ETV Bharat / state

বিপিএফৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ,ইউপিপিএলৰ আদৰণি - লেখ আবেদন দাখিল

বিটিচিত ৰাজ্যপালৰ শাসনক প্ৰত্যাহ্বান জনাই বিপিএফৰ নেৰশ্বন বড়ো আৰু জগদীশ সৰকাৰে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা WT(C) 2143/2020 নম্বৰৰ লেখ আবেদন সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত বিটিচিত ৰাজ্যপাল শাসন বৰ্তি থকাটো নিশ্চিত হৈছে । ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাই এয়া ৰাইজৰ জয় বুলি অভিহিত কৰিছে । লগতে তেওঁ জনাই যে,এই ৰায়দান সত্যৰ জয়,এই ৰায়দান দূৰ্নীতি-ভ্ৰষ্টাচাৰ,স্বৈৰাচাৰী আৰু একনায়ত্বৰ বিৰুদ্ধে জয় বুলি মন্তব্য কৰি ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে নিৰ্বাচনত বিপিএফ হৰাটো আৰম্ভ হ’ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

Assam: Gauhati High Court dismisses BPF’s plea against Governor’s rule in BTR
বিপিএফৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, ইউপিপিএলৰ আদৰণি
author img

By

Published : Jul 13, 2020, 6:29 PM IST

কোকৰাঝাৰ, ১৩ জুলাই : বিটিচিত ৰাজ্যপালৰ শাসনক প্ৰত্যাহ্বান জনাই বিপিএফৰ নেৰশ্বন বড়ো আৰু জগদীশ সৰকাৰে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা WT(C) 2143/2020 নম্বৰৰ লেখ আবেদন সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত বিটিচিত ৰাজ্যপাল শাসন বৰ্তি থকাটো নিশ্চিত হৈছে ।

বিপিএফৰ আবেদন খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, ইউপিপিএলৰ আদৰণি

এই আবেদন নাকচ হোৱাৰ পিচতে ইউপিপিএল দলে নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাই এয়া ৰাইজৰ জয় বুলি অভিহিত কৰিছে । লগতে তেওঁ জনাই যে,এই ৰায়দান সত্যৰ জয়,এই ৰায়দান দুৰ্নীতি-ভ্ৰষ্টাচাৰ, স্বৈৰাচাৰী আৰু একনায়ত্বৰ বিৰুদ্ধে জয় বুলি মন্তব্য কৰি ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে নিৰ্বাচনত বিপিএফ হৰাটো আৰম্ভ হ’ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

আনহাতে,বিগত দিনৰ কাৰ্যকালত অতিষ্ঠ হৈ বিপিএফক ৰাইজে অভিশাপ দিছে আৰু এয়া তাৰেই প্ৰতিফলন বুলি মন্তব্যৰে ৰাইজৰ উৰ্ধত কোনো নহয় বুলি পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে মন্তব্য প্ৰদান কৰিছে । নিৰ্বাচনৰ খৰচ উলিয়াবলৈ হে বিপিএফে পুনৰাই শাসন ক্ষমতাত থকাটো বিচাৰিছিল আৰু যাৰ পৰিণতিতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল বুলিও মন্তব্য কৰিছে ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে ।

লগতে পঢ়ক : ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ তেজপুৰত নিহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.