কোকৰাঝাৰ,30 এপ্ৰিলঃ
- বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক টুইট
- বিপিএফ আৰু বিজেপিৰ মিত্ৰতাত ফাঁট মেলাৰ ইংগিত
- মিত্ৰতা পুনৰ বিবেচনা কৰাৰ কথা উল্লেখ টুইটত
- টুইটত বিকল্প ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনাৰ কথা উল্লেখ
- সমগ্ৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টি আকৰ্ষণ
- বিটিচি পৰিষদ ৰাজ্যপালৰ হাতলৈ যোৱাৰ পিছতে বিপিএফত ধুমুহা