ETV Bharat / state

বাৰেৰহণীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী - কোকৰাঝাৰ জাংখ্রীঠাই পথাৰ

ঐতিহাসিক তৃতীয় বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰ জাংখ্রীঠাই পথাৰত আয়োজিত বিজয় উৎসৱত শুকুৰবাৰে ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দিনৰ 12.30 বজাত কোকৰাঝাৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

তৃতীয় বড়ো শান্তি চুক্তি
প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী
author img

By

Published : Feb 7, 2020, 9:40 AM IST

Updated : Feb 7, 2020, 11:02 AM IST

কোকৰাঝাৰ,7 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে উথপ-থপ কোকৰাঝাৰৰ জাংখ্ৰীঠাই পথাৰ ৷ ঐতিহাসিক তৃতীয় বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰ জাংখ্রীঠাই পথাৰত আয়োজিত বিজয় উৎসৱত শুকুৰবাৰে ভাগ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দিনৰ 12.30 বজাত কোকৰাঝাৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

তৃতীয় বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱ

উল্লেখ্য যে,অসম চৰকাৰ সহযোগত আয়োজন কৰা হৈছে এই বিজয় উৎসৱ । বিগত 27 জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় চৰকাৰ,এন ডি এফ বি আৰু এবছুয়ে তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত কৰিছিল ৷ বিজয় উৎসৱ উপলক্ষে জনসাধাৰণৰ লানি নিছিগা সোঁত বৈছে জাংখ্ৰীঠাই পথাৰত। আয়োজক সমিতিয়ে প্ৰায় লক্ষাধিক মানুহৰ সমাগম হোৱাৰ আশংকা ব্যক্ত কৰিছে ৷ লগতে সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ৷

উথপ-থপ কোকৰাঝাৰৰ জাংখ্ৰীঠাই পথাৰ

লগতে চাওকঃগোৰেশ্বৰত পালন 68 সংখ্যক গোপাল উৎসৱ

Intro:কোকৰাঝাৰত আজি প্ৰধানমন্ত্ৰী ভ্ৰমণ।

কোকৰাঝাৰ জাংখ্রীঠাই পথাৰত আয়োজিত বিজয় উৎসৱত ভাগ লব প্ৰধান মন্ত্ৰীয়ে। দিনৰ 21.30 বজাত ভাষণ সম্বোধন কৰিব প্ৰধান মন্ত্ৰীয়ে।

Body:অসম চৰকাৰ আৰু তৃতীয়তো বড়ো চুক্তি স্বাক্ষৰকৰি লগত আয়োজন কৰিছে এই বিজয় উৎসৱ।

যোৱা 27 জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় চৰকাৰ, এন ডি এফ বি আৰু এবছু হৈছে তৃতীয়টু বড়ো চুক্তি হৈছিল।

Conclusion:ৰাতিপুৱাৰ পৰা লানিনিশিকা ভিৰ হৈছে জাংখ্ৰীঠাই পথাৰ। প্ৰায় 5 ৰ পৰা 6 লাখ মানুহ সমাগম হোৱাৰ অকংসা কৰা হৈছে এই বিজয় উৎসৱত
Last Updated : Feb 7, 2020, 11:02 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.