কোকৰাঝাৰ, 18 জুনঃ কোকৰাঝাৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আঁচনি৷ 61 গৰাকী হিতাধিকাৰী মাজত বিতৰণ ধান ভঙা যন্ত্ৰ, সৰিয়হৰ তেল পেৰা যন্ত্ৰ ডিটিপি মেচিন ৷ কোকৰাঝাৰত থলুৱা উদ্যোগ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে সোমবাৰে বিটিচি উদ্যোগ আৰু বাণিজ্য বিভাগে হিতাধিকাৰীৰ মাজত বিতৰণ কৰে বহু অত্যাধুনিক যন্ত্ৰপাতিৰ লগতে বিভিন্ন সা-সৰঞ্জাম ৷
কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি - উদ্যোগ আৰু বাণিজ্য বিভাগৰ আঁচনি
থলুৱা উদ্যোগৰ প্ৰসাৰৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগৰ আঁচনি ৷ বিতৰণ কৰিলে ধান ভঙা যন্ত্ৰ, সৰিয়হৰ তেল পেৰা যন্ত্ৰ ডিটিপি মেচিন ৷
![কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3588343-540-3588343-1560807468743.jpg?imwidth=3840)
কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি
কোকৰাঝাৰ, 18 জুনঃ কোকৰাঝাৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আঁচনি৷ 61 গৰাকী হিতাধিকাৰী মাজত বিতৰণ ধান ভঙা যন্ত্ৰ, সৰিয়হৰ তেল পেৰা যন্ত্ৰ ডিটিপি মেচিন ৷ কোকৰাঝাৰত থলুৱা উদ্যোগ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে সোমবাৰে বিটিচি উদ্যোগ আৰু বাণিজ্য বিভাগে হিতাধিকাৰীৰ মাজত বিতৰণ কৰে বহু অত্যাধুনিক যন্ত্ৰপাতিৰ লগতে বিভিন্ন সা-সৰঞ্জাম ৷
কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি
কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি
Intro:থলুৱা উদৌগৰ প্ৰছাৰতাৰ বাবে উদৌগ আৰু বানিজ্য বিভাগৰ আঁচনি।
কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰী মাজত ধান ভঙা যন্ত্ৰ, সৰিয়ৰ তেল পেৰা যন্ত্ৰ ডিটিপি মেচিন বিতৰণ।
কোকৰাঝাৰত থলুৱা উদৌগ বৃদ্ধি আৰু প্ৰছাৰতাৰ বাবে আজি বিটিচি উদৌগ আৰু বানিৰ্য্য বিভাগে হিতাধিকাৰীৰ মাজত অত্যাধুনিক যন্ত্ৰ পাতি সা সৰজাম বিতৰণ কৰে।
Body:জিলা উদ্যোগ আৰু বানিৰ্য্য কেন্দ্ৰ প্ৰাংগণত আজি ৬১ গৰাকী হিতাধিকাৰীৰ মাজত ধান ভঙা যন্ত্ৰ, সৰিয়ৰ তেল পেৰা যন্ত্ৰ ডিটিপি মেচিন, বিইটি পাৰ্লাৰ সা সৰজাম আদি বিতৰণ কৰে।
উক্ত অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহি সদ্যস গণেশ কোচাৰী উপস্থিত থাকি থলুৱা উদ্যাগিসকলে যন্ত্ৰ পাতি তথা সা সৰজমৰ অভাৱত উদ্যাগৰ প্ৰচাৰতা বৃদ্ধি কৰিব পৰানাই বুলি মন্তব্য কৰি থলুৱা উদ্যাগীক সকাহ দিয়াৰ উদ্দেশ্যেৰে বিটিএডিৰ 265 গৰাকী স্থানীয় থলুৱা উদ্যাগীক সা সৰৰ্জ্জম আদিকে ধৰি 10 বিধ সামগ্ৰী বিতৰণ কৰা হববুলি সদৰী কৰে।
Conclusion:উনুষ্ঠানত বিটিএডিৰ উদ্যোগ আৰু বানিজ্যৰ মৰব্বি বিষয়া নৱ কুমাৰ তালুকদাৰ, বিটিচিৰ যুটীয়া সচিব সুবলক্ষ্মী ডেকা, সাদৰণ প্ৰবন্ধক হেমাংগ দ্বীপ দাস আদিকে ধৰি বহু বিশিষ্ট অংশগ্ৰহণ কৰে।