- কোকৰাঝাৰ আৰক্ষীৰ জালত দুধৰ্ষ বাইক চোৰ
- দীৰ্ঘদিন ধৰি কোকৰাঝাৰ চহৰত সন্ত্ৰাস চলাই আহিছিল চোৰটোৱে
- অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰটোক
- গ্ৰেপ্তাৰ কৰা চোৰটোৰ নাম আমিৰ হুছেইন ভূঞা
- বিলাসীপাৰাৰ মায়াৰচৰত ঘৰ আমিৰ হুছেইন ভূঞাৰ
- আন দুটা চোৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়
- কোকৰাঝাৰ সদৰ থানা সন্মুখত বাইক চুৰ কৰাৰ চেষ্টা চলাইছিল চোৰটোৱে
- আৰক্ষী হাতে লোটে কৰায়ত্ব কৰে চোৰটোক
- ছৰপি উদ্দীন আৰু জালাল শ্বেখ নামৰ চোৰ দুটাই পলায়ন কৰে
কোকৰাঝাৰ আৰক্ষীৰ জালত দুধৰ্ষ বাইক চোৰ - ASSAM POLICE
দীৰ্ঘদিন ধৰি কোকৰাঝাৰৰ বিভিন্ন অঞ্চলত বাইক চুৰিৰে সন্ত্ৰাস চলাই অহা দুধৰ্ষ বাইক চোৰ আৰক্ষীৰ জালত
কোকৰাঝাৰ আৰক্ষীৰ জালত দুধৰ্ষ বাইক চোৰ
- কোকৰাঝাৰ আৰক্ষীৰ জালত দুধৰ্ষ বাইক চোৰ
- দীৰ্ঘদিন ধৰি কোকৰাঝাৰ চহৰত সন্ত্ৰাস চলাই আহিছিল চোৰটোৱে
- অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰটোক
- গ্ৰেপ্তাৰ কৰা চোৰটোৰ নাম আমিৰ হুছেইন ভূঞা
- বিলাসীপাৰাৰ মায়াৰচৰত ঘৰ আমিৰ হুছেইন ভূঞাৰ
- আন দুটা চোৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়
- কোকৰাঝাৰ সদৰ থানা সন্মুখত বাইক চুৰ কৰাৰ চেষ্টা চলাইছিল চোৰটোৱে
- আৰক্ষী হাতে লোটে কৰায়ত্ব কৰে চোৰটোক
- ছৰপি উদ্দীন আৰু জালাল শ্বেখ নামৰ চোৰ দুটাই পলায়ন কৰে
Intro:মটৰ চাইকেল চোৰ গ্ৰেপ্তাৰ।
দীৰ্ঘদিন ধৰি কোকৰাঝাৰ চহৰত মটৰ চাইকেল চুৰি কৰি সন্ত্ৰক কৰি অহা এজন চোৰতোক অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
Body:গ্ৰেপ্তাৰ হোৱা মটৰ চাইকেল চোৰগৰাকী হল বিলাসিপাৰা মায়াৰচৰ ৰ আমিৰ হুছেইন ভূঞা। অৱশ্যে আন দুজন চোৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয়।
Conclusion:আৰক্ষীয়ে সদৰী কৰা মতে আজি দুপৰীয়া কোকৰাঝাৰ সদৰ থানা সন্মুখত এখন মটৰ চাইকেল চোৰ কৰাৰ সময়তে আৰক্ষী হাতেলোতে কৰে জদিও আন দুজন চোৰ ক্ৰমে ছৰপি উদ্দীন আৰু জালাল সেখ পলাবলৈ সক্ষম হয়।