ETV Bharat / state

ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ শিল্পী সুস্মিতা ৰায়সহ চাৰিজনৰ মৃত্যু

author img

By

Published : Jul 29, 2019, 12:31 PM IST

আলিপুৰদুৱাৰত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় সুস্মিতা ৰায়ৰ পিতৃ-মাতৃৰ লগতে ভগ্নী ৷

ভয়াৱহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ শিল্পী সুস্মিতা ৰায়সহ চাৰিজনৰ মৃত্যু
  • পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যু
  • ব’লবমৰ পৰ উভতি আহোতে সংঘটিত হয় এই দুৰ্ঘটনা
  • চেভ্ৰলেট গাড়ীখনক বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে খুন্দা মৰাত সংঘটিত হয় এই দুৰ্ঘটনা
  • সুস্মিতা ৰায়ৰ পিতৃ ৰাজকুমাৰ ৰায় , মাতৃ কৈল্যাণী ৰায় আৰু ভগ্নী কুমকুম ৰায়ৰ মৃত্যু
  • কণমানি ভগ্নী আৰোছি ৰায় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত
  • আৰোছি ৰায়ক সংকটজনক অৱস্থাত আলিপুৰদুৱাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি
  • স্থানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

Intro:পশ্চিমবংগৰ কালচিনিত ভয়াবহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ চাৰিজনৰ মৃত্যুঃ

কোকৰাঝাৰ, ২৯ জুলাইঃ পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কালচিনিৰ সমীপত ৩১নং( গ) ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী সুস্মিতা ৰায়সহ একেটা পৰিয়ালৰ চাৰিজনৰ কৰুণ মৃত্যু ঘটে।

Body:বলবমৰ পৰা উভতি আহোতে পশ্চিমবংগৰ আলিপুৰদূৱাৰৰ কালচিনিত তেওঁলোকে ব্যৱহাৰ কৰা চেভ্ৰলেট গাড়ী (নং এএচ ০১বি , ওৱাই ০১৮৩)খনক বিপৰীত দিশৰ পৰা অহা এখন ১৮চকীয়া ট্ৰাকে খুন্দামৰাত উক্ত ভয়াৱহ ঘটনাটো সংঘটিত হয় । উক্ত ভয়াৱহ দূৰ্ঘটনাত কোচ ৰাজবংশীৰ উদীয়মান শিল্পী তথা কোকৰাঝাৰ জিলাৰ ছালাকাটি নিৱাসী সুস্মিতা ৰায় ,তেওঁৰ পিতৃ ৰাজকুমাৰ ৰায় , তেওঁ মাতৃ কৈল্যাণী ৰায় আৰু তেওঁৰ ভগ্নী কুমকুম ৰায় বুলি আৰক্ষীয়ে সদৰি কৰিছে। দূৰ্ঘটনাটোত তেওঁৰ কণমানী ভগ্নী আৰোছি ৰায়ো গুৰুতৰভাৱে আহত হৈছে । আৰোছি ৰায়ক সংকটজনক অৱস্থাত স্হানীয় ৰাইজে উদ্ধাৰ কৰি আলিপুৰদুৱাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছে।

Conclusion:তদুপৰি স্হানীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আলিপুৰদুৱাৰলৈ প্ৰেৰণ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.