গোসাঁইগাঁও,৩ জুনঃ 2020 চনত হাগ্ৰামাৰ শাসন অৱসান ঘটিব বিটিচিত ৷ সোমবাৰে কোকৰাঝাৰ গোসাঁইগাঁৱত এই মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ গোসাঁইগাঁৱত দ্বিতীয় বাৰৰ বাবে পাচঁ নম্বৰ কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাছত সোমবাৰে নৱ কুমাৰ শৰণীয়াই গোসাঁইগাঁৱত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে ৷ ডি ভোটাৰ সমস্যাকে ধৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজলৈ পৰ্যায় ক্ৰমে সকলো সমস্যা সমাধানৰ বাবে যত্ন লব বুলি ৰাইজক আশ্বাস দিয়ে ৷ তাৰোপৰি আগন্তুক দিনত বি টি চিৰ পৰিষদীয় নিৰ্বাচনত বি টি চিৰ পৰা হাগ্ৰামাৰ অপশাসনৰ অৱসান ঘটাই ৰাইজক এক সুস্থিৰ চৰকাৰ প্ৰদান কৰাৰ দৃঢ় সংকল্প লোৱা হৈছে বুলিও মত প্ৰকাশ কৰে । আনহাতে, তেওঁৰ সাংসদ পুজিৰ পৰা অৰ্থ যাতে ৰাইজৰ হিতৰ বাবে খৰচ হয়, সেই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব বুলিও ৰাইজৰ আগত প্ৰকাশ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷
২০২০ চনত হাগ্ৰামাৰ অৱসানঃ নৱকুমাৰ শৰণীয়া - etv bharat assam
সোমবাৰে কোকৰাঝাৰ গোসাঁইগাঁৱত এই মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই গোসাঁইগাঁৱত দ্বিতীয় বাৰৰ বাবে পাচঁ নম্বৰ কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাছত সোমবাৰে নৱ কুমাৰ শৰণীয়াই গোসাঁইগাঁৱত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে ৷
গোসাঁইগাঁও,৩ জুনঃ 2020 চনত হাগ্ৰামাৰ শাসন অৱসান ঘটিব বিটিচিত ৷ সোমবাৰে কোকৰাঝাৰ গোসাঁইগাঁৱত এই মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ গোসাঁইগাঁৱত দ্বিতীয় বাৰৰ বাবে পাচঁ নম্বৰ কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাছত সোমবাৰে নৱ কুমাৰ শৰণীয়াই গোসাঁইগাঁৱত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে ৷ ডি ভোটাৰ সমস্যাকে ধৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজলৈ পৰ্যায় ক্ৰমে সকলো সমস্যা সমাধানৰ বাবে যত্ন লব বুলি ৰাইজক আশ্বাস দিয়ে ৷ তাৰোপৰি আগন্তুক দিনত বি টি চিৰ পৰিষদীয় নিৰ্বাচনত বি টি চিৰ পৰা হাগ্ৰামাৰ অপশাসনৰ অৱসান ঘটাই ৰাইজক এক সুস্থিৰ চৰকাৰ প্ৰদান কৰাৰ দৃঢ় সংকল্প লোৱা হৈছে বুলিও মত প্ৰকাশ কৰে । আনহাতে, তেওঁৰ সাংসদ পুজিৰ পৰা অৰ্থ যাতে ৰাইজৰ হিতৰ বাবে খৰচ হয়, সেই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব বুলিও ৰাইজৰ আগত প্ৰকাশ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷
গোসাঁইগাঁও,৩ জুনঃদ্বিতীয় বাৰ পাচঁ নম্বৰ কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোক সভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাছত আজি নৱকুমাৰ শৰণীয়াই গোসাঁইগাৱত উপস্হিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে।ডি ভোটাৰ সমস্যাকে ধৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজলৈ পৰ্যায় ক্ৰমে সকলো সমস্যা সাধানৰ বাবে যত্ন লব বুলি ৰাইজক আশ্বাস্ত কৰে।আগুন্তক বি টি চিৰ পৰিষদীয় নিৰ্বাচনত বি টি চিৰ পৰা হাগ্ৰামাৰ অৱশাসনৰ অৱসান ঘটাই ৰাইজক এক সুস্তিৰ সৰকাৰ প্ৰদান কৰাৰ দৃঢ় সংকল্প লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।Body:।ইয়াৰ উপৰি তেওঁ সাংসদ পুজিৰ পৰা অৰ্থ যাতে ৰাইজৰ হিতৰ বাবে খৰচ হয়।Conclusion: সেই ক্ষেত্ৰত তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিব বুলিও ৰাইজৰ আগত প্ৰকাশ কৰে।
বিশ্বজিৎ চৌধুৰী ,গোসাইগাঁও