- দীৰ্ঘদিন ধৰি উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন
- একাংশ শিক্ষকৰ নেতৃত্বত বিদ্যালয়খনত দুৰ্নীতিৰ অভিযোগ
- প্ৰধান শিক্ষকে বিভিন্ন অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ
- 1979 চনতে স্থাপন কৰা হৈছিল এই প্ৰাথমিক বিদ্যালয়খন
- ২-৩ দিন ধৰি অনুপস্থিত থাকে শিক্ষক
- সংবাদ মাধ্যমে সোধপোছ কৰাত পোহৰলৈ আহে এই তথ্য
কোকৰাঝাৰত মধ্যাহ্ন- ভোজন কেলেংকাৰী : সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী
কোকৰাঝাৰ বিটিচিৰ উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত একাংশ শিক্ষকৰ দুৰ্নীতিৰ ফলত বন্ধ হৈ পৰিছে মধ্যান্ন-ভোজন । ২-৩ দিন ধৰি শিক্ষক অনুপস্থিত থকা এই বিদ্যালয়খনত প্ৰধান শিক্ষকে বিভিন্ন অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ৷
মধ্যান্ন - ভোজন কেলেংকাৰী
- দীৰ্ঘদিন ধৰি উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন
- একাংশ শিক্ষকৰ নেতৃত্বত বিদ্যালয়খনত দুৰ্নীতিৰ অভিযোগ
- প্ৰধান শিক্ষকে বিভিন্ন অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ
- 1979 চনতে স্থাপন কৰা হৈছিল এই প্ৰাথমিক বিদ্যালয়খন
- ২-৩ দিন ধৰি অনুপস্থিত থাকে শিক্ষক
- সংবাদ মাধ্যমে সোধপোছ কৰাত পোহৰলৈ আহে এই তথ্য
Intro:দীৰ্ঘ- দিন ধৰি উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত ছাত্র-ছাত্রীৰ মধ্যান্ন- ভোজন বন্ধঃ
গোসাইগাঁও 8 মে: বিজেপি চৰকাৰ খনে দুৰ্নীতি মুক্ত চৰকাৰ গঢ়াৰ বাবে যিমানেই চেষ্টা কৰক না কিয়? একাংশ শিক্ষকে য়ে দুৰ্নীতিৰ ফালে দ্ৰুত গতিত আগবাঢ়িছে।
Body:তাৰ জলন্ত উদাহৰণ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ হেমাহিত নামনি অসমৰ কোকৰাঝাৰ জিলাৰ বিটিএডিৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অধীনস্হ উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয় খনৰ নতুনকৈ অহা প্ৰধান শিক্ষক জনে বিভিন্ন অজুহাত দেখুৱাই দীৰ্ঘ- দিন ধৰি ছাত্ৰ-ছাত্ৰীৰ মধ্যান্ন- ভোজনৰ পৰা বঞ্চিত কৰি ৰাখিছে।
Conclusion:
1979 চনত স্হাপিত 42 জন ছাত্ৰ-ছাত্ৰী থকা উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষক এই সন্দৰ্ভত সংবাদ-মাধ্যমে ছাত্ৰ-ছাত্ৰীক সোধ-পোছ কৰাত দীৰ্ঘ-- দিন ধৰি বিদ্যালয় খনত মধ্যান্ন-ভোজন বন্ধ বুলি ছাত্ৰ-ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।