ETV Bharat / state

পথ মেৰামতিৰ দাবীত এ বি এম ছুৰ পথ অৱৰোধ - পথ মেৰামতিৰ দাবীত কোকৰাঝাৰত  পথ অৱৰোধ এবিএমছুৰ

জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত কোকৰাঝাৰত  পথ অৱৰোধ এবিএমছুৰ৷ বিটিচি সদৰ চহৰ কোকৰাঝাৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগত থকা ভোটগাঁওত আজি এবিএমছু ৰ কৰ্মীয়ে কোকৰাঝাৰ আৰু পুটকীবাৰী হৈ ধুবৰী সংযোগী গড়কাপ্তানী পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে

পথ মেৰামতিৰ দাবীত এ বি এম ছুৰ পথ অৱৰোধ
author img

By

Published : Sep 17, 2019, 9:11 PM IST

কোকৰাঝাৰ,17 ছেপ্টেম্বৰঃ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত কোকৰাঝাৰত পথ অৱৰোধ এবিএমছুৰ৷ বিটিচি সদৰ চহৰ কোকৰাঝাৰৰ পৰা মাত্ৰ কিছু কিলোমিটাৰ নিলগত থকা ভোটগাঁওত আজি এবিএমছু ৰ কৰ্মীয়ে কোকৰাঝাৰ আৰু পুটকীবাৰী হৈ ধুবৰী সংযোগী গড়কাপ্তানী পথ মেৰামতিৰ দাবীত অভিনৱ প্ৰতিবাদ কৰে৷ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিত বছৰ বছৰ ধৰি মেৰামতি নোহোৱা জৰাজীৰ্ণ পথে জ্বলা কলা খুৱাই আহিছে ৰাইজক৷

এ বি এম চুৰ অভিনৱ প্ৰতিৱাদ

গড়কাপ্তানী বিভাগৰ গুৰুত্বহীনতাৰ বাবেই পথৰ মাজত থকা গাতত মাছ মাৰি পথ অৱৰোধ কৰে এবিএমছু, ছাত্ৰ ছাত্ৰী আৰু ৰাইজে৷

Intro:আদৰ্শ বিটিচি নমুনা! জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এবিএমছু ৰ পথ অৱৰোধ অভিনৱ প্ৰতিবাদ।

বিটিচি সদৰ চহৰ কোকৰাঝাৰৰ পৰা মাত্ৰ কৈকিলোমিতাৰ নিলগত থকা ভোটগাঁওত আজি এবিএমছু ৰ কৰ্মী য়ে কোকৰাঝাৰ আৰু পুটকীবাৰী হৈ ধুবৰী সংযোগী গৰকাপ্তানী পথ মেৰামতিৰ দাবীত অভিনৱ প্ৰতিবাদ কৰে।

Body:ৰাজ্যৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিত এয়া বছৰ বছৰ জৰাজীৰ্ণ পথয়ে জ্বলা কলা খুৱাই আহিছে ৰাজ্যবাসীক।

Conclusion:পথৰ মাজততে ডাঙৰ ডাঙৰ খাল যত মাছমাৰি পথ অৱৰোধ অভিনৱ প্ৰতিবাদ কৰে এবিএমছু, ছাত্ৰ ছাত্ৰী আৰু ৰাইজে।

DL ..আছে .....

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.