ETV Bharat / state

দলঙৰ দুৰৱস্থাই জীয়াতু ভোগাইছে গোসাইগাঁৱৰ ৰাইজক

ডিংডিঙাৰ পৰা ৰূপচী বিমান বন্দৰ হৈ গৌৰীপুৰলৈ যোৱা গড়কাপ্তানি পথৰ খৰখৰি গাঁৱত থকা দলঙৰ দুৰৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক । অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক, পৰিষদীয় সদস্য আৰু গড়কাপ্তানি বিভাগক কাকূতি-মিনতি কৰিও কোনো সুফল লাভ নকৰাৰ অভিযোগ ৷

author img

By

Published : Sep 17, 2019, 3:11 PM IST

দলঙৰ দুৰৱস্থাই জীয়াতু ভোগাইছে গোসাইগাঁৱৰ ৰাইজক

গোসাইগাঁও, 17 চেপ্তেম্বৰঃ বিগত তিনি মাহ ধৰি জহি খহি পৰি ৰৈছে এখন পকী দলং । বন্ধ হৈছে গোসাইগাঁও-গৌৰীপুৰৰ যাতায়ত। কিন্তু গড়কাপ্তানি বিভাগ আৰু জন প্ৰতিনিধিয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ ৷ ডিংডিঙাৰ পৰা ৰূপচী বিমান বন্দৰ হৈ গৌৰীপুৰলৈ যোৱা গড়কাপ্তানি পথৰ খৰখৰি গাঁৱত থকা দলঙৰ দুৰৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক । কোকৰাঝাৰ জিলাৰ বিটিচিৰ দুই নম্বৰ গুমা সমষ্টিৰ অন্তৰ্গত এই পকী দলংখন বিগত তিনি মাহ পূৰ্বে বানপানীত খহি পৰে । তেতিয়াৰ পৰাই ডিংডিঙা আৰু গৌৰীপুৰৰ যাতায়ত বন্ধ হৈ পৰে। ফলত বৃহত্তৰ এলেকা ডিংডিঙা, তামাৰহাট , হাতীধুৰা অঞ্চলৰ পৰা ৰোগী নিব পৰা নাই ধুবুৰী অসামৰিক চিকিৎসালয়লৈ । এই দলংখনৰ বাবেই যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে স্কুল কলেজৰ শিক্ষাৰ্থী সকল।

উক্ত খহি থকা পকী দলংখনে ব্যৱসায়, বাণিজ্য, শিক্ষা আদি সকলো দিশতে অঞ্চলটোত বাধাৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক, পৰিষদীয় সদস্য আৰু গড়কাপ্তানি বিভাগক কাকূতি-মিনতি কৰিও কোনো সুফল লাভ কৰা নাই। ফলত এক ভয়াবহ পৰিস্থিতিৰ মাজত নিতৌ যাতায়ত কৰিছে স্থানীয় ৰাইজে।

Intro:Story :- বিটিচিৰ উন্নয়নৰ ফপলা স্বৰূপ:: তিনি মাহে যাতায়ত ব্যাহত:: চৰম যাতনা ভুগিছে ৰাইজে::

Feed Name :- Gossaigaon Dangerous Communication.
Rpt :- Biswajit choudhury Gossaigaon.
Date :-17/9/19.
Anchore :- এখন পকী দলং বিগত তিনি মাহ ধৰি খহি পৰি আছে। বন্ধ হৈছে গোসাঁইগাঁও - গৌৰীপুৰৰ যাতায়ত। কিন্তু খবৰ নাই গৰকাপ্তানী বিভাগৰ আৰু জনপ্ৰতিনিধিৰ

Body:

S/O :- এইখন দলং ডিঙডিঙাৰ পৰা ৰূপচী বিমান বন্দৰ হৈ গৌৰীপুৰ লৈ যোৱা গৰকাপ্তানী পথৰ খৰখৰি গাঁৱত । কোকৰাঝাৰ জিলাৰ বিটিচিৰ দুই নম্বৰ গুমা সমষ্টিৰ অন্তৰ্গত এইখন এখন পকী দলং । বিগত তিনি মাহ পূৰ্বে বানপানীত খহি পৰে। তেতিয়াৰ পৰাই ডিঙডিঙা আৰু গৌৰীপুৰৰ যাতায়ত বন্ধ হৈ পৰে। ফলত বৃহত্তৰ এলেকা ডিঙডিঙা, তামাৰহাট , হাতীধুৰা অঞ্চলৰ পৰা ৰোগী নিব পৰা নাই ধুবুৰী অসামৰিক চিকিৎসা লয়ত। যাতায়ত কৰিব নোৱাৰে স্কুল কলেজৰ শিক্ষাৰ্থী সকলে।Conclusion:।উক্ত খহি থকা পকী দলংখনে ব্যৱসায়, বাণিজ্য, শিক্ষা আদি কৰি সকলো দিশতে বাধাৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ ৰাইজে স্থানীত বিধায়ক, পৰিষদিয় সদস্য আৰু গৰকাপ্তানী বিভাগক কাকুতি মিনতি কৰি কোনো সুফল লাভ কৰা নাই। ফলত এক ভয়াবহ পৰিস্হিতিৰ মাজত নিতৌ যাতায়ত কৰিছে ৰাইজে।

Byte :- স্থানীয় ৰাইজ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.