ETV Bharat / state

কোকৰাঝাৰত এন আৰ চিৰ শুনানীক লৈ দুটা ভাগত বিভক্ত দল সংগঠন

author img

By

Published : May 9, 2019, 9:41 PM IST

কোকৰাঝাৰত প্ৰশাসনে নতুনকৈ এন আৰ চিৰ আপত্তিৰ শুনানি জাৰী কৰালৈ পুনৰ বি টি এডি উত্তপ্ত হোৱাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে ৷ জিলা প্ৰশাসনে ৬ মে’ৰ পৰা আৰম্ভ কৰিছে অভিযুক্ত আৰ এন নম্বৰৰ পৰিয়ালৰ সদস্যৰ শুনানী প্ৰক্ৰিয়া ৷

কোকৰাঝাৰত চলি আছে এন আৰ চি কেন্দ্ৰত হেয়াৰিং প্ৰক্ৰিয়া

কোকৰাঝাৰ 9 মে: বি টি এডিৰ কোকৰাঝাৰত এন আৰ চিৰ আপত্তিকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰত জাতীয় দল-সংগঠনসমূহে মেৰু বিভাজন ঘটি হাৰাশাস্তিৰ বাবে জগৰীয়া কৰি আঙুলি টোৱাইছে আছু আৰু এবছুক ৷ আনকি এচাম ছদ্মবেশী লোকে হকে-বিহকে আপত্তিৰ বাবে অভিযোগ দাখিল কৰিছে সংশ্লিষ্ট এন আৰ চি কেন্দ্ৰসমূহত ৷ যাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত ৷ এই সংক্ৰান্তত জিলা প্ৰশাসনে ৬ মে’ৰ পৰা আৰম্ভ কৰিছে অভিযুক্ত আৰ এন নম্বৰৰ পৰিয়ালৰ সদস্যৰ শুনানী প্ৰক্ৰিয়া ৷

কোকৰাঝাৰত চলি আছে এন আৰ চি কেন্দ্ৰত হেয়াৰিং প্ৰক্ৰিয়া

ইপিনে প্ৰশাসনে নতুনকৈ এন আৰ চিৰ আপত্তিৰ শুনানী জাৰী কৰালৈ পুনৰ বি টি এডি উত্তপ্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ অৱশ্যে এই ক্ষেত্ৰত কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে।

Intro:কোকৰাঝাৰত এন আৰ চিৰ কেন্দ্ৰত হেয়াৰিং প্ৰক্ৰিয়া চলি আছে।

কোকৰাঝাৰ 9 মে : বিটিএডিৰ কোকৰাঝাৰ জিলাত এন আৰ চিৰ আপত্তিকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উৰ্থাপিত হৈছে দল সংগঠনৰ মজিয়াত ৷

Body:যাৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ জাতীয় দল সংগঠনসমুহে মেৰু বিভাজন ঘটি হাৰাশাস্তিৰ বাৱে জগৰীয়া কৰি আঙুলি টোঁৱাইছে আছু আৰু এবছুক ৷ এনেকি এচাম ছদ্মবেশী লোকে হকে বিহকে ভাষিক আৰু ধৰ্মীয় লোকৰ উপৰি কোচ ৰাজবংশী লোকক এন আৰ চিৰ এ আৰ এন(ARN)
সংগ্ৰহৰে সন্দেহজনক নাগৰিক বুলি আপত্তিৰ অভিযোগ সংশ্লিষ্ট এন আৰ চি কেন্দ্ৰত দাখিল কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত ৷ এই সংক্ৰান্তত জিলা প্ৰশাসনৰ পৰা ৬ মে’ৰ পৰা আৰম্ভ কৰিছে অভিযুক্ত আৰ এন নম্বৰৰ পৰিয়ালৰ সদস্যৰ হেয়াৰিং প্ৰক্ৰিয়া ৷কিন্তুু আপত্তিৰ হেয়াৰিংত একাংশই ইয়াৰ মাজতে এন আৰ চিৰ
দ্বিতীয় খচৰাত পৰিয়ালৰ নাম অন্তভূক্ত হোবাৰ পিছতো কোনো অজ্ঞাত ঠিকনা বিহীন নিদিষ্ট ব্যক্তিৰ অভিযোগত হেয়াৰিংত হেজাৰ হেজাৰ লোক উপস্থিতহৈ হাৰাশাস্তিৰ সন্মুখীন হোৱাত ক্ষুব্ধহৈ পৰাই নহয় আন এচামে আইনৰ দ্বাৰস্ত হোবাৰো হুংকাৰ দিছে ৷

Conclusion:ইতিমধ্যে জিলাখনত পাঁচ হেজাৰোধিক লোকক এচামৰ আঙুলিৰ নখত চলা প্ৰশাসনে নতুনকৈ এন আৰ চিৰ আপত্তিৰ হেয়াৰিং জাৰী কৰালৈ পুণৰ বিটিএডি উত্তপ্ত হোৱাৰ সম্ভৱনা প্ৰকট কৰি তুলিছে ৷ অৱশ্যে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰে সাংবাদিকৰ আগত কৈয়ে কোনো ধৰণৰ অসুবিদা নহয় বুলি খদৰি কৈ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.