- অপসাৰণ আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক
- বৰ্খাস্ত আক্ৰাছুৰ উপ-সভাপতি মুকুল বৰুৱাকো
- সামায়িকভাৱে অপসাৰণ দুয়োকে
- সংবিধানবিৰোধী কাৰ্যকলাপৰ বাবে এই সিদ্ধান্ত গ্ৰহণ
- কোকৰাঝাৰত এক সংবাদমেলযোগে এই ঘোষণা সভাপতি অৰুণ কুমাৰ ৰায়ৰ
- সংবাদমেলত অংশগ্ৰহণ আক্ৰাছুৰ 14খন জিলাৰ প্ৰতিনিধিৰ
আক্ৰাছুৰ দুই শীৰ্ষ নেতাক অপসাৰণ - AAKRASU suspended
সংবিধানবিৰোধী কাৰ্যকলাপৰ বাবে অপসাৰণ দুয়োকে
আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন
- অপসাৰণ আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক
- বৰ্খাস্ত আক্ৰাছুৰ উপ-সভাপতি মুকুল বৰুৱাকো
- সামায়িকভাৱে অপসাৰণ দুয়োকে
- সংবিধানবিৰোধী কাৰ্যকলাপৰ বাবে এই সিদ্ধান্ত গ্ৰহণ
- কোকৰাঝাৰত এক সংবাদমেলযোগে এই ঘোষণা সভাপতি অৰুণ কুমাৰ ৰায়ৰ
- সংবাদমেলত অংশগ্ৰহণ আক্ৰাছুৰ 14খন জিলাৰ প্ৰতিনিধিৰ
বিগ ব্ৰেকিং … বিগ ব্ৰেকিং …
আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক সামায়িকভাৱে অপসাৰণ ।
আক্ৰাছুৰ উপ সভাপতি মুকুল বৰুৱাকো বৰ্খাস্ত ।
এই ঘোষণা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় ।
কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেল যোগে এই ঘোষণা আক্ৰাছুৰ সভাপতিৰ ।
সংবাদমেলত আক্ৰাছুৰ ১৪খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ ।
সংবিধানবিৰোধী কাৰ্যকলাপৰ বাবে উক্ত সিদ্ধান্ত ।
নৱ কুমাৰ শৰণীয়াৰ প্ৰতি সমৰ্থন অব্যাহত থকাৰ ঘোষণা আক্ৰাছুৰ ।