ETV Bharat / state

অসম-বংগ সীমান্তত ভয়ংকৰ গৰাখহনীয়া - অসম-বংগ সীমান্তত ভয়ংকৰ গৰাখহনীয়া

বিধ্বস্ত মথাউৰি মেৰামতি কৰাৰ বাবে স্থানীয় বিধায়ক কোনো পদক্ষেক গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ । চৰকাৰ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷

MASSIVE EROSION AT ASSAM BANGLADESH BORDER OF KOKRAJHAR
অসম-বংগ সীমান্তত ভয়ংকৰ গৰাখহনীয়া
author img

By

Published : Sep 26, 2020, 10:10 PM IST

গোসাইগাঁৱ, ২৬ ছেপ্টেম্বৰঃ অসম-বংগ সীমান্তৰ সোনকোষ নৈৰ গোসাইগাঁও ২৮ নং সমষ্টিৰ অন্তৰ্গত ২ নং গৰুমৰাচৰ সংকোষ নৈৰ ব্যাপক গৰাখহনীয়াত চিঙি পৰিছে মথাউৰি ৷ যিকোনো সময়তে সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি ৷ শতাধিক গাঁও বুৰ যাব পাৰে বাঢ়নী পানীত ৷ নষ্ট হ'ব শ শ হেক্টৰ কৃষি ভূমি ৷ ভয়ংকৰ বিপদৰ কথা ভাবি আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

অসম-বংগ সীমান্তত ভয়ংকৰ গৰাখহনীয়া
উল্লেখযোগ্য যে, বিধ্বস্ত মথাউৰি মেৰামতি কৰাৰ বাবে স্থানীয় বিধায়ক কোনো পদক্ষেক গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ । চৰকাৰ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ অতিশীঘ্ৰে নৈৰ বান্ধৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে নৈ পৰীয়া ৰাইজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.