ETV Bharat / state

Har Ghar Tirangaa: কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা শীৰ্ষক মটৰচাইকেল ৰেলী - motorcycle rally

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মঙলবাৰে কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত সদৰ থানা চৌহদৰ পৰা উলিওৱা হয় এক মটৰচাইকেল ৰেলী ৷ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' শীৰ্ষক মটৰচাইকেল ৰেলীটোৰ আয়োজন কৰা হয়(Har Ghar Tirangaa Campaign) ।

Har Ghar Tirangaa Campaign
কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা শীৰ্ষক মটৰচাইকেল ৰেলী
author img

By

Published : Aug 10, 2022, 10:41 AM IST

কোকৰাঝাৰ ৯ আগষ্ট: দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মঙলবাৰে কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত সদৰ থানা চৌহদৰ পৰা উলিওৱা হয় এক মটৰচাইকেল ৰেলী ৷ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' শীৰ্ষক এক মটৰচাইকেল ৰেলীৰ আয়োজন কৰা হয়(Har Ghar Tirangaa Campaign) । মটৰচাইকেল ৰেলী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

উল্লেখ্য যে, 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' শীৰ্ষক মটৰচাইকেল ৰেলীটোৱে সজাগতা সৃষ্টিৰ লক্ষ্যৰে সদৰ চহৰ পৰিভ্ৰমণ কৰে(motorcycle rally aims to create awareness)। মটৰচাইকেল ৰেলীত আৰক্ষী জোৱানৰ লগতে মাৰোৱাৰী যুৱ মঞ্চৰ সদস্য সকলেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Har Ghar Triranga: ৰঙিয়াত মহিলাই মুকলি কৰিলে বিশেষ ত্ৰিৰংগাৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.