ETV Bharat / state

কোকৰাঝাৰ কচুগাঁৱত আটক ছয় দুধৰ্ষ NDFB (S) কেডাৰ - কোকৰাঝাৰ আৰক্ষী

কোকৰাঝাৰ জিলাৰ ৰিপু ৰিজাৰ্ভ জংঘলত কোকৰাঝাৰ আৰক্ষী আৰু ১২ শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টেৰ যৌথ অভিযানত আটক এন ডি এফ বি (এছ) ৰ ছয় দুৰ্ধষ কেডাৰ ৷

কোকৰাঝাৰ কোচুগাঁৱত আটক ছয় দুধৰ্ষ NDFB (S) কেডাৰ
author img

By

Published : Oct 1, 2019, 5:30 PM IST

Updated : Oct 1, 2019, 5:54 PM IST

কোকৰাঝাৰ, 1 অক্টোবৰঃ কোকৰাঝাৰ জিলাৰ পৰা আটক এন ডি এফ বি (এছ) ৰ ছয় দুৰ্ধষ কেডাৰ ৷

আটক ছয় দুধৰ্ষ NDFB (S) কেডাৰ

কোকৰাঝাৰ জিলাৰ ৰিপু ৰিজাৰ্ভ জংগলত কোকৰাঝাৰ আৰক্ষী আৰু ১২ শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টেৰ যৌথ অভিযানত ৰাইমনাৰ পৰা আটক কৰিবলৈ সক্ষম হয় আলোচনা বিৰোধী এন ডি এফ বিৰ ছয়জন দুধৰ্ষ কেডাৰক । আটকাধীন কেডাৰ কেইজনৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ সহ বহু খাদ্য সামগ্ৰী (ৰেচন) উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷

NDFB (S) কেডাৰ
NDFB (S) কেডাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

আটকাধীন কেডাৰ সকল হৈছে- বসুমতাৰী ওৰফে বি বেলাৰৌম (সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পাদক, ৩৯ বেটচ), ৰঞ্জুলাল ঔৱাৰী ওৰফে ডব্লিউ ৰিটাব ( ৪২ বেটচ), ৰুবিৰাম গয়াৰী ওৰফে জি. ৰৌমৌগৌমৌ (৪০ বেটচ), জুলেচ মুচাহাৰী ওৰফে এম. জুজিলাং (৪২ বেটচ), চৈলেন বৰগয়াৰী ওৰফে বি. চিবিথাও (৪২ বেটচ) আৰু ৰাজেজ নাৰ্জাৰী ওৰফে এন. ৰাইলিং ( ৪২ বেটচ) ।

Intro:কোকৰাঝাৰ ব্ৰেকিং.......

কোকৰাঝাৰ কোচুগাওত সেনা আৰু আৰক্ষীৰ সাফল্য।

Body:কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰিপু ৰিজাৰ্ভ জংগলত   কোকৰাঝাৰ আৰক্ষী আৰু ১২ শিখ লাই ৰেজিমেন্ট যৌথ অভিযান চলাই ৰাইমনা পৰা আলোচনা বিৰোধী এন ডি এফ বিৰ ছয়জন দুৰ্দৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয় । আটকাধিন কেডাৰৰ লগত বৃহৎ পৰিমাণৰ অস্ত্ৰ সহ ৰেচনৰ সামগ্ৰীৰ উদ্ধাৰ কৰে ।

Conclusion:আটকাধিন কেডাৰ সকল ক্ৰমে ভাগ্য বসুমতাৰী উৰ্ফে বি বেলাৰৌম ( সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পাদক, ৩৯ বেটচ) , ৰঞ্জুলাল ঔৱাৰী উৰ্ফে ডব্লিউ ৰিটাব ,( ৪২ বেটচ),  ৰুবিৰাম গয়াৰী উৰ্ফে জি.  ৰৌমৌগৌমৌ (৪০ বেটচ) , জুলেচ মূচাহাৰী উৰ্ফে এম. জুজিলাং (৪২ বেটচ), চৈলেন বৰগয়াৰী উৰ্ফে বি. চিবিথাও (৪২ বেটচ) আৰু ৰাজেজ নাৰ্জাৰী উৰ্ফে এন. ৰাইলিং ( ৪২ বেটচ) ।
Last Updated : Oct 1, 2019, 5:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.