৰি গাঁৱৰ পৰা : অভিযানত নেতৃত্বত দিয়ে মহকুমা আৰক্ষী বিষয়া বিদ্যুৎ বিকাশ বৰা ভূঞাই ।Body: তেওঁৰ ককায়েক চানদাও নাৰ্জাৰী এন ডি এফ বিৰ চাৰজেন মেজৰ আছিল। ২০১৭ চনৰ ডিচেম্বৰত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়। উল্লেখ যে ৰহিতন নাৰ্জাৰী ২০১৭ চনত আৰক্ষীৰ হাতত ধৰা পৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত জেলৰ পৰা ওলাই পুনৰ সশস্ত্ৰ সংগঠন এন ডি এফ বিত যোগদান কৰে।Conclusion:

আজি সেনা আৰু আৰক্ষী বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই পুৱা নিজ ঘৰৰ পৰা আটক কৰে ।

Byte-Gossaigaon SDPO
Arrested cadre

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.