ETV Bharat / state

সাৰৰ আন্তঃৰাষ্ট্ৰীয় অবৈধ বেহাঃ কোকৰাঝাৰত আটক 6 - KOKRAJHAR

চালকসকলে সাৰৰ চোৰাং ব্যৱসায়ৰ কথা স্বীকাৰ কৰি মিজোৰাম হৈ ম্যানমাৰলৈ সাৰ যায় বুলি স্বীকাৰ ক

সাৰৰ আন্তঃৰাষ্ট্ৰীয় অবৈধ বেহাঃ কোকৰাঝাৰত আটক 6
author img

By

Published : Jun 11, 2019, 10:25 PM IST

কোকৰাঝাৰ,11 জুন : কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে 31 নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায় ম্যানমাৰলৈ চালান দিব বিচৰা তিনিখন সাৰভৰ্তি ট্ৰাক(নং AS-01 KC/ 5547 , AS-19 AC/ 1171 , AS-01 KC/ 5557) জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু পৰিচালকক আটক কৰে ।

ETV BHARAT
জব্দ ট্ৰাককেইখন

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে শিলিগুৰিৰ পৰা শিলচৰ অভিমুখী তিনিখন ট্ৰাকে বৈধ নথিপত্ৰ অবিহনে সাৰ কঢ়িয়াই অনাৰ গোপন তথ্য লাভ কৰি ছেৰফাংগুৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাককেইখন জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু পৰিচালকক আটক কৰে । আৰক্ষীৰ জেৰাত চালকসকলে সাৰৰ চোৰাং ব্যৱসায়ৰ কথা স্বীকাৰ কৰি মিজোৰাম হৈ ম্যানমাৰলৈ সাৰ যায় বুলি স্বীকাৰ কৰে । আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ তথ্য উদঘাটন কৰিবলৈ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী তৎপৰ হৈ পৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছেৰফাংগুৰী থানাত এক গোচৰ ৰজু কৰিছে ।

ETV BHARAT
ভুৱা চালান

উল্লেখ্য যে, চালানত সাৰৰ পৰিৱৰ্তে চাউল কঢ়িয়াই অনা বুলি টেক্স ইনভইচ আছিল আৰু যাৰ মূল্য ট্ৰাকে প্ৰতি পাঁচ লাখতকৈ অধিক বুলি দেখুওৱা হৈছিল ।

সাৰৰ আন্ত:ৰাষ্ট্ৰীয় অবৈধ বেহা । 
কোকৰাঝাৰ আৰক্ষীয়ে জব্দ কৰিলে সাৰভৰ্তি ট্ৰাক , ছজনক আটক । 

কোকৰাঝাৰ/১১ জুন :- কোকৰাঝাৰ আৰক্ষীয়ে আজি ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ম্যানমাৰলৈ চালান দিব বিচৰা তিনিখন সাৰভৰ্তি ট্ৰাক(নং AS-01 KC/ 5547 , AS-19 AC/ 1171 , AS-01 KC/ 5557) জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু সহচালকক আটক কৰে । 
      কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে শিলিগুৰীৰ পৰা শিলচৰ অভিমুখী তিনিখন ট্ৰাকে বৈধ নথিপত্ৰ অবিহনে সাৰ কঢ়িয়াই অনাৰ গোপন তথ্য লাভ কৰি ছেৰফাংগুৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাককেইখন জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু সহচালকক আটক কৰে । আৰক্ষীৰ জেৰাত চালকসকলে সাৰৰ চোৰাং কাৰবাৰৰ কথা স্বীকাৰ কৰি মিজোৰাম হৈ  ম্যানমাৰলৈ সাৰ যায় বুলি স্বীকাৰ কৰে । আন্ত:ৰাষ্ট্ৰীয় চোৰাং কাৰবাৰীৰ তথ্য উদঘাটন কৰিবলৈ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী তৎপৰ হৈ পৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছেৰফাংগুৰী থানাত এক গোচৰ ৰজু কৰিছে । 
      উল্লেখ্য যে চালানত সাৰৰ পৰিবৰ্তে চাউল কঢ়িয়াই অনা বুলি টেক্স ইনভইচ আছিল আৰু যাৰ মুল্য ট্ৰাকে প্ৰতি পাঁচ লাখতকৈ অধিক বুলি দেখুওৱা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.