ETV Bharat / state

অন্ধবিশ্বাস আৰু কুসংস্কাৰে গ্ৰাস কৰা এখন সমাজ

অন্ধবিশ্বাসৰ কৱলত পৰি সমাজৰ পৰা এঘৰীয়া কৰাৰ লগতে গাঁও এৰিবলৈ নিৰ্দেশ এটি পৰিয়ালক ৷ কোকৰাঝাৰ জিলাৰ জোৰনাগৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালৰ সৈতে সংঘটিত হৈছে এই ঘটনা ৷

author img

By

Published : Aug 10, 2019, 12:49 PM IST

অন্ধবিশ্বাস আৰু কুসংস্কাৰে গ্ৰাস কৰা এখন সমাজ

কোকৰাঝাৰ, 10 আগষ্টঃ কোকৰাঝাৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৱলত পৰি সমাজৰ পৰা এঘৰীয়া কৰা হয় এটি পৰিয়ালক ৷ জিলাখনৰ জোৰনাগৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালৰ সৈতে সংঘটিত হৈছে এই ঘটনা ৷ গাঁৱবাসীৰ ষড়যন্ত্ৰৰ বলি হৈ মাটি সম্পত্তি বিক্ৰী কৰি অন্য ঠাইলৈ যাৱলৈ ওলাইছে পৰিয়ালটো ৷ আনহাতে অন্য কোনো লোকে ৰাভাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ৰাখিলে 50 হাজাৰ টকাৰ জৰিমনাৰ বিধান দিয়ে গাঁৱবাসীয়ে ৷ ঘটনাৰ বিষয়ে গম পাই ৰাভাৰ ঘৰত উপস্থিত হয় কোকৰাঝাৰ আৰক্ষীৰ এটা দল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Intro:কোকৰাঝাৰত পুনৰাই ডাইনী, পৰিয়ালক গাঁও ত্যাকৰ নিৰ্দেশ গাঁওবাসী, অভিযুক্ত পৰিয়ালৰে সম্পৰ্ক ৰাখিলেই 50 হাজাৰ জৰিমনা।

অন্ধবিশ্বাসৰ বলিহবলৈ গৈছে কোকৰাঝাৰৰ এটা পৰিয়ালে, গাঁওবাসীয়ে ডাইনী সজাই পৰিয়ালটোক এসপ্তাহৰ সময় সীমা বন্দী গাঁও ত্যাক কৰিবলৈ নিৰ্দেশ লগতে অভিযুক্ত পৰিয়ালৰে কোনোবা ব্যক্তিই সম্পৰ্ক ৰাখিলেই 50 হাজাৰ জৰিমনা কৰাৰ সিদ্ধান্তলোৱাক লৈ ব্যাপক চানঞ্চল্যৰ সৃষ্টি হৈছে।

Body:এই ঘটনাটো হৈছে কোকৰাঝাৰ জিলাৰ জোৰনাগৰা গাঁওত ভদ্ৰেশ্বৰ ৰাভা পৰিয়ালক ডাইনী সন্দেহত গাঁওবাসীয়ে গাঁও ত্যাক নিৰ্দেশ দিয়াৰ পিছতে দুভৰ্গীয় পৰিয়ালটো নিজৰ ভাগ্যগ ধিয়াই নিজৰ ঘৰ মাটি সম্পত্তি বিক্ৰী কৰি গাঁও এৰিবলৈ সাজু হৈছে।

ভদ্ৰেশ্বৰ ৰাভা( 60) সদৰী কৰামতে তেওঁক গাঁওবাসীয়ে ডাইনী সজাই অসপ্তাৰ ভিতৰত গাঁও এৰাৰ নিৰ্দেশ দিয়ে। জংঘলত পূজা কৰা বুলি মিছা অপবাদ দি তেওঁক গাঁওত্যাক কৰাৰ নিৰ্দেশনা দিয়াত উপায়হীনতাত পৰি তেওঁ সম্পত্তি বিক্ৰী কৰা আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰিযে বৃহস্পতিবাৰে গাঁওবাসীয়ে এটা সভামাটি তেখেদক দোষী সজাই আৰু মিছাকৈ ডাইনী সন্দেহত এনেকৈ সিদ্ধান্ত লৈ। এতিয়া উপাই বিহীনতাত ইটোৰ পিছত ইটো নিজৰ সম্পত্তি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিবলগীয়া বাধ্যহৈছে। অকল এই নহয় গাঁওবাসীয়ে তেওঁলোকৰ পৰিয়ালটোক অকলসুৰীয়া কৰি ৰাখিলে ৰাভাৰ ঘৰত গাঁওৰে কোনোবা সম্পৰ্ক ৰাখিলে 50 হাজাৰ জৰিমনা দিবলাগিব বুলিও সিদ্ধান্ত গ্ৰহণও কৰে ৰাইজে।

Conclusion:উক্ত ঘটনাক কোকৰাঝাৰ আৰক্ষীয়ে উমানপাই ভদ্ৰেশ্বৰৰ ঘৰত অপষ্টিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে।

যিমানে দল সংগঠন, চৰকাৰ, বিৰুৱালা ৰাভা আদিয়ে ৰাজ্যত সজাগতা আনি ডাইনী কাণ্ডৰ ৰোড কৰাৰ প্ৰয়াস সলাই আহিছে কিন্তু এতিয়াও অন্ধবিশ্বাস, কুসংঙ্কাৰ বিলুপ্ত হোৱা নাই তাৰে এক উদাহৰণ দেখা গৈছে এই কাণ্ডই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.