ETV Bharat / state

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত অত্যাধুনিক ICU চেণ্টাৰ মুকলি - মহামাৰী কৰ'ণা

কোকৰাঝাৰ ৰূপ নাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত সংযোজন হ'ল অত্যাধুনিক ICU চেণ্টাৰ ৷ দীৰ্ঘদিনীয়া দাবী আছিল ৰাইজৰ ৷ ICU চেন্টাৰ নথকাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল ৰাইজৰ ৷

Kokrajhar Roop Nath Brahma Hospital Open ICU Centre
কোকৰাঝাৰ ৰূপ নাথ ব্ৰহ্ম চিকিৎসালয়ত অত্যাধুনিক ICU চেণ্টাৰ মুকলি
author img

By

Published : Oct 16, 2020, 5:11 PM IST

কোকৰাঝাৰ, 16 অক্টোবৰ : কোকৰাঝাৰবাসীৰ বাবে সুখবৰ ৷ কোকৰাঝাৰ সদৰত থকা এক মাত্ৰ চিকিৎসালয় ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত সংযোজন হল অত্যাধুনিক ICU চেণ্টাৰ ৷ শুকুৰবাৰে 8 খনকৈ বিচনা থকা ICU চেণ্টাৰ কক্ষতো মুকলি কৰে ৰূপ নাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ৷

Kokrajhar Roop Nath Brahma Hospital Open ICU Centre
কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত অত্যাধুনিক ICU চেণ্টাৰ মুকলি

উল্লেখ্য যে,বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰত ICU চেণ্টাৰ থকা চিকিৎসালয় নথকাৰ বাবে বহু সমস্যাত ভুগিব লগা হৈছিল কোকৰাঝাৰবাসীয়ে ৷ আনকি, মহামাৰী কৰ'ণাৰ সন্ত্ৰাসতো ICU নথকাৰ বাবে বহু ৰোগীয়ে সমস্যাত ভুগিব লগা হৈছিল ৷

লগতে পঢ়ক : অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.