ETV Bharat / state

ফকিৰাগ্ৰামৰ অন্তিমখন নিৰ্বাচনী সভাত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হাগ্ৰামা

author img

By

Published : Dec 8, 2020, 9:11 PM IST

হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা দেখা যায় ৷ হাগ্ৰামাই কয় নিজৰ মান সন্মান ৰক্ষা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ভোট গণনাৰ পূৰ্বেই মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰা উচিত। কিয়নো বিটিচিত এখনো আসন নাপায় বিজেপিয়ে । বিপিএফে ৩০ ৰো অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব।

ফকিৰাগ্ৰামৰ অন্তিমখন নিৰ্বাচনী সভাত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হাগ্ৰামা
ফকিৰাগ্ৰামৰ অন্তিমখন নিৰ্বাচনী সভাত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হাগ্ৰামা

কোকৰাঝাৰ, 8 ডিচেম্বৰঃ বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান মঙলবাৰে অন্ত পৰিব ৷ কোকৰাঝাৰৰ ফকিৰাগ্ৰামত অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

ইপিনে হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা দেখা যায় ৷ হাগ্ৰামাই কয়, নিজৰ মান সন্মান ৰক্ষা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ভোট গণনাৰ পূৰ্বেই মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰা উচিত । কিয়নো বিটিচিত এখনো আসন নাপায় বিজেপিয়ে । বিপিএফে ৩০ ৰো অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব ।

একেদৰে হাগ্ৰামাই বিজেপিক সমালোচনা কৰি কয়, বিজেপিয়ে বিটিচিত ভেজাল কৰিব খুজিলেও ভেজাল কৰিব নোৱাৰিব । লগতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাবে সম্পন্ন হোৱাৰ কামনা কৰে হাগ্ৰামা মহিলাৰীয়ে । আনহাতে বিপিএফে চৰকাৰ গঠন কৰিলে মাটিৰ পট্টা দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা দেখা গ’ল হাগ্ৰামাক ।

লগতে পঢ়কঃ কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.