ETV Bharat / state

কোকৰাঝাৰত ভাৰতীয় সেনাই মেৰামতি কৰিলে পথ

ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ জোৱানৰ লগতে শতাধিক গাঁওবাসীয়ে একত্ৰিত হৈ ভাৰত-ভূটান সীমান্তৰ কোকৰাঝাৰ-উল্টাপানী সংযোগী পথটো মেৰামতি কৰে ৷

কোৰাঝাৰত ভাৰতীয় সেনাই মেৰামতি কৰিলে পথ
author img

By

Published : Sep 5, 2019, 12:29 PM IST

Updated : Sep 9, 2019, 2:48 PM IST

কোকৰাঝাৰ, 5 চেপ্তেম্বৰঃ কোকৰাঝাৰত ভাৰতীয় সেনা আৰু গাঁওবাসীয়ে একত্ৰিত হৈ ভাৰত-ভূটান সীমান্তৰ গড়কাপ্তানী পথ মেৰামতি কৰে ৷ ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ জোৱানৰ লগতে শতাধিক গাঁওবাসীয়ে একত্ৰিত হৈ ভাৰত-ভূটান সীমান্তৰ কোকৰাঝাৰ-উল্টাপানী সংযোগী পথটো মেৰামতি কৰে ৷

Indian army maintained road at Kokrajhar
কোৰাঝাৰত ভাৰতীয় সেনাই মেৰামতি কৰিলে পথ

কোকৰাঝাৰ-উল্টাপানী সংযোগী 10 কিলোমিটাৰ দৈৰ্ঘৰ পথটো ঘন হাবিৰে আৱৰি ধৰাৰ ফলত পথটোত সঘনাই সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে৷ সেনাৰ সৈতে সহযোগ কৰা স্থানীয় লোক সকলক সেনাই খাদ্যৰ লগতে অনান্য সুবিধা সমূহ প্ৰদান কৰে ৷

Intro:Indian Army and villagers joinly hands in maintains PWD road along Indo-Bhutan in kokrajhar.

The India Army of Red Horns Division and larger numbers of villagers on today I jointly maintaince the kokrajhar to Ultapani connectivity road along Indo-Bhutan boarder in kokrajhar.

Body:At least 10 km. the Bishmuri to ultapani road in the densely forested Chirag Reserve Forest.
Where over five hundreds civilian and personnel of the Army took part in maintenance the road. The 10 km long black top road was sorunded by theak jungle where frequently road accident was occurred.
Conclusion:The Indian Army team assisted by providing transport, security and drinking water for the civilian of took part in the road maintaince.

Last Updated : Sep 9, 2019, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.