ETV Bharat / state

বি টি এ ডিত শীঘ্ৰে মুক্তি পাব "দ্য বড়ো- ফাইট ফৰ আইডেন্টি" তথ্যচিত্ৰ

author img

By

Published : Dec 6, 2019, 8:38 PM IST

Updated : Dec 7, 2019, 4:59 PM IST

শুভমুক্তিৰ পথত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পাৰ্বত্য জনজাতীয় সম্প্ৰদায় হিচাপে পৰিচিত বড়ো সকলৰ স্বকীয় ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰৰ স্বকীয় পৰিচয়ক লৈ নিৰ্মিত "দ্য বড়ো-ফাইট ফৰ্‌ আইডেন্টি " নামৰ এখন বিশেষ তথ্যচিত্ৰ ৷

bodo historical documentary
বড়ো তথ্যচিত্ৰ

কোকৰাঝাৰ,6 ডিচেম্বৰঃ মুক্তিৰ পথত এখন বিশেষ বড়ো তথ্য চিত্ৰ ৷ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ পাৰ্বত্য জনজাতীয় সম্প্ৰদায় হিচাপে পৰিচিত বড়ো সকলৰ স্বকীয় ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰৰ স্বকীয় পৰিচয়কলৈ নিৰ্মাণ হৈ আছে " দ্য বড়ো-ফাইট ফৰ্‌ আইডেন্টি " নামৰ এখন বিশেষ তথ্যচিত্ৰ ৷ বি জি প্ৰডাকচনৰ নিবেদিত "দ্য বড়ো- ফাইট ফৰ আইডেন্টি"ৰ চিত্র নিৰ্মাতা আৰু নিৰ্দেশিকা অনামিকা বসুমতাৰী আৰু নিচানি বালগোবিন্দে সংবাদমেলযোগে প্ৰকাশ কৰিছে এই কথা।

বড়ো তথ্যচিত্ৰ

কোকৰাঝাৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে সম্বোধন কৰা এক সংবাদমেলত বি জি প্ৰডাকচনৰ নিৰ্দেশক তথা বড়োভূমিৰে জীয়ৰী অনামিকা বসুমতাৰীয়ে বড়ো জনগোষ্ঠীৰ কলা-সংস্কৃতি আৰু স্বকীয় পৰিচয় সংৰক্ষণ কৰাৰ লক্ষ্যৰে "দ্য বড়ো -ফাইট ফৰ আইডেন্টি" তথ্যচিত্ৰ খন বিগত ছয় বছৰ ধৰি বিভিন্ন সমল ব্যক্তি, দল সংগঠনৰ নেতা আৰু ১০০ৰো অধিক বড়োৰ ইতিহাস গ্ৰন্থ আৰু বাতৰি কাকতৰ সহায় লৈ যুগুত কৰা বুলি সদৰী কৰিছে ৷ বি জি প্ৰডাকচনে "দ্য বড়ো -ফাইট ফৰ আইডেন্টি" তথ্যচিত্ৰ খন বিশ্ববাসীৰ কাষত লৈ যোৱা প্ৰয়াসৰে বিভিন্ন লাইব্ৰেৰীত সংৰক্ষণ কৰাৰো চিন্তা কৰাৰ আশা ব্যক্ত কৰে ৷ তথ্যচিত্ৰত বড়ো জনগোষ্ঠীৰ ইতিহাস বিচাৰি পৌৰাণিক কাব্য মহাভাৰতৰ পৰা আদি বড়ো সকলৰ মাজত সৃষ্টি হোৱা সন্ত্ৰাসৰ বিপ্লৱ, ৰাজনৈতিক উত্থান, ভূমিৰ অধিকাৰৰ লগতে সাংবিধানিক ৰক্ষাকৱচৰ বাবে মাত মতা সাম্প্ৰতিক সমাজখনত প্ৰতিফলিত জ্বলন্ত বিষয় আৰু বিভিন্ন চহকী কলা-সংস্কৃতি, ৰীতি-নীতি পৰম্পৰাৰে উজ্জীৱিত দিশটোক গুৰুত্বসহকাৰে প্ৰতিফলন কৰাৰ কথা জনায় তথ্যচিত্ৰখনৰ নিৰ্মাতাসকলে ৷

