কোকৰাঝাৰ, ১৫ মেঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই বুধবাৰে এখন মত বিনিময় অনুষ্ঠান আয়োজন কৰে ৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান প্ৰাপ্ত ফৱৰমান ব্ৰহ্মই বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ দৰে নিজ অভিজ্ঞতা ব্যক্ত কৰে ৷ ইয়াৰোপৰি আগন্তুক সময়ত কিদৰে দেশ আৰু সমাজৰ কাৰণে কাম কৰাটো উচিত হ'ব সেই বিষয়তো আলোচনা কৰে। উল্লেখ্য যে ব্ৰহ্মই ভাৰতীয় প্ৰশাসনিক সেৱাত 429 স্থান পাইছিল।
ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান প্ৰাপ্ত ফৱৰমান ব্ৰহ্ম সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মত বিনিময় - ফৱৰমান ব্ৰহ্ম
ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান প্ৰাপ্ত ফৱৰমান ব্ৰহ্মৰ সৈতে মত বিনিময়
ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান প্ৰাপ্ত ফৱৰমান ব্ৰহ্ম সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মত বিনিময়
কোকৰাঝাৰ, ১৫ মেঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই বুধবাৰে এখন মত বিনিময় অনুষ্ঠান আয়োজন কৰে ৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি ভাৰতীয় প্ৰশাসনিক সেৱাত স্থান প্ৰাপ্ত ফৱৰমান ব্ৰহ্মই বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ দৰে নিজ অভিজ্ঞতা ব্যক্ত কৰে ৷ ইয়াৰোপৰি আগন্তুক সময়ত কিদৰে দেশ আৰু সমাজৰ কাৰণে কাম কৰাটো উচিত হ'ব সেই বিষয়তো আলোচনা কৰে। উল্লেখ্য যে ব্ৰহ্মই ভাৰতীয় প্ৰশাসনিক সেৱাত 429 স্থান পাইছিল।
Intro:ইউ পি এছ চি টোপাৰ ফৱৰমান ব্ৰহ্ম সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মত বিনিময়।
কোকৰাঝাৰ, ১৫ মে: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভায়ে আজি ইউ পি এছ চি টোপাৰ ফৱৰমান ব্ৰহ্ম বিশ্ববিদ্যালয়ত আয়োজিত এখন মেলত আদৰণি জনাই। লগতে ব্ৰহ্ম সৈতে ছাত্ৰ ছাত্ৰীৰ মত বিনিময় কৰে।
Body:ইউ পি এছ চি টোপাৰ ফৱৰমান ব্ৰহ্ম নিজে কেনেকৈ পৰিশ্ৰমৰ অন্তত ফল পালে ছাত্ৰ ছাত্ৰীৰ আগত নিজৰ বক্তব্য কৈ যায় আৰু আগণটো খময়ত দেশ সমাজৰ কাৰণে কেনেকৈ কাম কৰাটো উচিত হব তাকো উল্লেখ কৰে।
Conclusion:উল্লেখ যে ব্ৰহ্ময়ে ইউ পি এছ চিত 429 ৰেংকত স্থান পাইছিল।