ETV Bharat / state

কোকৰাঝাৰত পাঁচ ছাত্ৰ ক'ভিড পজিটিভ

author img

By

Published : Feb 24, 2021, 4:56 PM IST

কোকৰাঝাৰৰ বালাজানস্থিত চি.আই.টি. শিক্ষা প্ৰতিষ্ঠানৰ পাঁচগৰাকী ছাত্ৰৰ দেহত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে তিনিগৰাকী আক্ৰান্ত ছাত্ৰ বহিঃৰাজ্যৰ বুলি জানিব পৰা গৈছে ৷

5 student of CIT kokrajhar found covid positive
কোকৰাঝাৰত পাঁচ ছাত্ৰ ক'ভিড পজিটিভ

কোকৰাঝাৰ, 24 ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ পোহৰলৈ আহিছে কৰ‘ণাৰ ভয়াৱহ সংক্ৰমণৰ ঘটনা ৷ এইবাৰ কোকৰাঝাৰৰ বালাজানস্থিত চি.আই.টি. শিক্ষা প্ৰতিষ্ঠানৰ পাঁচগৰাকী ছাত্ৰৰ দেহত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে তিনিগৰাকী আক্ৰান্ত ছাত্ৰ বহিঃৰাজ্যৰ বুলি জানিব পৰা গৈছে ৷

কোকৰাঝাৰৰ আৰ.এন.বি. অসামৰিক হাস্পতালত হোৱা ৰেপিড টেষ্টত ছাত্ৰ কেইজনৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছ ৷

লগতে পঢ়ক: ধিঙত শিক্ষকৰ দ্বাৰা ধৰ্ষণৰ বলি শিক্ষয়িত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.