Intro:বিটিএডিত শীঘ্ৰে মুক্তি পাৱ "দ্যা বড়ো- ফাইট ফৰ আইডেন্ট" তথ্য চিত্ৰ ।।

Anchor : উত্তৰ পূৰ্ৱোত্তৰৰ সৰ্ৱবৃহৎ পাৰ্বত্য জনজাতি সম্প্ৰদায় হিচাৱে পৰিচিত বড়ো সকলৰ স্বকীয়ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক,সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰকৰ স্বকীয় পৰিচয়কলৈ নিৰ্মাণ কৰি উলিওৱা"দ্যা বড়ো-ফাইট ফৰ্‌ আইডেন্টি" নামৰ তথ্যচিত্ৰখন এখন অচিৰে বিটিএডিত শুভমুক্তি হোৱাৰ পথত।
Body:বিজি প্ৰডাকচনৰ নিবেদিত "দ্যা বড়ো- ফাইট ফৰ আইডেন্ট"ৰ চিত্র নিৰ্মাতা আৰু নিৰ্দেষিকা অনামিকা বসুমতাৰী আৰু নিচানি বালগোবিন্দে
য়ে প্ৰকাশ কৰিছে এই কথা।

VO1: কোকৰাঝাৰ প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে সন্মোধন কৰা এক সংবাদমেলত বিজি প্ৰডাকচনৰ নিৰ্দেষক তথা বড়োভূমিৰে জীয়ৰী অনামিকা বসুমতাৰীয়ে বড়ো জনগোষ্ঠীৰ কলা সংস্কৃতি আৰু স্বকীয় পৰিচয় সংৰক্ষন কৰাৰ লক্ষ্যৰে "দ্যা বড়ো -ফাইট ফৰ আইডেন্ট"তথ্যচিত্ৰ খন বিগত ছয় বছৰ ধৰি বিভিন্ন সমল ব্যক্তি,দল সংগঠনৰ নেতা আৰু ১০০ৰো অধিক বড়োৰ ইতিহাস গ্ৰহ্নৰ,কিতাপ আৰু বাতৰি কাকতৰ সহায় লৈ যুগুত কৰা বুলি সদৰী কৰে ৷

Byte1__

VO2: এইক্ষেত্ৰত তথ্য চিত্ৰখন সম্পন্ন হোৱা সদৰি কয় বড়ো জনগোষ্ঠীৰ ইতিহাসকলৈ গভেষনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাৱে তথ্যচিত্ৰখনে বহুত অভিজ্ঞতাৰ উপযোগি হৱ বুলি দাৱী কৰে ৷ বিজি প্ৰডাকচনে "দ্যা বড়ো -ফাইট ফৰ আইডেন্ট" তথ্যচিত্ৰ খন বিশ্ববাসীৰ কাষত লৈ যোৱা প্ৰয়াসৰে বিভিন্ন লাইব্ৰেৰীত সংৰক্ষন কৰাৰো চিন্তা কৰাৰ আশা ব্যক্ত কৰে ৷

Byte2___

Conclusion:VO3: তথ্যচিত্ৰত বড়ো জনগোষ্ঠীৰ ইতিহাস বিচাৰি পৌৰাণিক কাব্য মহাভাৰতৰ পৰা আদি বড়ো সকলৰ মাজত সৃষ্টি হোৱা সন্ত্ৰাসৰ বিপ্লৱ ৰাজনৈতিক উৰ্থান,ভূমিৰ অধিকাৰৰ লগতে সাংবিধানিক ৰক্ষাকৱচৰ বাৱে মাতমতা সাম্প্ৰতিক সমাজখনত প্ৰতিফলিত জলন্ত বিষয় আৰু বিভিন্ন চহকী কলা সংস্কৃতি,ৰীতিনিতিৰ পৰম্পৰাৰে উজ্জীবিত দিশক গুৰুত্বসহকাৰে তথ্যচিত্ৰখনত প্ৰতিফলন কৰা জনাই ৷

Byte3__
Last Updated : Dec 7, 2019, 4:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.