ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে বৈঠক বিভিন্ন ছাত্ৰ সংগঠনৰ

author img

By

Published : Jul 14, 2020, 9:37 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা আৰু আন্তঃগাঁথনিক লৈ মঙলবাৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এল এল সিঙৰ সৈতে বৈঠকত মিলিত হয় বিটিএডিৰ বিভিন্ন ছাত্ৰ সংগঠন ৷ এই আলোচনাত গোর্খা ছাত্ৰ সন্থা আৰু বিটিচি হিন্দী ভাষী ছাত্ৰ পৰিষদও অংশগ্ৰহণ কৰে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে বৈঠক বিভিন্ন ছাত্ৰ সংগঠনৰ
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে বৈঠক বিভিন্ন ছাত্ৰ সংগঠনৰ

কোকৰাঝাৰ, 10 জুলাই : নামনি অসমৰ একমাত্ৰ বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা আৰু আন্তঃগাঁথনিক লৈ মঙলবাৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এল এল সিঙৰ সৈতে বৈঠকত মিলিত হয় বিটিএডিৰ বিভিন্ন ছাত্ৰ সংগঠন ৷

দেশজুৰি কৰ'ণা ভাইৰাছৰ বাবে বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনত থকা বিভিন্ন শিক্ষা অনুষ্ঠানসমূহ বন্ধ হোৱাৰ পিছত অনলাইন ক্লাছ,নতুন শিক্ষা বৰ্ষৰ নাম ভৰ্তিকৰণৰ ওপৰত বিশেষকৈ আলোচনা কৰা হয় ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এল এল সিঙৰ সৈতে বিভিন্ন ছাত্ৰ সংগঠনৰ বৈঠক

তাৰ উপৰিও বিশ্ববিদ্যালয়খনে 12বি ষ্টেটাছ পোৱা সত্বেও আন্তঃগাঁথনি,পৰ্যাপ্ত পৰিমাণে শিক্ষক-কৰ্মচাৰী নথকাৰ বিষয় সন্দৰ্ভতো গুৰুত্ব সহকাৰে আলোচনা কৰা হৈ বুলি সাংবাদিকৰ আগত অৱগত কৰে বড়োলেণ্ড ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বনজিত মঞ্জিল বাসুমতাৰীয়ে ৷ এই আলোচনাত গোর্খা ছাত্ৰ সন্থা আৰু বিটিচি হিন্দীভাষী ছাত্ৰ পৰিষদও অংশগ্ৰহণ কৰিছিল ৷

লগতে চাওক-জালুকবাৰী সমষ্টিত অস্থায়ী শিবিৰ স্থাপন বানাক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.