ETV Bharat / state

গোসাঁইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

author img

By

Published : Jun 10, 2019, 5:21 PM IST

কচুগাঁও বনাঞ্চলৰ পৰা চোৰাং বেপাৰীয়ে মূল্যবান শাল গছ কাটি নি থকা অৱস্থাতে বনকর্মীয়ে অভিযান চলাই ৬৩ টা প্ৰকাণ্ড কাঠৰ কুণ্ডা জব্দ কৰে

গোসাঁইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

গোঁসাইগাঁও,10 জুন: গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত বৃত্তিবাড়ি গাঁৱত বন কৰ্মীৰ দল এটাই সোমবাৰে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা । ভাৰত ভূটান সীমান্তৱৰ্তী কচুগাঁও বনাঞ্চলৰ গভীৰ হাবিৰ পৰা চোৰাং বেপাৰীয়ে মূল্যবান শাল গছ সমূহ কাটি নি থকা অৱস্থাতে বনকর্মীয়ে অভিযান চলাই ৬৩ টা প্ৰকাণ্ড কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

Intro:Story :- গোসাঁইগাঁৱত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ :

Rpt :- Biswajit choudhury .Gossaigaon.
Date:- 10/9/19

Anchore:- গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত বৃত্তিবাড়ি গাঁৱত বন কৰ্মীৰ দল এটাই অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰে। Body: ভাৰত ভূটান সীমান্তৱৰ্তী কচুগাঁও বনাঞ্চলৰ গভীৰ হাবিৰ পৰা চোৰাং বেপাৰী মূল্যবান শাল গছ সমূহ কাটি নি থকা অৱস্থাত বন কর্মী অভিযান চলাই ৬৩ টা প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা জব্দ কৰে।

Conclusion: ইয়াৰ বজাৰ মূল্য প্ৰায় ছয় লাখ টকা হব।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.