ETV Bharat / state

বড়োভূমিত কোনে মাৰিব শেষ হাঁহি !

author img

By

Published : Nov 2, 2020, 7:10 PM IST

বিটিএডিৰ প্ৰধান ৰাজনৈতিক দল বিপিএফকে ধৰি ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আদি দলে এতিয়া বিটিআৰ দখলৰ বাবে অব্যাহত ৰাখিছে নিজাববীয়া প্ৰচেষ্টা ৷ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ অহৰহ চেষ্টা চলাই আছে ৷ সমান্তৰালকৈ ৰাষ্ট্ৰীয় দল বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰ অটুট ৰাখিছে ৷ বিজেপি প্ৰাৰ্থীসকলে গাঁৱে গাঁৱে গৈ ভোটাৰক আকৃষ্ট কৰিবলৈ যো-জা চলাইছে ৷

BTR Election update kokrajhar assam etv bharat news
বড়োভূমিত কোনে মাৰিব শেষ হাঁহি !

কোকৰাঝাৰ,2 নৱেম্বৰ: বড়োভূমিত বলিব ধৰিছে পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ ৷ ৰাজ্য চৰকাৰৰ কেবিনেটে ডিচেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছৰে পৰা তীব্ৰতৰ হ’বলৈ ধৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ কিন্তু এইপৰ্যন্ত ঠিৰাং হোৱা নাই নিৰ্বাচনৰ প্ৰকৃত দিন ৷ তদুপৰি কেতিয়ালৈ এই নিৰ্বাচন অনুষ্ঠিত হ’ব তাৰো কোনো উত্তৰ নাই ৰাজনৈতিক নেতাসকলৰ ওচৰত ৷

বিটিএডিৰ প্ৰধান ৰাজনৈতিক দল বিপিএফকে ধৰি ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আদি দলে এতিয়া বিটিআৰ দখলৰ বাবে অব্যাহত ৰাখিছে নিজাববীয়া প্ৰচেষ্টা ৷ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ অহৰহ চেষ্টা চলাই আছে ৷ সমান্তৰালকৈ ৰাষ্ট্ৰীয় দল বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰ অটুট ৰাখিছে ৷ বিজেপি প্ৰাৰ্থীসকলে গাঁৱে গাঁৱে গৈ ভোটাৰক আকৃষ্ট কৰিবলৈ যো-জা চলাইছে ৷

বিটিআৰৰ দাবী হাগ্ৰামা মহিলাৰীৰ

ইফালে, বিপিএফ দলৰ নেতা হাগ্ৰামা মহিলাৰীয়ে ক্ৰমাগত চতুৰ্থবাৰলৈ বিটিআৰৰ শাসনৰ বাঘজৰী চম্ভালিবলৈ সাজু হৈ উঠাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৱে ৷ বড়োৱে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় যে, বিটিআৰত বিপিএফৰ আয়ুস ক্ৰমাৎ টুটি আহিছে ৷

হাগ্ৰামা মহিলাৰীক কটাক্ষ প্ৰমোদ বড়োৰ

লগতে চাওকঃ স্বাধীনতাৰ 73 বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.